নাজিৰাৰ মাদুৰী চাহ বাগিচাত নাহৰফুটুকী বাঘ পিঞ্জৰাৱদ্ধ।

নাজিৰাৰ মাদুৰী চাহ বাগিচাত নাহৰফুটুকী বাঘ পিঞ্জৰাৱদ্ধ।দীৰ্ঘদিন ধৰি নাজিৰাৰ মাদুৰি চাহ বাগিচা এলেকাত নাহৰফুটুকী বাঘে বহু পৰিয়ালৰ গৰু , ছাগলী নিধন কৰাৰ লগতে যোৱা ৯ আগষ্টত জয় পানিকা নামৰ শ্ৰমিকজনে বাগিচাত কাম কৰি থকা অৱস্থাত বাঘে আক্ৰমণ কৰি

খাৰুপেটীয়াত ভয়াবহ অগ্নিকাণ্ড ।

খাৰুপেটীয়াত ভয়াবহ অগ্নিকাণ্ড । ক'লা ধোৱাই ছানি ধৰি খাৰুপেটীয়া নগৰ । প্ৰায় দুঘন্টা ধৰি অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নোমোৱলৈ চেষ্টা চলাইছে । খাৰুপেটীয়াত ভয়াৱহ অগ্নি কাণ্ডৰ ঘটনা ।খাৰুপেটীয়া নগৰ স্থিত M Bazar 'ৰ ওপৰ মহলাৰ এখন

পশ্চিমবংগত সংঘটিত ধৰ্ষণ কাণ্ডৰ বিৰোধিতাৰে হোজাইত ডঃ আৰু কৰ্মচাৰীৰ প্ৰতিবাদ।

পশ্চিমবংগত সংঘটিত ধৰ্ষণ আৰু হত্যাকাণ্ডৰ দৰে জঘন্য কাণ্ডৰ বিৰোধিতাৰে দেশজুৰি তীব্ৰ চাঞ্চল্যৰ লগতে প্ৰতিবাদমুখী পৰিস্থিতি। উক্ত জঘন্য কাণ্ডৰ বিৰোধিতাৰে হোজাইত ডাক্তৰ আৰু কৰ্মচাৰীৰ প্ৰতিবাদ। দেশৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ আপাতকালীন চিকিৎসা

১৮ মাহত নতুন ৰূপত নিৰ্মাণ হব যোৰহাট চকবজাৰ, মুখ্যমন্ত্ৰীৰ তৎপৰতা ভূমি পূজন

১৮ মাহত নতুন ৰূপত নিৰ্মাণ হব যোৰহাট চকবজাৰ : মুখ্যমন্ত্ৰীৰ তৎপৰতা : ভূমি পূজন : অগ্নিত জাহ গৈছিল বজাৰ খন:যোৰহাটৰ ঐতিহ্যমণ্ডিত চক বজাৰ ন ৰূপত নির্মাণ হৈ উঠিব। প্ৰায় ৪৪ কোটি টকা ব্যয়েৰে নিৰ্মাণ হব লগীয়া বজাৰ খনৰ কাম ১৮ মাহৰ ভিতৰত সম্পূৰ্ণ

পশ্চিমবংগত চিকিৎসকক ধৰ্ষণ কৰি হত্যা কৰাৰ প্ৰতিবাদত আজি ৰাজ্য জুৰি কৰ্ম বিৰতি হাজাৰ হাজাৰ চিকিৎসকৰ

পশ্চিমবংগত চিকিৎসকক ধৰ্ষণ কৰি হত্যা কৰাৰ প্ৰতিবাদত আজি ৰাজ্য জুৰি কৰ্ম বিৰতি হাজাৰ হাজাৰ চিকিৎসকৰ l ইয়াৰ লগত সংগতি ৰাখি আজি উত্তৰ গুৱাহাটীস্হিত GNRC চিকিৎসালৰ মুখ্য দুৱাৰৰ সন্মুখত চিকিৎসক সকলে ৰূপায়ন কৰে প্ৰতিবাদী কাৰ্যসূচী । আজি

