তিনিচুকীয়া জিলাৰ মামৰণী জাতীয় বিদ্যালয়ত খাদ্য বিষক্ৰিয়া হৈ ৪৫ জনৰ ভিতৰত ১৩ গৰাকীকৈ ছাত্ৰ অসুস্থ।
তিনিচুকীয়া জিলাৰ মামৰণী জাতীয় বিদ্যালয়ত খাদ্য বিষক্ৰিয়া হৈ ৪৫ জনৰ ভিতৰত ১৩ গৰাকীকৈ ছাত্ৰ অসুস্থ।ছাত্ৰ আবাসত পুৱাৰ ভাগত আহাৰত বিষক্ৰিয়া হৈ অসুস্থ হৈ পৰে ছাত্ৰ কেইজন।
ছাত্ৰ কেইজনক ততাতৈয়াকৈ তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত ভৰ্ত্তি কৰা হয়।
!-->!-->!-->!-->…