বেচামাৰীত চোৰৰ বিৰুদ্ধে আৰক্ষীৰ সফল অভিযান।

নগাওঁ জিলাৰ ধিং থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অদিত বড়ো আৰু আহোম গাঁও আৰক্ষী চকীৰ অপূৰ্ব বৰা,বাবুল বৰাই এক আঁঠু পানীৰ মাজেৰে গৈ যৌথ অভিযান চলাই দুগৰাকী মহিলা গভাইত চোৰক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে,যোৱা দীৰ্ঘদিন ধৰি চুৰিকাণ্ডৰ লগতে

গুৱাহাটী মহানগৰীৰ আজাৰাত লাভ জেহাদৰ বিৰুদ্ধে প্ৰতিবাদি কাৰ্য্যসূচী।

ৰাজ্যত পুনৰ সংঘটিত হৈছে লাভ জেহাদৰ ঘটনা। গুৱাহাটী মহানগৰীৰ আজাৰাত সংঘটিত হৈছে লাভ জেহাদৰ ঘটনা। হিন্দু যুৱতীক মুছলমান যুবকে অপহৰণ কৰি নিয়াৰ অভিযোগ পৰিয়ালৰ। আজাৰা হাটখোৱাপাৰাৰ পৰম আলি নামৰ এজন যুৱকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। যোৱা

মৈৰাবাৰীত ৰাইজে আটক কৰিলে ড্ৰাগছ সৰবৰাহকাৰী পুৰুষ-মহিলাক।

মৈৰাবাৰীত ৰাইজে আটক কৰিলে ড্ৰাগছ সৰবৰাহকাৰী পুৰুষ-মহিলাক। আজি বিয়লি নগাঁও জিলাৰ ধিং আৰক্ষী থানাৰ এটি অভিযানকাৰী দলে অভিযান চলাই ধিং-মৈৰাবাৰী গৰকাপ্তানী পথত নগাঁৱৰ আহি থকা এটি বাছত অভিযান চলাই চাৰিটা ড্ৰাগছ ভৰ্তি কণ্টিনাৰ সহ এগৰাকী

দক্ষিণ কামৰূপৰ ঐতিহ্যমণ্ডিত দখলা পাহাৰস্থিত শ্ৰীশ্ৰীবুঢ়াগোহাঁই থানত উপস্থিত জগতগুৰু শংকৰাচাৰ্য…

প্ৰৰ্যটকক আকৰ্ষিত কৰা দক্ষিণ কামৰূপৰ ঐতিহ্যমণ্ডিত দখলা পাহাৰস্থিত শ্ৰীশ্ৰীবুঢ়াগোহাঁই থানত শনিবাৰে উপস্থিত হয় গোৱৰ্ধন পীঠ পুৰীৰ জগতগুৰু শংকৰাচাৰ্য শ্ৰীশ্ৰীঅধ্যাক্ষজানন্দ তীৰ্থ মহাপ্ৰভু৷ ঐতিহ্যমণ্ডিত দখলা পাহাৰত অনুস্থিত কৰা মা মনষা

স্মাৰ্ট মিটাৰৰ আতিশয্য, অভাৱনীয় বিদ্যুত মাছুল বৃদ্ধি আৰু অনিয়মীয়া বিদ্যুৎ যোগানৰ প্ৰতিবাদত।

অনতিবিলম্বে চৰকাৰ তথা বিদ্যুৎ বিভাগক স্মাৰ্ট মিটাৰ, বৰ্ধিত বিদ্যুৎ মাছুল আৰু অনিয়মীয়া বিদ্যুৎ যোগানৰ ক্ষেত্ৰত ব্যৱস্থা লোৱাৰ হুংকাৰ। বিশ্বনাথ: ১৭ আগষ্ট: সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সদৌ বিশ্বনাথ জিলা ছাত্ৰ সন্থাই বিশ্বনাথ

তিনিচুকীয়া দুলীয়াজান পথৰ কাষতে অৱস্থিত ঐতিহাসিক টিলিঙা মন্দিৰ।

তিনিচুকীয়া ৰ টিলিঙা মন্দিৰত শাওন মাহৰ কোনোবা এটা দিনত।। তিনিচুকীয়া দুলীয়াজান পথৰ কাষতে অৱস্থিত ঐতিহাসিক টিলিঙা মন্দিৰ। এই পবিত্ৰ মন্দিৰলৈ দূৰ দূৰণিৰ পৰা ভক্ত প্ৰাণ ৰাইজে মনৰ আশা পূৰণ কৰিব লৈ সেৱা আগবঢ়ায় । অসমৰ বাহিৰৰ পৰা ও ভক্ত আহি

নগাঁৱত ভূৱা বেংক প্ৰতিষ্ঠানৰ পৰিচালকক গ্ৰেপ্তাৰ।

নগাঁৱত ভূৱা বেংক প্ৰতিষ্ঠানৰ পৰিচালকক গ্ৰেপ্তাৰ। লাখ লাখ টকা আত্মসাৎ। নগাঁৱত ভূৱা বেংক প্ৰবঞ্চক গ্ৰেপ্তাৰ | নগাঁও আৰক্ষীয়ে নগাঁও চহৰৰ আজাদ নগৰৰ পৰা গ্ৰেপ্তাৰ কৰে প্ৰৱঞ্চকটোক | প্ৰৱঞ্চকটো জাজৰিৰ আফতাৰ হুছেইন | প্ৰৱঞ্চকটোৱে নগাঁও চহৰৰ

সদৌ গুৱাহাটী(মহানগৰ)জিলা ছাত্ৰ সন্থাৰ

সদৌ গুৱাহাটী(মহানগৰ)জিলা ছাত্ৰ সন্থাৰবিদ্যুৎতৰ অভাৱনীয় মাছুল বৃদ্ধি আৰু অনিয়মীয়া যোগানৰ প্ৰতিবাদত বিক্ষোভ কাৰ্যসূচী হাতত লয়। শক্তি বিভাগ হায় হায়, স্মাৰ্ট মিটাৰৰ অতিশয্য বন্ধ কৰক এই শ্লো- গানেৰে শ্বহীদ ভৱনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে।

বাংলাদেশত হিন্দুৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে নগাঁৱত বিক্ষোভ প্ৰদৰ্শণ।

বাংলাদেশত হিন্দুৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে নগাঁৱত বিক্ষোভ প্ৰদৰ্শণ। বাংলাদেশত হিন্দুৰ ওপৰত হোৱা অত্যাচাৰৰ আৰু মঠ মন্দিৰ ধবংসৰ প্ৰতিবাদত শনিবাৰে নগাঁৱৰ হিন্দু মিলন মন্দিৰত এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে। ভাৰত সেৱাশ্ৰম সংঘ আৰু

শিলচৰ মেডিকেল চিকিৎসা মহাবিদ্যালয়ত কনিষ্ঠ চিকিৎসকৰ আন্দোলন অব্যাহত

শিলচৰ মেডিকেল চিকিৎসা মহাবিদ্যালয়ত কনিষ্ঠ চিকিৎসকৰ আন্দোলন অব্যাহত l কলকাতাৰ আৰ জি কাৰ চিকিৎসা মহাবিদ্যালয়ৰ মহিলা চিকিৎসক হত্যাৰ প্ৰতিবাদআৰু শিলচৰ চিকিৎসা মহাবিদ্যালয়ত কৰ্মৰত চিকিৎসকহকলৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে এক ঐক্যবদ্ধ আন্দোলন