পশ্চিমবঙ্গত যি হত্যাকাণ্ড বা ধৰ্ষণ কৰা ঘটনা

যোৱা ৯তাৰিখে পশ্চিমবঙ্গত যি হত্যাকাণ্ড বা ধৰ্ষণ কৰা ঘটনা সংগঠিত হৈছিল যদিও আজি পৰ্যন্ত কোনোধৰণৰ দোষীৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হোৱা নাই তাৰ বাবে দেখা গৈছে সমগ্ৰ ভাৰতবৰ্ষৰ লগত আজি যোৰহাট চিকিৎসা মহাবিদ্যালয়ত সকলো ডক্টৰ দোষীক কঠোৰতম্ শাস্তি

শিলচৰত পথৰ দাবিত পথ অবৰোধ ৰাইজৰ l

শিলচৰত পথৰ দাবিত পথ অবৰোধ ৰাইজৰ । দীৰ্ঘদিন ধৰি শিলচৰ মেডিকেল ৰোড বেহাল হৈ আছে । পথৰ মাজত সৃষ্টি হৈছে পুখুৰী সহ গাত । প্ৰতিদিন সংগঠিত হৈ আছে দূৰ্ঘটনা । ঝুঁকি লৈ যানবাহন লৈ যাতায়াত কৰিব লাগে সকলৰ । মেডিকেল কলেজ , এনআইটি , বিশ্ববিদ্যালয়ত

দেবীতোলা উন্নয়ন খণ্ডৰ বৰাইবাৰী গাওঁ পঞ্চায়তত দৃৰ্নীতিৰ ভৃৱা অভিযোগঃ সচেতন মহলত তীব্ৰ প্ৰতিক্ৰিয়া ৷

দেবীতোলা উন্নয়ন খণ্ডৰ বৰাইবাৰী গাওঁ পঞ্চায়তত দৃৰ্নীতিৰ ভৃৱা অভিযোগঃ সচেতন মহলত তীব্ৰ প্ৰতিক্ৰিয়া ৷ ধুবুৰী জিলাৰ গৌৰীপুৰ বিধানসভা সমষ্টিৰ বৰাইবাৰী গাওঁ পঞ্চায়তৰ সচিব আউলিয়া ইয়াচমিন আৰু সভানেত্ৰী জামিৰন নেছাই নামিছে PMAYG ঘৰৰ নামত ধন

শিলচৰ মেডিকেল চিকিৎসা মহাবিদ্যালয়ত কনিষ্ঠ চিকিৎসকৰ ধর্ণা আৰু বিক্ষোভ প্ৰদৰ্শন

শিলচৰ মেডিকেল চিকিৎসা মহাবিদ্যালয়ত কনিষ্ঠ চিকিৎসকৰ ধর্ণা আৰু বিক্ষোভ প্ৰদৰ্শন l কলকাতাৰ আৰ জি কাৰ চিকিৎসা মহাবিদ্যালয়ৰ মহিলা চিকিৎসক হত্যাৰ প্ৰতিবাদআৰু শিলচৰ চিকিৎসা মহাবিদ্যালয়ত কৰ্মৰত চিকিৎসকহকলৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে এক

লাভ জিহাদৰ অভিযোগত এক যুবকক গনপিটুনি।ঘটনা সংগঠিত হৈছে কাছাৰ জিলাৰ সোনাই নৰসিংপুৰত।

লাভ জিহাদৰ অভিযোগত এক যুবকক গনপিটুনি।ঘটনা সংগঠিত হৈছে কাছাৰ জিলাৰ সোনাই নৰসিংপুৰত। সামাজিক মাধ্যমত ভাইৰেল‌ হৈছে ভিডিও । যুবক গৰাকীৰ নাম আলি আহমেদ‌ হাজাৰি । ভিনধৰ্মী এগৰাকী যুবতীৰ লগত বিদ্যালয়ৰ সম্মুখত কথাপাতি থাকোঁতে হঠাৎ এদল যুবক উপস্থিত