কাছাৰৰ ধলাইত জামালপুৰত নিশা সংঘটিত হল এক ভয়ংকৰ ঘটনা
কাছাৰৰ ধলাইত জামালপুৰত নিশা সংঘটিত হল এক ভয়ংকৰ ঘটনা । পত্নী পৰকীয়া প্ৰেমত জড়িত থকাৰ সন্দেহত দাৰে আক্ৰমণ চলাই পত্নীৰ দুই হাত কাটি পেলালে স্বামীয়ে । ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ জামালপুৰ অঞ্চলত । জানিব পৰা মতে, ৰফিক!-->…