চচাইটি ফৰ বলি মৰা থান চিতা কুণ্ড পৰ্যটন প্ৰকল্পৰ সাধাৰণ সভা ২০২১-২০২৪ বৰ্ষ আৰু বিনামূলীয়া চকু…

চচাইটি ফৰ বলি মৰা থান চিতা কুণ্ড পৰ্যটন প্ৰকল্পৰ সাধাৰণ সভা ২০২১-২০২৪ বৰ্ষ আৰু বিনামূলীয়া চকু পৰীক্ষা শিবিৰ সমাপণ ।। byte অসম প্ৰেক্টকেমেকেলচৰ উপাধ্যক্ষ হেমন্ত গগৈbyte সভাপতি পৰ্যটন প্ৰকল্পৰ কৃষ্ণ কান্ত হাজৰিকা Vo আজি ইংৰাজী

নগাঁও কলেজৰ অৱ এডুকেশ্বন উদ্যোগত সামগ্ৰীক উন্নয়ন বাবে ভাৰতীয় জ্ঞান ব্যবস্থাৰ ওপৰত অন্ত ৰাষ্ট্ৰীয়…

নগাওঁ শিক্ষাৰ্থী সকলে ভাৰতীয় পৰম্পৰাগত জ্ঞান ব্যৱস্থাৰ পুনৰ্জীৱিত কৰাৰ লক্ষ্যৰে এই সন্মিলনৰ আয়োজন কৰে। ভাৰতীয় জ্ঞান ব্যৱস্থাই বিভিন্ন সমসাময়িক প্ৰত্যাহ্বান সমূহৰ সৈতে মোকাবিলা কৰিব পৰা মূল্যবোধৰ অন্তৰ্দৃশ্য প্ৰদান কৰে।‌ এনে ধৰণৰ

গোলাঘাটৰ সৰুপথাৰত স্মাৰ্ট মিটাৰৰ আতিশয্য, বিদ্যুৎ মাচুল বৃদ্ধি আৰু অনিয়মীয়া বিদ্যুৎ যোগানৰ…

গোলাঘাটৰ সৰুপথাৰত স্মাৰ্ট মিটাৰৰ আতিশয্য, বিদ্যুৎ মাচুল বৃদ্ধি আৰু অনিয়মীয়া বিদ্যুৎ যোগানৰ প্ৰতিবাদত ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ মানৱ শৃংখল কাযৰ্সূচী । অসম চৰকাৰ হায় হায়, স্মাৰ্ট মিটাৰ বন্ধ কৰক, বিদ্যুৎ মাচুল হ্ৰাস কৰক ইত্যাদি শাসক

হাঁহচৰাত বিষ্ণু-জ্যোতিৰ দিহানাম কৰ্মশালা সম্পন্ন

যোৰহাট জিলাৰ চেলেংহাটৰ আগশাৰীৰ সাংস্কৃতিক অনুষ্ঠান বিষ্ণু-জ্যোতি সামাজিক সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আজি হাহঁচৰাস্থিত শ্বপিং প্লাজাত এদিনীয়া দিহানামৰ প্ৰশিক্ষণ অনুষ্ঠিত কৰা হয়। উল্লেখ্য যে অহা ভাদ মাহৰ ২২ তাৰিখে টীয়ক কলীয়াপানী স্থিত

হিন্দু ধৰ্মাৱলম্বী লোকৰ এটা পবিত্ৰ উৎসৱ ।

আজি জন্মাষ্টমী । হিন্দু ধৰ্মাৱলম্বী লোকৰ এটা পবিত্ৰ উৎসৱ । ৰাজ্যৰ প্ৰতিটো নামঘৰত মুখৰিত হৰি নামৰ ধ্বনি। গোলাঘাট জিলাৰ বৰপথাৰৰ গেলাবিল নামঘৰত" জন্মাষ্টমীৰ বিস্তৃত কাৰ্যসূচী । সজাই পৰাই তোলা হৈছে নামঘৰ। পুৱাৰে পৰা আৰম্ভ হৈছে

তিতাবৰত পুখুৰীত পৰি মহিলাৰ মৃত্যু।

তিতাবৰত পুখুৰীত পৰি মহিলাৰ মৃত্যু।তিতাবৰ আমগুৰিখাট ৰজাবাৰী ফৌৰ্যদাচুকত সংঘটিত হৈছে এই ঘটনা ।আজি বীয়লি নিজ গৃহৰ বাৰীত থকা পুখুৰীত বাচন ধুবলৈ গৈ সন্ধানহীন আছিল দীপালি গগৈ নামৰ প্ৰায় ৩৫ বছৰীয়া মহিলা গৰাকী। SDRF য়ে পুখুৰীৰ পৰা উদ্ধাৰ কৰে মহিলা

তিনিচুকীয়াত কাৰাটে চেম্পিয়ন প্ৰতিযোগিতা

তিনিচুকীয়া জিলা কাৰাটে চেম্পিয়ন প্ৰতিযোগিতা জিলা খনৰ ৩.৫ শতাধিক প্ৰতিযোগী অংশ গ্ৰহণ | তিনিচুকীয়া জিলা কাৰাটে সন্থাৰ ৪তম কাৰাটে চেম্পিয়ন প্ৰতিযোগীতা ধলা ছৈখোৱা মুকলি মঞ্চত ছৈখোৱা কাৰাটে সন্থাৰ উদ্যোগত এদিনীয়াকৈ তিনিচুকীয়া জিলা কাৰাটে

আজি জন্মাষ্টমী ।

হিন্দু ধৰ্মাৱলম্বী লোকৰ এটা পবিত্ৰ উৎসৱ । ৰাজ্যৰ প্ৰতিটো নামঘৰ মন্দিৰত বিশাল আয়োজন । উত্তৰ গুৱাহাটীৰ "হৰেকৃষ্ণ মন্দিৰত" জন্মাষ্টমীৰ বিস্তৃত কাৰ্যসূচী । সজাই পৰাই তোলা হৈছে মন্দিৰ । পুৱাৰে পৰা আৰম্ভ হৈছে ভক্তৰ আগমন ।

দখলা শ্ৰীশ্ৰী লক্ষ্মী পূজা উদযাপন সমিতিৰ অস্থায়ী কাৰ্যালয় মুকলি।

দখলা শ্ৰীশ্ৰী লক্ষ্মী পূজা উদযাপন সমিতিৰ অস্থায়ী কাৰ্যালয় মুকলি। দেউবাৰে কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত দখলা মঠাউৰীৰ চʼকত দখলা শ্ৰীশ্ৰী লক্ষ্মী পূজা উদযাপন সমিতিৰ অস্থায়ী কাৰ্যালয় মুকলি কৰা হয়। এই উপলক্ষে অনুষ্ঠিত