তৃতীয়বাৰৰ বাবে ‘চেম্পিয়নৰ চেম্পিয়ন’ ভাৰত; ২৫ বছৰৰ মধুৰ প্ৰতিশোধ
নিউজিলেণ্ডক ৪ উইকেটত পৰাস্ত কৰি ২০২৫ বৰ্ষৰ চেম্পিয়নছ ট্ৰফীৰ খিতাপ দখল কৰিলে ভাৰতে। ১২ বছৰৰ মূৰত ভাৰতে চেম্পিয়নছ ট্ৰফীৰ চেম্পিয়ন হয়। আনহাতে ক্ৰমাগতভাৱে দুটাকৈ বছৰত ভাৰতীয় দলে আই চি চিৰ সন্মানীয় খিতাপ দখল কৰিবলৈ সক্ষম হয়। ইয়াৰ!-->!-->!-->…