বিশ্বনাথৰ বিহপুখুৰীত মঙ্গলবাৰে সন্ধ্যা প্ৰায় ৮ বজাত পথ দুৰ্ঘটনা সংঘটিত, গুৰুত্বভাবে আহত দুই যুৱকক…
বিশ্বনাথ জিলাৰ জিনজিয়া আৰক্ষী থানা অন্তৰ্গত বিহপুখুৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত এক মটৰচাইকেল আৰোহীয়ে ভুল পথেদি আহি এগৰাকী পথচাৰীক প্ৰচণ্ড জুৰে খুন্দা মাৰি দিয়াৰ পিচতে দুয়োজন গুৰত্বভাৱে আহত হয়। এই ঘটনা সংঘটিত হোৱা লগে লগে স্থানীয় ৰাইজে!-->…