হোজাই আৰক্ষী থানাত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ।

হোজাই আৰক্ষী থানাত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ। বিজেপি অনুসূচীত জাতি মৰ্চাৰ হোজাই জিলাৰ সভাপতি পুতুল দাসে দাখিল কৰে এজাহাৰ। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে অনুসূচিত জাতি আৰু অন্যান্য পিছপৰা জাতি, জনগোষ্ঠীৰ সন্দৰ্ভত

বিন্যাছাৰা জলজীৱন মিছন আচনিৰ শুভউদ্বোধন ।

বিন্যাছাৰা জলজীৱন মিছন আচনিৰ শুভউদ্বোধন । কোকৰাঝাৰ জিলাৰ অধিন বিন্যাছাৰা গাওত আজি দিনৰ ১১ বজাত জলজীৱন মিছন আচনিৰ শুভ উদ্বোধন কৰে ।উক্ত শুভ উদ্বোধন অনুষ্ঠানত উপস্থিত থাকে জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ মনোজ নন্দীৰ লগতে বিষয়া সকলোৰ লগতে

কামপুৰ বজাৰৰ ১নং ৰেল গেটত অঘটন ৷

কামপুৰ বজাৰৰ ১নং ৰেল গেটত অঘটন ৷ তীব্ৰবেগী ৰেলৰ খুন্দাত মৃত্যু এগৰাকী কিশোৰীৰ ৷ ৰেলপথৰ কাষত উদ্ধাৰ মৃতদেহ ৷ নিশা সংঘটিত হয় ঘটনাটো ৷ মৃত কিশোৰী গৰাকী পাছনিজাৰ নৱম শ্ৰেণীৰ ছাত্ৰী দীক্ষিতা লস্কৰ বুলি জানিব পৰা গৈছে ৷ ম'বাইলৰ গেমত আসক্ত হৈ

ধিঙত ধৰ্ষণৰ চাঞ্চল্য মাৰ নাযাওঁতেই আন এক ধর্ষণকাণ্ড।

ধিঙত ধৰ্ষণৰ চাঞ্চল্য মাৰ নাযাওঁতেই আন এক ধর্ষণকাণ্ড। দুই নৰপিশাচৰ কামনাৰ বলি এগৰাকী নাবালিকা ।ভুক্তভোগী নাবালিকাক নগাঁও চিকিৎসালয়ত ভর্তি ।ভুক্তভোগীৰ আত্মীয়ই ধিং থানাত দাখিল কৰিছে এজাহাৰ ।এজাহাৰ দাখিলৰ পিছতেই দুই ধৰ্ষণকাৰীক বিচাৰি আৰক্ষীৰ

মৎস্য ব্যৱসায়ী সকলৰ বাবে সুখবৰ।

মৎস্য ব্যৱসায়ী সকলৰ বাবে সুখবৰ। যিসময়ত নগাঁৱৰ পৰা উজনিলৈ মৎস্য ৰপ্তানি বন্ধু কৰাৰ বিতর্ক চলি আছিলে ঠিক অনুৰূপ সময়তে নগাঁৱৰ মৎস্য ৰাইজলৈ সোণাই পাইকাৰী মাছ বিক্ৰেতা এণ্ড কমিচন এজেন্টে লৈ আশাৰ বতৰা। আপুনি নগাঁৱৰ বাসিন্দা নেকি আৰু

গোৱাৰ সৌন্দৰ্য প্ৰতিযোগিতাত ডিগবৈৰ কনমানি ছাত্ৰী আৰিয়ানা মিঞ্জ ৰ সাফল্য।

গোৱাৰ সৌন্দৰ্য প্ৰতিযোগিতাত ডিগবৈৰ কনমানি ছাত্ৰী আৰিয়ানা মিঞ্জ ৰ সাফল্য । পানীখোৱা ৰ নিবাসী নৰেন মিঞ্জ আৰু এলবিনা ছিন্দ্ৰী মিঞ্জ ৰ একমাত্ৰ কন্যা আৰিয়ানা মিঞ্জে গোৱাত এন কে একাডেমী য়ে আয়োজন কৰা ফেচন ষ্টাৰ অৱ ইণ্ডিয়া প্ৰতিযোগিতাত

সদৌ অসম ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব লাভ কৰাৰ পিছতে বৃহস্পতিবাৰে জন্মভূমি কাৰ্বি…

সদৌ অসম ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব লাভ কৰাৰ পিছতে বৃহস্পতিবাৰে জন্মভূমি কাৰ্বি আংলঙত উপস্থিত হোৱা ছৰ্জুন হাঞ্চেক জিলাখনৰ বিভিন্ন স্থানত বিপুল আদৰণি জনায় কাৰ্বি আংলং জিলা ছাত্ৰ সন্থা, বিভিন্ন আঞ্চলিক ছাত্ৰ সন্থাৰ উপৰি

আজিৰ ৰাশি ফল…..

মেষ ৰাশি - পূৰ্ণ আৰু সন্তুষ্ট জীৱনৰ বাবে আপোনাৰ মানসিক দৃঢ়তা বৃদ্ধি কৰক। আপোনাৰ ঘৰৰ লগত জড়িত নিৱেশ আপোনাৰ বাবে লাভ কঢ়িয়াই আনিব। প্ৰয়োজনৰ সময়ত আপোনাৰ বন্ধুৰ সহযোগ লাভ কৰিব। নিজৰ প্ৰিয়জনৰ পূৰণি কথা বোৰৰ বাবে ক্ষমা কৰি দিয়ক ,যি আপোনাৰ

মণিপুৰ লৈ গৃহমন্ত্ৰী অমিত শ্বাহৰ মন্তব্যক লৈ মণিপুৰ প্ৰদেশ কংগ্ৰেছ কমিটীকে ধৰি স্থানীয় ৰাইজে গভীৰ…

মণিপুৰ ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে একো নাজানি বা বুঝি নোপোৱাকৈয়ে গৃহমন্ত্ৰীগৰাকীয়ে এটা সাক্ষাৎকাৰত কৈছে "যোৱা তিনিমাহ ধৰি মণিপুৰত আইন-শৃংখলা নিয়ন্ত্ৰিত হৈ আছে আৰু কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱা নাই" এই মন্তব্য সম্পূৰ্ণ ভুল আৰু

কচুৱাত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ কচুৱা আঞ্চলিক সমিতি গঠন ।

কচুৱাত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ কচুৱা আঞ্চলিক সমিতি গঠন । নগাঁও জিলাৰ কচুৱাত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ কচুৱা আঞ্চলিক সমিতি খন গঠন কৰা হয়।আমছুৰ নগাঁও জিলা সমিতিৰ নিৰ্দেশ মৰ্মে কচুৱা মাৰ্কাজ একাডেমিৰ