আগমনীত সদৌ অসম জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্থাৰ ধুবুৰী জিলাৰ পূৰ্ণাঙ্গ সমিতি গঠন
আজিৰ এই সদৌ অসম জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্থাৰ ধুবুৰী জিলা সমিতিৰ সভাপতি হিচাপে সন্মানীয় নুৰুল হক চাহাবক নিৰ্বাচিত কৰে আৰু সম্পাদক হিচাপে ৰফিক আলী আকন্দক নিৰ্বাচিত কৰি ৪২ জনীয়া সমিতি হিচাপে লৈ ধুবুৰী জিলাৰ পূৰ্ণাঙ্গ সমিতি গঠন!-->…