কচুৱাৰ জুৰিৰপাৰত নৈশ কাবাডী খেল প্ৰতিযোগিতা সম্পন্ন।
নগাঁও জিলাৰ কচুৱাৰ জুৰিৰপাৰত জুৰিৰপাৰ যুৱ মঞ্চৰ উদ্যোগত এক কালিন নৈশ কাবাডী খেল প্ৰতিযোগিতাৰ আয়োজন কৰে। শুকুৰবাৰে নিশা অনুষ্ঠিত হয় উক্ত খেলখন। ১২খন দলে অংশগ্ৰহণ কৰা উক্ত খেলখনত নগাঁও এল ডি চি কাবাডী দল বনাম ডুন জুৰিৰপাৰ কাবাডী দলৰ মাজত!-->…