মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদl
মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদl দেশ কপোৱা কলকতাৰ আৰ জি কৰ মেডিকেল কলেজৰ মহিলা চিকিৎসকৰ গণ ধৰ্ষণ আৰু হত্যাৰ পাছত দেশ জুৰি প্ৰতিবাদ চলিথকাৰ মাজতেই যোৱা কালি নগাৱৰ ধিঙৰ জঘন্য ধৰ্ষণকাণ্ডৰ প্ৰতিবাদত আজি ৰাজপথলৈ ওলাই আহি!-->…