লক্ষীপুৰত মা মনসাৰ পূজাক কেন্দ্র কৰি কেতিয়াও নেদেখা পৰিবেশ কেমেৰাত বন্দি l

লক্ষীপুৰত মা মনসাৰ পূজাক কেন্দ্র কৰি কেতিয়াও নেদেখা পৰিবেশ কেমেৰাত বন্দি l কাছাৰৰ লক্ষীপুৰত মা মনসাৰ পূজাক কেন্দ্র কৰি উকলমাখল পৰিবেশ পৰিলক্ষিত হৈছে l শ্রমিক অধ্যুষিত ছোটমামদা গাঁৱত পৰিলক্ষিত হৈছে পৰিবেশটাে l মা মনসাৰ পূজাক কেন্দ্র কৰি

ডিগবৈত আপৰ বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠান আয়োজন।

ডিগবৈত আপৰ বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠান আয়োজন। আগন্ত পঞ্চায়ত নিৰ্বাচনত অকলেই প্ৰতিদণ্ডিতা কৰিব আপে। ডিগবৈ গোলাইৰ হোটেল হেৰিটেজত অনুষ্ঠিত আপৰ যোগদান কাৰ্যসূচীত স্থানীয় সচেতন যুৱক চন্দন কোঁৱৰ, ধীৰাজ লাহন, শান্তনু দৈমাৰী সহ প্ৰায়

সৰুপথাৰ সমষ্টিৰ বৰপথাৰত চলিছে অবৈধ বালি মহল । আৰু এই অবৈধ বালিকে টিপি অবিহনে বিক্ৰী কৰি মুনাফা…

সৰুপথাৰ সমষ্টিৰ বৰপথাৰত চলিছে অবৈধ বালি মহল । আৰু এই অবৈধ বালিকে টিপি অবিহনে বিক্ৰী কৰি মুনাফা লুটিছে বালি মাফিয়াই । বৰপথাৰ খণ্ড বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত শিমলু চাপৰিত ধনশিৰি নদীৰ পৰা অবৈধভাৱে প্ৰতিদিনেই মেচিনেৰে বালি উঠাই বিক্ৰী কৰি

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ , নাহৰকটীয়া আঞ্চলিক সমিতি সপ্তদশ দ্বি বাৰ্ষিক অধিবেশনৰ প্ৰতিনিধি…

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ , নাহৰকটীয়া আঞ্চলিক সমিতি সপ্তদশ দ্বি বাৰ্ষিক অধিবেশনৰ প্ৰতিনিধি সভা সম্পূৰ্ণ ধৰমশালা ত নতুন সমিতি গঠন। ডিব্ৰুগড় জিলাৰ সমিতিৰ সভাপতি উদয়ন বৰুৱা। আজি ইংৰাজী ১৯ আগষ্ট, দেওবাৰে নাহৰকটীয়া ধৰমশাল ত,

ৰাজ্যৰ ৫ বিধানসভা সমষ্টিৰ বাবে উপ নিৰ্বাচনৰ দিন ঘোষণা হোৱা নাই যদিও বিহালীত বলি আছে নিৰ্বাচনী বতাহ ৷

ৰাজ্যৰ ৫ বিধানসভা সমষ্টিৰ বাবে উপ নিৰ্বাচনৰ দিন ঘোষণা হোৱা নাই যদিও বিহালীত বলি আছে নিৰ্বাচনী বতাহ ৷ বিহালী বিধান সভা সমষ্টিৰ উপ নিৰ্বাচনৰ দায়িত্ব লাভ কৰা মন্ত্ৰী পিযুচ হাজৰিকাই আজি সমষ্টিটোৰ বিহালী আৰু বাঘমৰা মণ্ডলত দুখনকৈ সাংগঠনিক সভাত

যাদুৰ নগৰী মায়ঙত আজি ইন্দ্রজাল যাদু মহোৎসৱলত দেশ-বিদেশৰ পৰ্যটকেৰে উদুলিমুদুলি পৰিবেশ

যাদুৰ নগৰী মায়ঙত আজি ইন্দ্রজাল যাদু মহোৎসৱলত দেশ-বিদেশৰ পৰ্যটকেৰে উদুলিমুদুলি পৰিবেশ ইন্দ্রজাল যাদু মহোৎসৱত । জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ লগতে মৰিগাঁও জিলাৰ আৰক্ষী অধিক্ষকৰ নেতৃত্বত জিলা প্ৰশাসনৰ বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰী সকলো

শিৱসাগৰত অসম আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ ৰূদ্ধদ্বাৰ বৈঠকৰসমাপ্তি

অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান হৰমিৎ সিঙৰ উপস্থিতিত পৰ্যালোচনা সভা | লগত আই জিপি পাৰ্থ সাৰথি মহন্ত | সভাত সিঙে অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ময়িদুল ইচলামক হেড হিচাপে লৈ এচ আই টি গঠন কৰা হৈছে বুলি জানিবলৈ দিয়ে | আনহাতে

উত্তৰ গুৱাহাটী অভয়পুৰৰ অসহায় এটি পৰিয়ালে নিজৰ পৈতৃক সম্পত্তিৰ বাবে খাইজে হাবাঠুৰি।

যতিন হাজৰিকা আৰু তেখেতৰ পত্নীৰঅভিযোগ অনুসৰি গুৱাহাটী উত্তৰ গুৱাহাটী সঙযোগি দলঙ নিৰ্মাণৰ বাবদ তেওঁলোকৰ ১২ লেচা মাটি অধিগ্ৰহণ হয় । আৰু ১২ লেচা মাটিৰ অধিগ্ৰহণৰ হোৱাৰ বাবদ পৰিয়ালটোৱে ১৩ লাখ টকা পাইছিল , কিন্ত পৰিয়ালটোৰ অভিযোগ অনুসৰি ১২ লেচা

কোকৰাঝাৰ জিলাৰ ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ অধীনৰ চৌধুৰীঘাটত নিৰুদেশ হোৱা অভিজিত সৰ্কাৰৰ চাৰিদিন অতিক্ৰম…

অসম আৰক্ষী SDRF বাহিনীৰ উদ্ধাৰ অভিযান অব্যাহত। ঊল্লেখ্য যে গোসাইগাওঁৰ কচুগাওঁ‌ বজাৰৰ অভিজিত সৰ্কাৰ নামৰ ব্যক্তিজন যোৱা ১৫ আগষ্ট বৃহস্পতিবাৰ দিনা নিজৰ পৰিয়ালৰসৈতে পিকনিক উদযাপন কৰিবলৈ গৈছিল ৰাইমনাৰ চৌধুৰীঘাটত। এই সময়ত সংকোষ নদীত গা

শিৱসাগৰৰ জয়সাগৰত দিনক দিনে বৃদ্ধি পাইছে কৃত্ৰিম বানপানীৰ সমস্যা

শিৱসাগৰৰ জয়সাগৰত দিনক দিনে বৃদ্ধি পাইছে কৃত্ৰিম বানপানীৰ সমস্যা কৃত্ৰিম বানৰ ফলত বহু পৰিয়ালে বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হোৱাৰ উপৰিও চিপাহী গাঁৱৰ মূল পথ আৰু নাজিৰা সংযোগী বৰ আলি বিধ্বস্ত হৈ পৰিছে | যদিও নীৰৱ দৰ্শক প্ৰশাসন, লোক নিৰ্মাণ