মৈৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত পালাহজুৰি গাঁৱৰ জাবিৰ হুছেইন কেৰেলাৰ পৰা নিৰুদ্দেশ।
মৈৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত পালাহজুৰি গাঁৱৰ জাবিৰ হুছেইন কেৰেলাৰ পৰা নিৰুদ্দেশ। কিছুদিন পূৰ্বে পলাহজুৰি গাৱঁৰ মনোৰ উদ্দিৰ পুত্ৰ কামৰ বিচাৰি কেৰেলালৈ গৈছিল ১০ দিন কাম কৰাৰ পিছত কেৰেলাৰ পৰা জাবিৰ হুছেইন নিৰুদ্দেশ হয় বুলি জানিব পৰা গৈছে।!-->…