ডিফুত পিজিআৰ আৰু ভিজিআৰ ভূমি বেদখলমুক্ত কৰা প্ৰসংগত পূৱ কাৰ্বি আংলং

কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ দ্বাৰা পিজিআৰ- ভিজিআৰ এলেকাত বেদখলমুক্ত কৰাৰ প্ৰক্ৰিয়াত ব্যাঘাত সৃষ্টি কৰিবলৈ কিছু দল-সংগঠন উঠি পৰি লাগিছে। কাৰ্বি আংলঙত পিজিআৰ-ভিজিআৰ এলেকাত অতীজৰ পৰাই বেদখল হৈ আহিছে। এদিন-দুদিনতে এই সমস্যা সমাধান কৰা সম্ভৱ

লামডিং ডোমুৰখলা অঞ্চলত নদীৰ মাজত এজন ব্যক্তিৰ মৃ*দেহ উদ্ধাৰ

দেওবাৰে ৰাতি লামডিং ডোমুৰখলা অঞ্চলত নদীৰ কাছত এজন ব্যক্তিৰ মৃ*দেহ উদ্ধাৰ হয়। মৃত ব্যক্তিজন লামডিং হৰলংফাৰ শীতলাবাৰী অঞ্চলৰ ৰিংকু মজুমদাৰ। বয়স আনুমানিক ৪৫ বছৰ। জানিব পৰা মতে বন্ধুৰ লগতে ব্যক্তি মাছ মাৰিবলৈ গৈছিল। কিন্তু হঠাৎ ব্যক্তি জনৰ

গৌৰীপুৰ গদাধৰ নদীত নাওদূৰ্ঘটনাত সন্ধানহীন পিতা পুত্ৰ ।

গৌৰীপুৰ গদাধৰ নদীত নাওদূৰ্ঘটনাত সন্ধানহীন পিতা —পুত্ৰ । ধুবুৰী জিলাৰ গৌৰীপুৰ গদাধৰ নৈত এই দৃৰ্ঘটনা সংঘটিত হয় ৷ সময় তেতিয়া অনুমানিক ৰাতি ৯ টা বাজিছিল, শ্বাবিনুৰ ৰহমান নামৰ যুৱক জনক দেউতাই নদীপাৰ কৰাৰ বাবে টুলুঙা নাওঁৰে যাত্ৰা কৰিছিল।

নগাঁৱৰ কন্দলী শিলফাটাত অঘটন ৷

নগাঁৱৰ কন্দলী শিলফাটাত অঘটন ৷ সৰিয়হ খেতিৰ কাষত উদ্ধাৰ এটা বন্যহস্তীৰ মৃতদেহ ৷ স্থানীয় লোকে বন্যহস্তীৰ মৃতদেহটো প্ৰত্যক্ষ কৰি খৱৰ দিয়ে বন বিভাগক ৷ ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত ৷ এই পৰ্যন্ত হাতীটোৰ মৃত্যুৰ কাৰণ জানিব পৰা নাই ৷

আজি আগমনী থানাত চাৰিটা মাংসৰ বাইক আটক।

আজি আগমনী থানাত চাৰিটা মাংসৰ বাইক আটক। জানিব পৰা মতে ভামোনডাংগা পাঠ ২ ৰ বাসিন্দা আবেদ আলী বহু দিনৰ পৰা ঘৰত অবৈধ ভাবে গো মাংসৰ ব্যাৱসায়ী চলাই আছিল। জানিব পৰা মতে আগমনী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ কুমাৰ ডেকাৰ নিৰ্দেশ মৰ্মে প্ৰদীপ সাহাৰ

তিতাবৰ পৌৰসভাৰ পদেন সদস্য হিচাপে শপত গ্ৰহণ সাংসদ গৌৰৱ গগৈৰ

তিতাবৰ পৌৰসভাৰ পদেন সদস্য হিচাপে শপত গ্ৰহণ সাংসদ গৌৰৱ গগৈৰ তিতাবৰত বিজেপিৰ খহনীয়া ৱাৰ্ড সদস্য অনন্ত কছাৰী কংগ্ৰেছত যোগদান লোকসভাৰ বিৰোধী দলৰ উপ দলপতি তথা যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈৱে তিতাবৰৰ পৌৰসভাৰ কাৰ্য্যালয়ত উপস্থিত হৈ

থানপাতকুছি সঠাজান মুকলি কৰিবলৈ ওলাই আহিল ৰাইজ।

থানপাতকুছি সঠাজান মুকলি কৰিবলৈ ওলাই আহিল ৰাইজ। মৰণত শৰণ দি সমস্যা সমাধানৰ বাবে থানপাতকুছি সঠাজানত নামিল কেইবাগৰাকীও ব্যক্তি। থানপাতকুছি সঠাজানৰ পানী আবদ্ধ হৈ প্ৰায় ৩০ খন গাওঁৰ কৃষিভূমি পানীৰ তলত। মুৰে কপালে হাত দিব লগীয়া হৈছে কৃষক ৰাইজ।

বিধি উলংঘা কৰি কাকডোঙা ৰাইদাংজুৰি সমবায় সমিতিয়ে বিতৰণ কৰিছে চাউল।

বিধি উলংঘা কৰি কাকডোঙা ৰাইদাংজুৰি সমবায় সমিতিয়ে বিতৰণ কৰিছে চাউল। ৰাইদাংজুৰি সমবায় সমিতিৰ সম্পাদক নবীন পায়েঙে নিশা ১২ বজাত এজেণ্টৰ ঘৰে ঘৰে বিধি উলংঘা কৰি চোৰৰ দৰে চাউল বিতৰণ কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে স্থানীয় ৰাইজৰ। ইফালে সমবায়

নগাঁও পানীগাওঁ কচলুখোৱাত আৰক্ষীৰ অভিযান

নগাঁও পানীগাওঁ কচলুখোৱাত আৰক্ষীৰ অভিযান চৰকাৰী স্কুলৰ ফেন, মন্দিৰৰ পিতলৰ সা-সম্পত্তিকে ধৰি বুজন পৰিমাণৰ চোৰি সামগ্ৰী উদ্ধাৰ মৰিকলং আৰক্ষী চকীৰ অন্তৰ্গত কচলুখোৱাৰ আমিৰৰ বাসগৃহৰ পৰা উদ্ধাৰ চোৰি সামগ্ৰী সমূহ বুজন পৰিমাণৰ চোৰি