বোমাতংকক লৈ নলবাৰীতো অনুৰূপ পৰিৱেশ। নলবাৰীৰ বোমা সংস্থাপন কৰা বুলি দাবী কৰা স্থানত উপস্থিত…

স্বাধীনতা দিৱসৰ মাজতেই আলফা (স্বাঃ)ৰ ই-মেইল বাৰ্তাৰাজ্যৰ ১৯টা স্থানত বোমা সংস্থাপন কৰা বুলি দাবী আলফা(স্বাধীন)ৰনলবাৰীতো বোমা স্থাপনৰ দাবী আলফা(স্বাধীন)ৰনলবাৰী চহৰৰ বিভিন্ন স্থানত আৰক্ষীয়ে বিচাৰি আছে বোমা নলবাৰী চহৰত বোমা আতংক । স্থান

মৈৰাবাৰীৰ বিভিন্ন প্ৰান্তত ৭৮ তম স্বাধীনতা দিৱস উদযাপন।

মৈৰাবাৰীৰ বিভিন্ন প্ৰান্তত ৭৮ তম স্বাধীনতা দিৱস উদযাপন। সমগ্ৰ দেশত আজি ৭৮ তম স্বাধীনতা দিৱস উলহ মালহেৰে উদযাপন কৰা হয়। মৈৰাবাৰীৰ বিভিন্ন প্ৰান্ততো ৰাতিপুৱাৰ পৰাই এক আনন্দময় পৰিবেশত স্কুল-কলেজ, অনুষ্ঠান-প্ৰতিষ্ঠান, মাদ্ৰাছা,আৰক্ষী

বোকাজানত বনৰীয়া হাতীয়ে এটা বাসগৃহত চলালে আক্ৰমণ

বোকাজানত বনৰীয়া হাতীয়ে এটা বাসগৃহত চলালে আক্ৰমণ আজি নিশা বোকাজান আৰক্ষী থানা অন্তৰ্গত ঘড়ীয়াল ডুবি অঞ্চলৰ সঞ্জয় যাদৱ নামৰ লোক জনৰ ঘৰত চলালে বনৰীয়া হাতীয়ে আক্ৰমণ খাদ্যৰ সন্ধানত ওলাই অহা দুটা বনৰীয়া হাতীয়ে প্ৰথমে পকী দেৱাল ভঙাৰ পাছত পৰিয়ালটো

আজি শান্তিপৃৰ্ণে বাবে পালন হল বি টি আৰৰ পৰ্বতঝোৰা , ধুবুৰীৰ বিভিন্ন স্হানত ৭৮ সংখ্যক স্বাধীনতা দিৱস।

আজি শান্তিপৃৰ্ণে বাবে পালন হল বি টি আৰৰ পৰ্বতঝোৰা , ধুবুৰীৰ বিভিন্ন স্হানত ৭৮ সংখ্যক স্বাধীনতা দিৱস। দেশৰ বিভিন্ন প্ৰান্তৰ লগত আজি বি টি আৰৰ পৰ্বতঝোৰা আৰু ধুবুৰী জিলাৰ বিভিন্ন স্হানত শান্তিপৃৰ্ণে পালিত হল ৭৮ সংখ্যক স্বাধীনতা দিৱস ৷

আজি সমগ্র দেশৰ লগতে কাছাৰ জিলাত ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন।

আজি দেশৰ 78 সংখ্যাক স্বাধীনতা দিৱস। এই স্বাধীনতা দিৱসৰ পবিত্ৰ ক্ষণত স্বাধীনতা যুঁজাৰু বীৰ শহিদ সকলোতকৈ শ্ৰদ্ধাৰ স্বৰূন কৰে দেশবাসীয়ে। আজি সমগ্ৰ দেশৰ লগতে কাছাৰ জিলাৰ উধাৰবন্দ টুকটুকি চালক সংস্থাৰ উদ্যোগে পোৱাৰ ভাগত ভাৰতীয় জাতীয় পতাকা

৭৮সংখ্যক স্বাধীনতা দিৱসত শিলচৰ জিলা ক্ৰীড়া সংস্থাৰ ময়দানত পতাকা উত্তোলন মন্ত্ৰী নন্দিতা গাৰ্লোছাৰ…

৭৮সংখ্যক স্বাধীনতা দিৱসত শিলচৰজিলা ক্ৰীড়া সংস্থাৰ ময়দানত পতাকা উত্তোলন মন্ত্ৰী নন্দিতা গাৰ্লোছাৰ দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱসত কাছাৰ জিলাত শিলচৰ জিলা ক্ৰীড়া সংস্থাৰ ময়দানত বিদ্যুৎ মন্ত্ৰী নন্দিতা গাৰ্লোছাই জাতীয় পতাকা উত্তোলন

সমগ্ৰ দেশৰ লগতে নগাঁও জিলাৰ কচুৱাতো উলহ মালহেৰে উদযাপন ৭৮ তম স্বাধীনতা দিৱস।

সমগ্ৰ দেশৰ লগতে নগাঁও জিলাৰ কচুৱাতো উলহ মালহেৰে উদযাপন ৭৮ তম স্বাধীনতা দিৱস। আজি ৭৮ তম স্বাধীনতা দিৱস। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে কচুৱাৰ বিভিন্ন চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানসমূহত উলহ মালহেৰে উদযাপন কৰে ৭৮ তম স্বাধীনতা দিৱস। ইপিনে

হোজাই জিলা প্ৰশাসনৰ উদ্যোগত শঙ্কৰদেৱ নগৰত ৭৮ সংখ্যক স্বাধীনতা দিৱস পালন।

সমগ্ৰ দেশৰ লগতে হোজাই জিলাতো উলহ মালহেৰে ৭৮ সংখ্যক স্বাধীনতা দিৱস পালণ ৷ জিলাখনৰ সদৰ শংকৰদেৱ নগৰৰ খেলপথাৰত হোজাই জিলা প্ৰশাসনৰ উদো্গত ৯ বজা লগে লগে ৭৮ সংখ্যক স্বাধীনতা দিৱসত জাতীয় পতাকা উত্তোলন কৰে মন্ত্ৰী কেশৱ মহন্তই ৷ একে সময়তে অৰ্ধ

বিহপুৰীয়াত বিদ্যুৎ উপ সংমণ্ডলৰ বিৰুদ্ধে বঙালমৰাত প্ৰতিব*দ

স্বাধীনতা দিৱস প্ৰাক মুহূৰ্তত বিহপুৰীয়া বিদ্যুৎ উপ সংমণ্ডলৰ বিৰুদ্ধে বঙালমৰাত উত্তাল প্ৰতিবাদ। 24 ঘণ্টাই বিজুলী যোগান ধৰাৰপ্ৰতিশ্ৰুতিত দিনটোৰ অধিকাংশ সময়ে নাথাকে বিজুলীৰ যোগান। এই উৎখাত গৰমত ২৪ ঘন্টাৰ ভিতৰত ১ ঘন্টা নাথাকে বিদ্যুৎ উপাই