আজি কেংগাৰুবাহিনীৰ বিৰুদ্ধে টীম ইণ্ডিয়া, ২:৩০ বজাৰ পৰা আৰম্ভ মেচ
আজি অনুষ্ঠিত হ’ব চেম্পিয়নছ ট্ৰফী ২০২৫ৰ প্ৰথমখন ছেমি ফাইনেল। এই খেলখনত ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ দলৰ মাজত হ’ব।
বহুতৰ মতে, এই মেচত অষ্ট্ৰেলিয়াক পৰাস্ত কৰাটো ভাৰতীয় দলৰ বাবে একেবাৰেই সহজ নহ’ব।!-->!-->!-->!-->!-->…