নৈত গা ধুবলৈ গৈ সন্ধানহীন হৈ পৰে এজন ১৬বছৰীয়া কিশোৰl
নৈত গা ধুবলৈ গৈ সন্ধানহীন হৈ পৰে এজন ১৬বছৰীয়া কিশোৰ । শিলচৰ অন্নপূৰ্ণা ফেৰী ঘাট অঞ্চলত চাঞ্চল্যৰ সৃষ্টি হৈছে। শিলচৰ তাৰাপুৰৰ অন্নপূৰ্ণা ফেৰিঘাট অঞ্চলত দেখা গ’ল এক হৃদয়বিদাৰক ঘটনা। চৰম গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ মঙলবাৰে বন্ধুহকলৰ সৈতে বৰাক!-->…