মৰিয়নীৰ ভোগদৈ নৈত অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰ

মৰিয়নীৰ ভোগদৈ নৈত অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰ। মৰিয়নী নেপালী বস্তীৰ সমীপৰ ভোগদৈ নৈত ওপঙি থকা অৱস্থাত এগৰাকী পুৰুষৰ মৃতদেহ প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে। অচিনাক্ত মৃতদেহটো নগাপাহাৰৰ পৰা উটি অহাৰ সন্দেহ। ঘটনাস্থলীত মৰিয়নী আৰক্ষী

অসম চৰকাৰৰ কামৰূপ জিলা কৃষি বিভাগৰ উদ্যোগত ৰাণী কৃষি চক্ৰৰ অন্তৰ্গত গড়গড়াত কমিউনিটি নাৰ্চাৰীত…

অসম চৰকাৰৰ কামৰূপ জিলা কৃষি বিভাগৰ উদ্যোগত ৰাণী কৃষি চক্ৰৰ অন্তৰ্গত গড়গড়াত কমিউনিটি নাৰ্চাৰীত কঠিয়াতলী প্ৰস্তুত৷ এইবেলি বানপানীত ক্ষতিগ্ৰস্ত কৃষক সকলকৰ সুবিধাৰ্থে দক্ষিণ কামৰূপৰ ৰাণী কৃষি চক্ৰৰ অন্তৰ্গত গড়গড়াত সমূহীয়া কঠিয়াতলী প্ৰস্তুত

হোজাই ময়নাপুৰত নিশা গৰু চুৰিক কেন্দ্ৰ কৰি উত্তপ্ত

হোজাই ময়নাপুৰত নিশা গৰু চুৰিক কেন্দ্ৰ কৰি উত্তপ্ত।গৰু চুৰক গাঁওৰ VDPয়ে আবদ্ধ কৰা পাছতে উত্তপ্ত। VDPৰ সম্পাদকক গৰু চোৰে এক হাজাৰ টকা ঘোচ দি পৰিবেশ শান্ত কৰা চেষ্টা কৰোঁতে গাঁওবাসী চোৰাং গৰু সহ গাড়ীখন আবদ্ধ কৰা লগতে দুই চুৰক আটক কৰাত সৃষ্টি

বাঢ়িলে বাঢ়ক আলু পিয়াঁজৰ দাম। আলুৰ সলনি আমি কঁঠাল গুটিক খাম।

বাঢ়িলে বাঢ়ক আলু পিয়াঁজৰ দাম।আলুৰ সলনি আমি কঁঠাল গুটিক খাম। কাৰণ বজাৰত দাম বাঢ়িছে আলু পিয়াঁজৰ । পিছে দাম বাঢ়িছে বুলি ৰাইজেহে কৈছে। বিভাগীয় মন্ত্ৰীয়ে কিন্তু গমেই নাপায় বজাৰত বস্তুৰ দাম বাঢ়িছে। শীত তাপ নিয়ন্ত্ৰিত কোঠাত

দলগাঁৱত অচিনাক্ত মৃতদেহ উদ্ধাৰ

দলগাঁৱত অচিনাক্ত মৃতদেহ উদ্ধাৰ ৷ দলগাঁৱৰ বীজ ফাৰ্মৰ সন্মুখত থকা জিৰণি চ'ৰাত উদ্ধাৰ মৃতদেহটো ৷ স্থানীয় ৰাইজে মছজিদত নামাজ পঢ়িব গৈ প্ৰত্যক্ষ কৰে মৃতদেহটো ৷ মৃতদেহটো ২০/২৫ বছৰীয়া পুৰুষ এজনৰ হোৱাৰ সন্দেহ ৷ এতিয়ালৈকে চিনাক্ত হোৱা

নগাঁৱৰ ধিং ৰোডত পথ দুৰ্ঘটনাত

নগাঁৱৰ ধিং ৰোডত পথ দুৰ্ঘটনাত। থিতাতে নিহত ৰফিকুল ইছলাম নামৰ এজন লোক। লোকজনৰ ঘৰ কাৱৈমাৰি পুৰণা চেক গেতৰ সমিপদ। পূৱা খোজ কাঢ়িবলৈ ওলাই আহোঁতেই কোনো অচিনাক্ত বাহনে মহতিয়াই নিয়ে লোক জনক। ঘটনাস্থলীত নগাঁও আৰক্ষী উপস্থিতত হৈ মৰণোত্ত

নিশা নগাঁৱৰ কঠিয়াতলীত লোমহৰ্ষক হত্যাকাণ্ড

নিশা নগাঁৱৰ কঠিয়াতলীত লোমহৰ্ষক হত্যাকাণ্ড ৷ এজন চৰকাৰী গাঁওবুঢ়াক ডিঙি কাটি হত্যা ৷ কঠিয়াতলী দৈনিক বজাৰৰ এখন দোকানৰ সন্মুখতে এই হত্যাকাণ্ড ৷ নিহত গাঁওবুঢ়া জন চিৰন্তন বৰদলৈ ৷ নামবৰ লালুং গাঁৱৰ গাঁওবুঢ়া আছিল লোক জন ৷ কোনো দূৰ্বৃত্তই দাৰে

আপুনি ঠিকেই শুনিছে বেলেগত চৰাই উৰে, কিন্তু অসমত কণী উৰাৰ দৰে হৈছে ৰাজ্যৰ উন্নয়ণৰ অৱস্থা

বেলেগত চৰাই উৰে পিছে অসমত কণী। কথাষাৰ কিয় কলো আপুনি হয়তো নিশ্চয় ভাবিছে। আপুনি ঠিকেই শুনিছে বেলেগত চৰাই উৰে কিন্তু অসমত কণী উৰাৰ দৰে হৈছে ৰাজ্যৰ উন্নয়ণৰ অৱস্থা। যি সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সৰ্বত্ৰে উন্নয়ন হৈছে বুলি

এগৰাকী আৰক্ষী বিষয়া হোৱাৰ সপোন আছিল তাৰ

এগৰাকী আৰক্ষী বিষয়া হোৱাৰ সপোন আছিল তাৰ। জনহিতাৰ্থে সেৱা আগবঢ়োৱাৰ সপোন দেখিছিল সি। কিন্তু সপোন পূৰণত হেঙাৰ হিচাপে থিয় দিছে এক জটিল ৰোগে। হয় আজিৰ প্ৰতিবেদনটো অলপ সুকীয়া। আমি কবলৈ লৈছোঁ নগাঁওৰ চুতীয়া গাৱঁৰ এটি মৰমলগা কিশোৰ

হোজাইৰ বিদ্যুৎ বিভাগৰ চৰম গাফিলতি

হোজাইৰ বিদ্যুৎ বিভাগৰ চৰম গাফিলতি। কথমপি প্ৰাণ ৰক্ষা এগৰাকী ব্যক্তিৰ। ৪৪০ভল্টেজৰ বিদ্যুৎ পৰিবাহী তাঁৰ চিঙি পৰে এজন ব্যক্তিৰ ওপৰত। হোজাই পশ্চিম কাৰ্বিআংলং সংযোগী পথৰ বিদ্যানগৰত সংঘটিত হয় ঘটনাটো। বিদ্যুতৰ খুটি চাপৰ হোৱাৰ বাবে