কাউণ্টডাউন ষ্টাৰ্ট! আজি ডুবাইত খিতাপ জয়ৰ লক্ষ্যৰে কিৱিবাহিনীৰ বিৰুদ্ধে অপ্ৰতিৰোধ্য ৰোহিত বিগ্ৰেড
আজি আই চি চি চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিব টীম ইণ্ডিয়াই। সমগ্ৰ বিশ্বৰ ক্ৰিকেট অনুৰাগীয়ে এই খেলখনৰ ওপৰত চকু।
আজিৰ এই মেচখনত বৰষুণে বিশেষ ভূমিকা পালন কৰিব পাৰে বুলি সকলো অনুৰাগী চিন্তিত। ইয়াৰ পূৰ্বেও ভাৰতৰ!-->!-->!-->!-->!-->…