বিহালীৰ ভিমদঙাত ৩ মহীয়া হাতী পোৱালি উদ্ধাৰ ।

বিহালীৰ ভিমদঙা ত হাতী পোৱালি উদ্ধাৰ ।যোৱা নিশা হাতীৰ জাকত মা ক পৰা এৰা খাই ভিমদঙা social forestry ত ৰৈ যায় । উদ্ধাৰ হোৱা হাতী পোৱালি তো প্ৰায় ৩ মহীয়া হ'ব। ঘটনা স্থলীত বন বিভাগৰ লোক সকলৰ উপস্থিত হৈ হাতী পোৱালি তো উদ্ধাৰ বাবে যাৱতীয়

আজিৰ ৰাশিফল…..

মেষ ৰাশি - সতেজ অনুভৱ কৰিবৰ বাবে ভালদৰে বিশ্ৰাম কৰক। আজি মাটি বা আন কোনো সম্পত্তিৰ ওপৰত বিনিয়োগ কৰাটো আপোনাৰ বাবে মাৰাত্মক হব পাৰে । যিমান পাৰে এইবোৰ বস্তুৰ ওপৰত নিৱেশ কৰাৰ পৰা দূৰত থাকক। আজিৰ দিনটো আনন্দৰে ভৰা হ'ব ,কাৰণ আপোনাৰ জীৱন সংগী

নগাঁৱত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিশাল সাংস্কৃতিক শোভাযাত্ৰা।

নগাঁৱত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিশাল সাংস্কৃতিক শোভাযাত্ৰা। পৰিষদৰ কেন্দ্ৰীয় মধ্যকালিন প্ৰতিনিধি সভা উপলক্ষ্যে এই সাংস্কৃতিক শোভাযাত্ৰা। অসমৰ কৃষ্টি সংস্কৃতিৰ সমৃদ্ধ বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি প্ৰদৰ্শন। তিনি সহস্ৰাধিক লোকৰ

স্মাৰ্ট মিটাৰৰ বিৰূদ্ধে খাৰুপেটীয়াত কংগ্ৰেছৰ প্ৰতিবাদ খাৰুপেটীয়া বিদ্যুৎ সংমণ্ডল কাৰ্যালয়ত উত্তাল…

স্মাৰ্ট মিটাৰৰ বিৰূদ্ধে খাৰুপেটীয়াত কংগ্ৰেছৰ প্ৰতিবাদ খাৰুপেটীয়া বিদ্যুৎ সংমণ্ডল কাৰ্যালয়ত উত্তাল প্ৰতিবাদ। স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত খাৰুপেটীয়াত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ । দলগাও সমষ্টিৰ কংগ্ৰেছ কৰ্মীৰ প্ৰায় সহশ্ৰাধীক কৰ্মীয়ে হাতে হাতে

যোৰহাটৰ নিমাতী ঘাটত ভয়ংকৰ দুৰ্ঘটনাl

যোৰহাটৰ নিমাতী ঘাটত ভয়ংকৰ দুৰ্ঘটনা। চেলফি লবলৈ নাওৰ পৰা ব্ৰহ্মপুত্ৰত পৰিল এজন যুৱক। যুৱক জনক বচাবলৈ আন দুজন যুৱকেও ব্ৰহ্মপুত্ৰত দিয়ে জাপ। তিনিওজনে ব্ৰহ্মপুত্ৰৰ পানীত ককবকাই থকা অৱস্থাত খবৰ দিয়া হয় এন ডি আৰ এফ আৰু এচ ডি আৰ এফ বাহিনীক। এন ডি

আজি পোন্ধৰ টা দিন উকলি গল কিন্তু আজি পৰ্যন্ত চোৰ কৰায়ত্ত কৰিবলৈ সক্ষম নহল তিতাবৰ আৰক্ষী।

আজি পোন্ধৰ টা দিন উকলি গল কিন্তু আজি পৰ্যন্ত চোৰ কৰায়ত্ত কৰিবলৈ সক্ষম নহল তিতাবৰ আৰক্ষী।অসম আৰক্ষীয়ে আশ্বাসতে অতিবাহিত কৰিলে সময়। তিতাবৰ জালুকণিবাৰী বাঢ়ৈবাৰী গাঁওত চুৰি কাণ্ড ঘটনা সংঘটিত হৈছিল। ঘৰত কোনো নথকাৰ সুযোগ লৈ ৰঞ্জন মহন্ত আৰু

আজি আগমনীৰ অন্তৰ্গত শিল কুৰিৰ্পাৰ সমিপত ঝাপুচাবাৰী ১ম খণ্ড শিৱ মন্দিৰত এক জঘন্য ঘটনা সংঘটিত হৈছেl

আজি আগমনীৰ অন্তৰ্গত শিল কুৰিৰ্পাৰ সমিপত ঝাপুচাবাৰী ১ম খণ্ড শিৱ মন্দিৰত এক জঘন্য ঘটনা সংঘটিত হৈছে । মোনাৰ ভিতৰত গো মাংস ভৰাই শিব মন্দিৰৰ ভিতৰত থলে কোনো দুষ্কৃতি কাৰী । গো মাংস টোপোলাৰ ভিতৰত এখন চিটি পোৱা গৈছে। এই চিটিৰ ভিতৰত কেইবাজনৰো নাম

ৰাজ্যজুৰি অব্যাহত আছে স্মাৰ্ট মিটাৰক লৈ প্ৰতিবাদ

ৰাজ্যজুৰি অব্যাহত আছে স্মাৰ্ট মিটাৰক লৈ প্ৰতিবাদ দল সংগঠনৰ লগতে ৰাইজৰ প্ৰতিবাদ ৰাজ্যৰ চৌদিশে সমান্তৰাল কৈ মহানগৰীৰ চন্দ্ৰপুৰটো শনিবাৰে ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ ৰাইজৰ আহ্বানত চন্দ্ৰপুৰৰ প্ৰাগজ্যোতিষপুৰ আৰক্ষী থানাৰ সমীপত ৰাইজে

কাৰ্বি আংলঙৰ মৰ্ণিং ষ্টাৰ ফুটবল ক্লাবে এইবাৰ পোন প্ৰথমবাৰৰ বাবে আই লীগ-৩ ফুটবল প্ৰতিযোগিতাত অংশগ্ৰহন…

কাৰ্বি আংলঙৰ মৰ্ণিং ষ্টাৰ ফুটবল ক্লাবে এইবাৰ পোন প্ৰথমবাৰৰ বাবে আই লীগ-৩ (I League-3) ফুটবল প্ৰতিযোগিতাত অংশগ্ৰহন কৰিব। অসমৰ একমাত্ৰ ফুটবল দল হিচাপে প্ৰতিযোগিতাখনত মৰ্ণিং ষ্টাৰ ফুটবল ক্লাবে অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰাত কাৰ্বি আংলংবাসীয়ে

বোকাজানৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু জিনবাবা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ২৭আগষ্ট তাৰিখৰ পৰা আৰম্ভ কৰা…

নিপুন ভাৰত মিছনে ২০২৬-২০২৭ চনৰ ভিতৰত তৃতীয় শ্ৰেণীৰ অন্তত প্ৰত্যেক শিক্ষাৰ্থীয়ে যাতে বুনিয়াদী সাক্ষৰতা আৰু সাংখিকতাৰ দক্ষতা আহৰণ কৰিব পাৰে সেই লক্ষ্যত উপনীত হোৱাৰ পৰিকল্পনা কৰিছে।তাৰ ফলস্বৰূপে ৰাজ্যৰ ভিন্ন প্ৰান্তত শিক্ষাগুৰু সকলক বিশেষ