বি টি আৰৰ খোৰাঘাটৰ জয়পুৰ গাওঁত নিশা হোৱাৰ লগে— লগে চলে বনৰীয়া হাতীৰ তাণ্ডব
শেহতীয়াকৈ বি টি আৰৰ কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা বন প্ৰাধিকৰণৰ অধিনত থকা খোৰাঘাট জয়পুৰ গাওঁত নিশা হ'লে বনৰীয়া হতীৰ চলে ভয়ংকৰ তাণ্ডব ৷ বন বিভাগ ,বি টি আৰ চৰকাৰ , ৰাজ্য চৰকাৰ কিয় নিৰূভ। শ —শ বিঘা ধান খেতি বিভিন্নধৰণৰ শাক পাঁছলি বিনিষ্ট কৰে।!-->…