Browsing Category
NATIONAL
২০২৫-২৬ বাজেটখনত মধ্যবিত্তৰ বাবে কি কি? স্বাস্থ্য আৰু শিক্ষাখণ্ডৰ বাবে সীতাৰণৰ বাজেটত আছে কি? থোৰতে…
শনিবাৰে দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কেন্দ্ৰীয় বাজেট দাখিল কৰে৷ এই বাজেটখনক লৈ দেশবাসী উৎকণ্ঠিত আছিল৷ এই বাজেটখনত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ে স্থান পাইছে৷ আহঁক জানো থোৰতে ২০২৫-২৬ বাজেট৷
🔹দেশত স্থাপন হ’ব ৩টা নতুন AI চেণ্টাৰ!-->!-->!-->!-->!-->…
বাজেট ২০২৫ৰ কেইটিমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত, বহুক্ষেত্ৰত সকাহ দিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে
আজি সংসদত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিছে কেন্দ্ৰীয় বাজেট। একেৰাহে অষ্টমবাৰৰ বাবে বাজেট দাখিল কৰিছে নিৰ্মলা সীতাৰমণে। মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ এইখন প্ৰথম পূৰ্ণাংগ বাজেট। ইতিমধ্যে ৰাষ্ট্ৰপতিৰ পৰা বাজেট দাখিলৰ!-->!-->!-->…
বলীউডত কি চলিছে? ইজনৰ পিছত সিজন তাৰকালৈ আহিছে ভাবুকি…
ছলমান খান, শ্বেইফ আলী খানৰ পিছত এইবাৰ ৰাজপাল যাদব আৰু ৰেমো ডিছৌজা আৰু সুগন্ধা মিশ্ৰ। দৈনিক বলীউডৰ চেলিব্ৰিটিৰ ওপৰত চলি থকা আক্ৰমণৰ মাজতে বুধবাৰে আন এক চাঞ্চল্যকৰ খবৰ পোহৰলৈ আহিছে।
ভাৰতীয় চিনেমাৰ তিনিজন শিল্পীলৈ ইমেইলৰ জৰিয়তে!-->!-->!-->!-->!-->…
নিৰ্বাচনৰ প্ৰচাৰৰ মাজতে অৰবিন্দ কেজৰিৱালৰ বাহনৰ ওপৰত আক্ৰমণ দুৰ্বৃত্তৰ
দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে চলাই থকা প্ৰচাৰ কাৰ্যসূচীৰ মাজতে আপ প্ৰধান তথা দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ সৈতে সংঘটিত হৈছে এক অবাঞ্চিত ঘটনা।
প্ৰচাৰৰ সময়তে অৰবিন্দ কেজৰিৱালৰ বাহনত কোনো দুৰ্বৃত্তই শিল নিক্ষেপ!-->!-->!-->!-->!-->…
8th Pay Commission: কেৱল চাকৰিয়ালেই নহয়, মোদী চৰকাৰৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীলৈও নতুন বছৰৰ ডাঙৰ উপহাৰ!…
8th Pay Commission:বৃহস্পতিবাৰে কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ বাবে ডাঙৰ খবৰ লৈ আহিলে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে।
ক্ৰমবৰ্ধমান মূল্যবৃদ্ধিৰ লগে লগে সাধাৰণ ৰাইজৰ বাজেটত মানুহৰ চাপ বাঢ়িছে। ইয়াৰ মাজতে অষ্টম দৰমহা!-->!-->!-->!-->!-->…
১৪৪ বছৰ অপেক্ষাৰ অন্তত আজি অৰ্থাৎ ১৩ জানুৱাৰীৰ পৰা প্ৰয়াগৰাজত আৰম্ভ হ’ল মহাকুম্ভ মেলা।
১৪৪ বছৰ অপেক্ষাৰ অন্তত আজি অৰ্থাৎ ১৩ জানুৱাৰীৰ পৰা প্ৰয়াগৰাজত আৰম্ভ হ’ল মহাকুম্ভ মেলা। এই মেলাৰ আৰম্ভণিৰ দিনাই প্ৰয়াগৰাজৰ গংগা, যমুনা আৰু সৰস্বতী ত্ৰিবেণী সংগমত প্ৰায় ৫০ লাখ লোকে পৱিত্ৰ স্নান কৰে।
© Mitul Kajaria. All!-->!-->!-->!-->!-->!-->!-->!-->!-->!-->…
আজিৰে পৰা আৰম্ভ হ’ল মহাকুম্ভ মেলা, ৪৫ দিনীয়া মহাকুম্ভ মেলাত ত্ৰিবেণী সংগমত স্নান কৰিব ডেৰ কোটি…
আজি পুৱাৰে আৰম্ভ পৃথিৱীৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান মহাকুম্ভ মেলা-২০২৫। ৪৫ দিনীয়া কাৰ্যসূচীৰে প্ৰয়াগৰাজত আৰম্ভ হ’ল কুম্ভ মেলা।
আজি পুৱাৰে আৰম্ভ পৃথিৱীৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান মহাকুম্ভ মেলা-২০২৫। ৪৫ দিনীয়া কাৰ্যসূচীৰে!-->!-->!-->!-->!-->!-->!-->…
Dr. Manmohan Singh: অসমৰ পৰা ৫ বাৰকৈ ৰাজ্যসভাৰ সাংসদ আছিল ড° মনমোহন সিং, জানক ভাৰতৰ প্ৰাক্তন…
প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙৰ দেহাৱসান। ৯২ বছৰ বয়সত দিল্লীৰ AIIMSত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে। প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ আজি সন্ধিয়া হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটাত ৮:০৬ বজাত দিল্লীৰ AIIMSৰ জৰুৰীকালীন!-->…
আহি আছে ভয়ংকৰ ঘুৰ্ণী বতাহ।
আহি আছে ভয়ংকৰ ঘুৰ্ণী বতাহ। পূৰ্বতকৈ ভয়ংকৰ ৰূপ ধাৰণ কৰি আহি আছে ঘূর্ণী বতাহ। ঘণ্টাত ২২৬ কিলোমিটাৰ বেগে আহিআছে ঘূৰ্নিবতাহ ""ছিডোৰ""। এইবাৰ ছিডোৰে লৈছে ভয়ংকৰ ৰূপ। এটা নিশাৰ ভিতৰতে ধ্বংস হৈ গল এটা দ্বীপ । প্ৰায় ৩ লাখ লোকৰ বসতি এই!-->!-->!-->…
আজি বিশ্ব প্ৰতিবন্ধী দিৱস ।
আজি বিশ্ব প্ৰতিবন্ধী দিৱস । ১৯৯২ চনৰে পৰাই ৰাষ্ট্ৰসংঘই ৩ ডিছেম্বৰৰ দিনটো সমগ্ৰ বিশ্বজুৰি পালন কৰি আহিছে বিশ্ব প্ৰতিবন্ধী দিৱস ৰূপে । মূলত: বাধাগ্ৰস্ত লোকসকলক সমমৰ্যদা প্ৰদান, তেওঁলোকৰ সুৰক্ষা আৰু কল্যাণৰ হকে পালন কৰি অহাই এই দিনটোৰ!-->…