পকা মিঠৈ বনোৱা মেচিন প্ৰদান কৰে হৰিমন্দিৰত
যোৰহাটৰ তৰাজান সোনাৰী গাঁও ১ নং পথৰ হৰিমন্দিৰত উপস্থিত উদ্ভাৱক ড° উদ্ধৱ ভৰালী। তেখেত উপস্থিত হৈ তেখেতে নিজে নতুনকৈ উদ্ভাৱন কৰা এটা পকা মিঠৈ বনোৱা মেচিন নামঘৰলৈ আগবঢ়ায়।ভাষণ প্ৰসংগত তেখেতে এই মেচিন ১৭৯ নম্বৰ মেচিন বুলি উল্লেখ কৰে ।আনহাতে এই!-->…