কোকৰাঝাৰত মন্ত্ৰী ৰণোজ পেগুৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ ।

কোকৰাঝাৰত মন্ত্ৰী ৰণোজ পেগুৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ । অসমৰ জনজাতি পৰিক্ৰমা মন্ত্ৰী ডঃ ৰণোজ পেগুৱে নাথ যোগী জনগোষ্ঠীৰ জনজাতিকৰনৰ আবেদন কৰা নাই বুলি শৰৎকালীন অধিবেশনত প্ৰকাশ কৰাত ক্ষোভিত । জনজাতিকৰন নাথ যোগী জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া দাবী ।

দলৈগাঁও সমবায় সমিতিৰ সাধাৰণ সভা অনুষ্ঠিত।

দলৈগাঁও সমবায় সমিতিৰ সাধাৰণ সভা অনুষ্ঠিত। আজি মৰিগাঁও জিলাৰ দলৈগাঁও সমবায় লিমিটেডৰ এখনি সাধাৰণ সভা অনুষ্ঠিত হৈ যায়। কছাৰীগাঁও প্ৰাথমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হোৱা সাধাৰণ সভাত সমিতিৰ দীৰ্ঘকালীন পৰিকল্পনা আৰু আয়-ব্যয় বাজেট গ্ৰহণ।

বজ্রপৰি এগৰাকী ৫৫ বছৰীয়া লোকৰ মৃত্যু

মৰিগাওঁ জিলাৰ মিকিৰভেটা থানাৰ অন্তৰ্গত ঠেংখালি গাঁৱৰ হাৰুণ আলী নামৰ ব্যক্তিজন আজি পথাৰত কাম কৰিবলৈ যায় আৰু কাম কৰি পথাৰৰ এটা জুপুৰি ঘৰত জিৰণি লোৱাৰ সময়তেই প্ৰচণ্ড ঢেৰেকণি পৰি সম্পূৰ্ণ ঘৰখন জ্বলি যায় আৰু মানুহ জনো থিতাতে মৃত্যু হয়।*ওচৰত

যোৰহাটত পুনৰ এক ঘৃণনীয় কাণ্ড

যোৰহাটত পুনৰ এক ঘৃণনীয় কাণ্ড এজন ব্যক্তি অসৎ কৰ্মত লিপ্ত হ'ল দুগৰাকী কণমানিৰ সৈতে ঘৰত কোনো নথকাৰ সুযোগত এই লম্পত টোৱে অসৎ কৰ্মত লিপ্ত হয় পুৰণা চিভিলত কৰ্মৰত অশোক বাল্মিকী নামৰ এজন ব্যক্তিয়ে সংঘটিত কৰে এই ঘৃণনীয় কাণ্ড ৰাইজে উত্তম মাধ্যম

মায়ঙত সংঘটিত হৈছে এক জঘন্য মাৰপিটৰ ঘটনা

মায়ঙত সংঘটিত হৈছে এক জঘন্য মাৰপিটৰ ঘটনা সাত আঠ জনীয়া দল এটাই যোৱা কালি আক্ৰমণ কৰে এজন লোকক ৷ ৰাতিপুৱা নামাজত যোৱাৰ সময়ত সংঘটিত হয় এই ঘটনা ৷ মৰিগাঁও জিলাৰ মায়ং থানাৰ অন্তৰ্গত বৰকুৰানী গাৱৰ আব্দুল কাদিৰক আক্ৰমণ ৭/৮ জনীয়া দলৰ ৷ জানিব পৰামতে

নগাঁৱৰ কচুৱাৰ উজানমাৰিত অঘটন।

নগাঁৱৰ কচুৱাৰ উজানমাৰিত অঘটন। বৰপানী নদী পাৰ হোৱাৰ সময়ত উটি গল এগৰাকী ব্যক্তি। কচুৱাৰ উজানমাৰিৰ বালিচৰাত শনিবাৰে নিশা সংঘটিত হৈছে এই ঘটনা। দুৰ্গম ঠাই আৰু দলং নথকাৰ বাবে নিশা আগুৱাই নিবলৈ ভাতৃয়ে ফোন কৰি মাতিছিল দেউতাক আৰু জ্যেষ্ঠ ভাতৃ

মহানগৰী সাতগাও থানাৰ অন্তৰ্গত পানীতলত ভূ মাফিয়াৰ তাণ্ডব।

মহানগৰী সাতগাও থানাৰ অন্তৰ্গত পানীতলত ভূ মাফিয়াৰ তাণ্ডব। আমবাৰী আব্দুল ৰহমান পথত দেওবাৰে পুৱাৰ ভাগত যুৱক যুৱতীৰ নেতৃত্বত অৰ্দ্ধ শতাধিক ভু মাফিয়াৰ দলৰ সন্ত্ৰাস। অভিযোগ অনুসৰি ইব্ৰাহিম আলীৰ ঘৰত বলপূৰ্বক ভাৱে ভূ মফিয়াৰ দলে প্ৰৱেশ কৰি

সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উদ্যোগত, মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ গায়ক গায়িকা সকলৰ মাজত ভূপেন্দ্ৰ…

সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উদ্যোগত, মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ গায়ক গায়িকা সকলৰ মাজত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা, নাহৰকটীয়া মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আজি ইংৰাজী ১ চেপ্তেম্বৰ দেওবাৰে সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উদ্যোগত নাহৰকটীয়া

মিৰ্জাত নৃত্য, জুম্বা অভিনয়ৰ প্ৰশিক্ষণ কেন্দ্ৰ মুকলি।

মিৰ্জাত নৃত্য, জুম্বা অভিনয়ৰ প্ৰশিক্ষণ কেন্দ্ৰ মুকলি। শনিবাৰে দক্ষিণ কামৰূপৰ মিৰ্জাত জনপ্ৰিয় নৃত্য শিল্পী তথা এটম ষ্টাৰ ডাঞ্চ গ্ৰুপৰ স্বতাধিকাৰী দক্ষিণ কামৰূপৰ লোহাৰঘাটৰ অশ্যূত দাসৰ প্ৰচেষ্টাত ষ্টুডিঅ' এটম ষ্টাৰ নামেৰে নৃত্য, জুম্বা

পুনৰ কাঠভৰ্ত্তি চাৰিচকীয়া বাহন জব্দ পশ্চিম কাৰ্বি আংলংত।

পুনৰ কাঠভৰ্ত্তি চাৰিচকীয়া বাহন জব্দ পশ্চিম কাৰ্বি আংলংত।হয়, পশ্চিম কাৰ্বি আংলংৰ জিৰক্ৰিনদিং ৰ ৰঙাপাম নামৰ ঠাইৰ পৰা খেৰনী বনবিভাগে জব্দ কৰে এখন কুণ্ডা ভৰ্ত্তি নম্বৰবিহীন চাৰিচকীয়া বাহন।খেৰনী বনবিভাগৰ মতে জব্দ হোৱা বাহন খনত অনুমানিক ২০