২৫ বছৰীয়া যুৱক পুখুৰী গাতত পৰি মৃত্যু হয়।
তিনিচুকীয়া জিলাৰ তালাপ আৰক্ষী চকী অন্তৰ্গত থকা তালাপ খেৰবাৰী নতুন খুটি লাইনৰ এজন ২৫ বছৰীয়া যুৱক পুখুৰী গাতত পৰি মৃত্যু হয়। যুৱক জন সোমবাৰে দিনৰ ভাগত ঘৰৰ পৰা ওলাই যায় , কিন্তু তেতিয়াৰ পৰায়ে আৰু ঘৰলৈ ঘূৰি নাহে । পুখুৰী পানীত পৰি মৃত্যু!-->…