শিলচৰ মেডিকেল চিকিৎসা মহাবিদ্যালয়ত কনিষ্ঠ চিকিৎসকৰ ধর্ণা আৰু বিক্ষোভ প্ৰদৰ্শন

শিলচৰ মেডিকেল চিকিৎসা মহাবিদ্যালয়ত কনিষ্ঠ চিকিৎসকৰ ধর্ণা আৰু বিক্ষোভ প্ৰদৰ্শন l কলকাতাৰ আৰ জি কাৰ চিকিৎসা মহাবিদ্যালয়ৰ মহিলা চিকিৎসক হত্যাৰ প্ৰতিবাদআৰু শিলচৰ চিকিৎসা মহাবিদ্যালয়ত কৰ্মৰত চিকিৎসকহকলৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে এক

লাভ জিহাদৰ অভিযোগত এক যুবকক গনপিটুনি।ঘটনা সংগঠিত হৈছে কাছাৰ জিলাৰ সোনাই নৰসিংপুৰত।

লাভ জিহাদৰ অভিযোগত এক যুবকক গনপিটুনি।ঘটনা সংগঠিত হৈছে কাছাৰ জিলাৰ সোনাই নৰসিংপুৰত। সামাজিক মাধ্যমত ভাইৰেল‌ হৈছে ভিডিও । যুবক গৰাকীৰ নাম আলি আহমেদ‌ হাজাৰি । ভিনধৰ্মী এগৰাকী যুবতীৰ লগত বিদ্যালয়ৰ সম্মুখত কথাপাতি থাকোঁতে হঠাৎ এদল যুবক উপস্থিত

স্বাধীনতা দিৱসৰ পবিত্ৰ ক্ষণত ৰহাত গ্ৰিন গেলাৰিৰ আধাৰশিলা স্থাপন ।

স্বাধীনতা দিৱসৰ পবিত্ৰ ক্ষণত ৰহাত গ্ৰিন গেলাৰিৰ আধাৰশিলা স্থাপন । ৰহাৰ আমচৈ গাওঁ পঞ্চায়তৰ অন্তৰ্গত চিৰমলা মাজ গাৰো গাঁৱত ৯৯.৭১লাখ টকাৰে নিৰ্মাণ হ'ব লাগিয়া গ্ৰিন গেলাৰিৰ আজি আধাৰশিলা স্থাপন কৰে ৰহা উন্নয়ন খণ্ডৰ খণ্ড বিষয়া গুলছান

স্বাধীনতা দিৱসৰ দিনাই মৈৰাবাৰীত উৎখাত বেটাৰীচুৰ গেং।

স্বাধীনতা দিৱসৰ দিনাই মৈৰাবাৰীত উৎখাত বেটাৰীচুৰ গেং। চাৰিজন গ্ৰেপ্তাৰ। উদ্ধাৰ বৃহৎ পৰিমাণৰ চুৰি বেটাৰী। যোৱা নিশা মৈৰাবাৰী আৰক্ষীয়ে অভিযান চলায় মৈৰাবাৰীৰ বৰথল কচাৰীগাৱৰ পৰা মাজাহাৰুল ইছলাম,আবুল কাশ্বেম,আবুল হানিফা,ৰবি হুছেইন, নামৰ ৪ টা

হোজাইত অনুজ্ঞাপত্ৰ বিহীন ধানৰ মিলৰ ৰমৰমিয়া বেহা।

হোজাইত অনুজ্ঞাপত্ৰ বিহীন ধানৰ মিলৰ ৰমৰমিয়া বেহা। জনবসতি পূৰ্ণ স্থানত অনুজ্ঞা পত্ৰ বিহীন ধনৰ মিলে জ্বলা কলা খোৱাইছে স্থানীয় ৰাইজক। শব্দ আৰু বায়ু প্ৰদূষণ কৰি বছৰ বছৰ ধৰি হাৰা শাস্থি প্ৰদান কৰি গৈছে ধানৰ মিলটোৱে। মিলটুৰ বিকট শব্দৰ

