লখিমপুৰত নিশা নাৰায়ণপুৰ আৰক্ষীৰ অভিযান।
লখিমপুৰত নিশা নাৰায়ণপুৰ আৰক্ষীৰ অভিযান।নকল সোণ জালনোট সৰবৰাহকাৰীৰ বৃহৎ ঘাটি উৎখাত।নাৰায়ণপুৰৰ এজন লোকক নকল সোণ দিয়াৰ প্ৰলোভন দিছিল চক্ৰটোৱে।চক্ৰটোৱে পুতুল বনিয়া নামৰ এজন লোকক নকল সোণৰ নাও বিক্ৰী কৰাৰ প্ৰলোভন দি দাবী কৰিছিল ১৫ লাখ টকা।!-->…