Browsing Category

REGIONAL

গোসাইগাঁৱত নিশা আৰক্ষীৰ অভিযান

গোসাইগাঁৱত নিশা আৰক্ষীৰ অভিযান শ্ৰীৰামপুৰত অৰুণাচলী সুৰা সহ ট্ৰাক জব্দঃ দুজনক আটকঃ গোসাইগাঁও মহকুমাৰ শিমলুটাপু আৰক্ষীয়ে নিশা অভিযান চলাই অবৈধ সুৰা থকা NL01N 8730 নম্বৰৰ এখন অৰুণাচলী সুৰা বোজাই ট্ৰাক আটক কৰে। ট্ৰাক খনৰ পৰা 1080

বৰপেটাৰ নগাঁও শিক্ষা মন্দিৰ হাইস্কুলত চোৰৰ চাফাই অভিযান

বৰপেটাৰ নগাঁও শিক্ষা মন্দিৰ হাইস্কুলত চোৰৰ চাফাই অভিযান দহটাকৈ কম্পিউটাৰ ছেট, প্ৰিন্টাৰ মেছিন লৈ উধাও চোৰ এইবাৰ চোৰৰ চকু পৰিল বিদ্যালয়ত বৰপেটা জিলাৰ নগাঁও শিক্ষা মন্দিৰ হাইস্কুলত চোৰৰ চাফাই অভিযান। বৃহস্পতিবাৰে নিশা বিদ্যালয়খনৰ

দীৰ্ঘদিনীয়‍া এটা সমস্যা সমাধানৰ দাবীত একত্ৰিত হল টিহুৰ ৫ খনকৈ গাওৰ গঞা ৰাইজ ।

সকলো ফালৰ পৰা ওল‍াই আহিল ৰাইজ! দীৰ্ঘদিনীয়‍া এটা সমস্যা সমাধানৰ দাবীত একত্ৰিত হল টিহুৰ ৫ খনকৈ গাওৰ গঞা ৰাইজ । পৰিবৰ্তন শ্লগান গোৱা বিজেপি চৰকাৰৰ দিনতেই দীৰ্ঘদিনে বিধ্বস্ত বাট পথেৰে অহা যোৱা কৰি আহিছে টিহু আখৰা সংযোগী গড়কাপ্তানি পথেৰে অহা

সহস্ৰাধিক কংগ্ৰেছ কৰ্মীয়ে দল ত্যাগ কৰি বিজেপিত যোগদান কৰে।

ৰূপহীহাটৰ কাঞ্চনপুৰত কংগ্ৰেছৰ বৃহৎ খহনীয়া, সহস্ৰাধিক কংগ্ৰেছ কৰ্মীয়ে দল ত্যাগ কৰি বিজেপিত যোগদান কৰে। নতুনকৈ চামগুৰি সমষ্টিত অন্তৰ্ভুক্ত হোৱা কাঞ্চনপূৰ গাঁওপঞ্চায়তত কংগ্ৰেছ দল এৰি বিজেপিত যোগদান কৰে সহস্ৰাধিক লোকে ৰকিবুল হুছেইনৰ গো মাংসৰ

বৰথল দলৈগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মহাৰজত জয়ন্তী সমাৰোহ উপলক্ষে লাইখুঁটা স্থাপন।

মৈৰাবাৰীৰ কাষৰীয়া অঞ্চল দলৈগাঁৱত ১৯৪৭ চনত স্থাপন হোৱা "বৰথল দলৈগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়" খনে ৭৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে অহা ডিচেম্বৰ মাহৰ ২১,২২, আৰু ২৩ তাৰিখৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে মহাৰজত জয়ন্তী উদযাপন কৰাৰ আয়োজন কৰিছে।

হাউলীত ড্ৰাগছ সৰবৰাহকাৰী আটক ৰাইজৰ

বৰপেটা জিলাৰ অন্তৰ্গত হাউলী মৈৰামাৰা শান্তি বজাৰত স্থানীয় ৰাইজৰ বিশেষ তৎপৰতাত আজি আবেলি ৫ বজাত এগৰাকী ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে। জানিব পৰা মতে হাউলী আৰক্ষীয়ে বিশেষ সুত্ৰৰ পম খেদি ড্ৰাগছ সৰবৰাহকাৰী জনক আটক কৰিবলৈ সক্ষম হয়।

বোকাজানৰ মহকুমাধিপতি কাৰ্যলয়লৈ এক বিশাল সমদলৰ লগতে অৱস্থান ধৰ্মঘট ৰূপায়ন কৰা পৰিলক্ষিত হয়।

লোক জাগৰণ মঞ্চ পূব কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত আৰু কেইবাটাও দল সংগঠনৰ সহযোগত আজি বোকাজানৰ ভাৰত সেৱাশ্রম প্ৰণৱ বিদ্যাপীঠ বিদ্যালয়ৰ পৰা বোকাজানৰ মহকুমাধিপতি কাৰ্যলয়লৈ এক বিশাল সমদলৰ লগতে অৱস্থান ধৰ্মঘট ৰূপায়ন কৰা পৰিলক্ষিত হয়।

কচুৱাত বিজেপি দলৰ বৃহৎ যোগদান কাৰ্যসূচী।

কংগ্ৰেছ এ আই ইউ ডি এফ ৰ প্ৰায় তিনিশ নেতা-কৰ্মী বিজেপিত যোগদান নগাঁৱৰ কচুৱাত ভাৰতীয় জনতা পাৰ্টীৰ বৃহৎ যোগদান কাৰ্যসূচী। ৬১ নং ৰহা বিধানসভা সমষ্টিৰ চাপৰমুখ-গৰুবাট মণ্ডলৰ উদ্যোগত বিজেপি দলৰ বৃহৎ যোগদান কাৰ্যসূচীৰ এখনি ৰাজহুৱা সভা

কোকৰাঝাৰৰ জিলাৰ বালাজান উপআৰক্ষী চকীৰ অন্তৰ্গত ডিয়াঝিজৰী (ৰায়াপাৰা)ত ভয়াৱহ দূৰ্ঘটনা ।

মাজনিশা পুখুৰীত পৰিল গাড়ীসহ চালক । গোটেইনিশা পুখুৰীত পৰি থাকিল গাড়ীসহ চালক । গাড়ীৰ ভিতৰতে কৰুণ মৃত্যু চালকৰ । গাড়ীখনৰ নম্বৰ এএচ ১৬ জে ৬০০৮ চালকগৰাকীক ৰিজেণ্ট বসুমতাৰী বুলি চিনাক্ত । ৰিজেণ্ট বসুমতাৰী এচবিআইৰ কৰ্মচাৰী আছিল

হোজাইৰ বিষ্ণুপুৰত উদ্ধাৰ প্ৰকাণ্ড অজগৰ সাপ।।

হোজাইৰ বিষ্ণুপুৰত উদ্ধাৰ প্ৰকাণ্ড অজগৰ সাপ।। বিষ্ণুপুৰৰ এঘৰৰ মানুহৰ ঘৰৰ পৰা উদ্ধাৰ হ'ল ১৫ ফুট দীঘল অজগৰ সাপ ডাল।। স্থানীয় ৰাইজে সাপ ডাল প্ৰত্যক্ষ কৰি খৱৰ দিয়ে হোজাই বন বিভাগক।। পৰবৰ্তী সময়ত সাপডাল হোজাই বনবিভাগে উদ্ধাৰ কৰি