আজি ইং ১৫ আগষ্ট ১০২৪ চন তাৰিখে তিনিচুকীয়া জিলাৰ কাকপথাৰ ৰুমাই গাভৰু স্থিত মা-মনশা দেবীৰ পূজা আয়োজন।

আজি ইং ১৫ আগষ্ট ১০২৪ চন তাৰিখে তিনিচুকীয়া জিলাৰ কাকপথাৰ ৰুমাই গাভৰু স্থিত মা-মনশা দেবীৰ পূজা আয়োজন। ষষ্ঠ ধৰ্মীয় এই বলিন ধামত শিক, মুছলিম, খ্ৰীচটান, জৈন , বধিষ্ট আৰু গুৰুনানক ধৰ্মালম্বী লোকসকলৰ এক মহা উদ্দেশ্যৰে মানৱ জাতি হিচাপে পৰিগনিত

দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আজি বৰগাং শ্ৰীমন্ত শঙ্কৰদেৱ প্ৰেক্ষাগৃহতপ্ৰজ্ঞা…

দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আজি বৰগাং শ্ৰীমন্ত শঙ্কৰদেৱ প্ৰেক্ষাগৃহতপ্ৰজ্ঞা ফাউণ্ডেশ্যনৰ দ্বাৰা বন্দে মাতৰম গীতৰ আধাৰত নৃত্য প্ৰতিযোগিতা lআজি বিহালী বৰগাংস্হিত শ্ৰীমন্ত শঙ্কৰদেৱ প্ৰেক্ষাগৃহত প্ৰজ্ঞা ফাউণ্ডেশ্যনৰ উদ্যোগত

ডিফুত হেভি স্কোৱাডৰ উদ্যোগত অপেন ওৱেইট ডিভিজন ডেড লিফ্ট ষ্ট্ৰংমেন প্ৰতিযোগিতা l

ডিফুত হেভি স্কোৱাডৰ উদ্যোগত অপেন ওৱেইট ডিভিজন ডেড লিফ্ট ষ্ট্ৰংমেন প্ৰতিযোগিতা ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে সন্ধিয়া ডিফু কাছা ষ্টেডিয়াম প্ৰাংগনত অনুষ্ঠিত হয় অপেন ওৱেইট ডিভিজন ডেড লিফ্ট ষ্ট্ৰংমেন প্ৰতিযোগিতা ৷

নিজৰ লগুণ আনক দি বামুন মৰে হত্যা কৰি।

নিজৰ লগুণ আনক দি বামুন মৰে হত্যা কৰি। আপোনাৰ চাৰিচকীয়া বিলাসী বাহন খন কোনো কোম্পানীৰ লগত চুক্তি বদ্ধ কৰি ভাড়া লৈ দিম বুলি ভাবিছে নেকি? তেনেহলে হলে আপোনালোকে এতিয়াৰ পৰা সাৱধান হওঁক । কাৰণ এতিয়া একাংশ দুষ্ট চক্ৰই আপোনাৰ বিলাসী বাহন

শান্তিপূৰ্ণ ভাবে স্বাধীনতা দিৱস পালনৰ মাজতে আলফাৰ বিবৃতিক লৈ ৰাজ্যজুৰিচাঞ্চল্য।

শান্তিপূৰ্ণ ভাবে স্বাধীনতা দিৱস পালনৰ মাজতে আলফাৰ বিবৃতিক লৈ ৰাজ্যজুৰিচাঞ্চল্য। আলফা ই বিভিন্ন ঠাইত বোমা সংস্থাপন ৰ বিবৃতি দিয়াৰ পাছতে তিনিচুকীয়া জিলা ডিগবৈতো নিশা লৈকে চলিল ব্যাপক তালাচী অভিযান । ডিগবৈৰ বিভিন্ন পথত আৰক্ষীয়ে প্ৰতিখন যান