নগাঁৱত সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত সচেতন নাগৰিক মঞ্চৰ চিন্তন সভা
ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিৰ সম্পৰ্কত সচেতন নাগৰিক মঞ্চ নগাঁৱতে দেওবাৰে নগাঁও জিলা পেঞ্চনাৰ ভৱনত এক চিন্তন সভা অনুষ্ঠিত কৰে। য'ত উপস্থিত থাকে নগাঁৱৰ সমাজ জীৱনৰ লগত জড়িত শিক্ষাবিদ, বুদ্ধিজীৱি, আইণঙ্গ, চিকিৎসক আৰু সমাজৱেক সকল। উক্ত চিন্তন!-->…