লামডিংৰ ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ

লামডিংৰ ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ প্ৰায় পাঁচ শতাধিক ১২ চকীয়া বাহন।ডিমাহাসাও জিলাত ১২ চকীয়া বাহনৰ প্ৰবেশত নিষিদ্ধ কৰাৰ ফলতে ৰাজ্য তথা বহিঃৰাজ্যৰ পৰা অহা প্ৰায় পাঁচ শতাধিক ১২চকীয়া বাহন লামডিংত আবদ্ধ হৈ আছে।জানিব পৰা মতে ডিমাহাছাও জিলাৰ

প্ৰাকৃতিক খেতিৰ বিষয়ে সজাগতা সভা

কামৰূপৰ গন্ধমৌৰ কিচমত বংশৰত প্ৰাকৃতিক খেতিৰ বিষয়ে অঞ্চলটোৰ খেতিয়ক সকলক লগত লৈ এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়নৰ্থ ইষ্ট প্ৰাকৃতিক এগ্ৰিবিজিনেচ প্ৰইভেট লিমিটেডৰ উদ্দোগত এই সজাগতা মুলক সভাখন অনুস্থিত কৰা হয়সজাগতা সভাখনত প্ৰাকৃতিক পদ্ধতিৰ

ৰাজ্যত নতুন নতুন কৌশলেৰে প্ৰৱঞ্চকে মেলিছে প্ৰৱঞ্চনাৰ জাল

ৰাজ্যত নতুন নতুন কৌশলেৰে প্ৰৱঞ্চকে মেলিছে প্ৰৱঞ্চনাৰ জাল। এইবাৰ সৰুপথাৰত ভূৱা আৰক্ষী পৰিদৰ্শকৰ নামলৈ এটা দুষ্ট চক্ৰই লুটিলে চুফাৰী ব্যৱসায়ীৰ পৰা নগদ ৭ লাখ টকা। সৰুপথাৰৰ অসম নগালেণ্ড সীমান্তৰ নাওজান নিতেজু বস্তিৰ ইনটাজ খান আৰু নিজকে আৰক্ষী

নাহৰকটীয়া চাচনি মৌজাৰ যুৱতীৰ ADRE পৰীক্ষা দিবলৈ গৈ ধমনত শোকাবহ পথদুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ।

অসম চৰকাৰৰ উদ্যোগত আজি অনুষ্ঠিত হোৱা অসম ডাইৰেক্ট ৰিক্ৰুইটমেন্ট পৰীক্ষা দিবলৈ গৈ পথ দুৰ্ঘটনাত আজি ইংৰাজী ১৫ চেপ্তেম্বৰত মৃত্যুক আকোৱালি লব লগীয়া হয় চাচনী এইগৰাকী উদিয়মান যুৱতীয়ে। চাচনী দেওঘৰীয়া গাৱঁৰ নিত্যা গগৈৰ একমাত্ৰ জিয়ৰী পৰশী গগৈয়ে

গোলকগঞ্জৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বৃহৎ পৰিমানৰ নিচাজাতীয় টেবলেট সহ দুজন সৰবৰাহকাৰীক আটক

গোলকগঞ্জৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বৃহৎ পৰিমানৰ নিচাজাতীয় টেবলেট সহ দুজন সৰবৰাহকাৰীক আটক। এক গোপন সুত্ৰৰ পম খেদি আজি ৰাতি ৮ মান বজাতধুবুৰী আৰক্ষীৰ অতিৰিক্ত অধীক্ষক দিপজ্যোতি তালুকদাৰৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটি দলে গোলকগঞ্জৰ উত্তৰ ৰায়পুৰৰ

গোসাইগাঁৱত আৰক্ষীৰ জিম্বাত যুবকৰ মৃত্যুক কেন্দ্ৰ কৰি পৰিস্থিতি উত্তপ্তঃ

আৰক্ষীৰ উপুৰ্যপুৰি আক্ৰমণৰ ফলত মৃত্যু হোৱাৰ অভিযোগঃ নিহত যুবকজন গোসাইগাঁও সদৰ চহৰৰ পাল পাৰাৰ বাসিন্দা প্ৰয়াত সুৰ্য দে’ৰ পুত্ৰ বাপী দে(৩৫):যুবক জন মানসিক ভাবে সামান্য বিকাৰগ্ৰস্ত আছিলঃআজি বিয়লিৰ ভাগত যুবকজন গোসাইগাঁও সদৰ চহৰৰ কলেজ ৰোডত এজন

ৰাশি ফল…

মেষ ৰাশি -ব্যস্ততা ভৰা দিন হোৱা স্বত্তেও আপোনাৰ স্বাস্থ্য আজি ভালে থাকিব। আজি আপোনাৰ তাত পৰ্যাপ্ত পৰিমাণৰ অৰ্থৰ লগতে মনত শান্তিও থাকিব। আপোনাৰ জীৱন সংগীৰ লগত অধিক বুজা-বুজি কৰিলে আপোনাৰ জীৱনত সুখ, সন্তুষ্টি আৰু সমৃদ্ধিৰ আগমণ হব। সুখ আৰু

দিল্লীৰ মুখ্যমন্ত্ৰী পদ এৰিব অৰবিন্দ কেজৰিৱালে

দিল্লীৰ মুখ্যমন্ত্ৰী পদ এৰিব অৰবিন্দ কেজৰিৱালে, মঙলবাৰে দাখিল কৰিব পদত্যাগ পত্ৰ । সকলোকে আচৰিত কৰি কেজৰিৱালে কৰিলে এই বৃহৎ ঘোষণা । জেলৰ পৰা ওলোৱা পাছতে এই ঘোষণা অৰবিন্দ কেজৰিৱালৰ। মঙলবাৰে পদত্যাগ পত্ৰ দাখিল কৰিব আপৰ মুৰব্বীগৰাকীয়ে।

নগাঁও টাটা মতৰ্চৰ সংবাদ মেল।

যি সময়ত মূল্যবৃদ্ধিয়ে কুঙা কৰিছে ৰাজ্যৰ জনসাধাৰণক ঠিক সেই সময়তে টাটা মতৰ্চে মূল্য বৃদ্ধিৰ বিপৰীতে হ্ৰাস কৰিছে বাহনৰ মূল্য । প্ৰায় ১লাখ ৮০হাজাৰ টকালৈকে এখন বহনৰ হ্ৰাস কৰা হৈছে মূল্য ।লগতে কেইবাটাও সুবিধা লাভ কৰিব। এই সুবিধা অৰ্থাৎ ৩১

নলবাৰী আৰু অসম বাসীৰ কাৰণে শুভ সংবাদ।

নলবাৰী আৰু অসম বাসীৰ কাৰণে শুভ সংবাদ। অসমৰ আগশাৰীৰ প্ৰতিষ্ঠান জয় জগন্নাথ টিভিএচ নলবাৰীয়ে আপোনালোকলৈ লৈ আহিছে বহুতো আকৰ্ষণীয় উপহাৰ । নলবাৰী স্থিত জয় জগন্নাথ TVS অৰ মেইন ডিলাৰৰ শ্বোৰুমত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সহস্ৰাধিক লোকৰ