অসমৰ জনপ্ৰিয় কন্ঠশিল্পী কুমাৰ ভৱেশৰ কণ্ঠত ‘অ আতা’ নামেৰে গীত মুকলি।
অসমৰ জনপ্ৰিয় কন্ঠশিল্পী কুমাৰ ভৱেশৰ কণ্ঠত 'অ আতা' নামেৰে গীত মুকলি। দেহাজান এলবামৰ জৰিয়তে ৰাইজৰ মাজত অতি পৰিচিত নাম দক্ষিণ কামৰূপৰ মিৰ্জাৰ কুমাৰ ভৱেশ। এটাৰ পিছত আন এটা গীতেৰে ৰাইজক আমোদ দি আহিছে জনপ্ৰিয় কন্ঠশিল্পী কুমাৰ ভৱেশে। পুনৰ!-->…