Browsing Category

REGIONAL

৮০ বছৰীয়াঐতিহ্যমণ্ডিত জাজৰি উচ্চতৰ মাধ্যমিক আৰ্দশ বিদ্যালয়ত উখল মাখল পৰিৱেশ

নগাঁও জিলাৰ অগ্ৰনী শিক্ষানুষ্ঠান জাজৰি উচ্চতৰ মাধ্যমিক আৰ্দশ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ আজিৰে পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। ১৯৪৪ চনতেই স্থাপন হোৱা তথা প্ৰজন্মৰ পিছত প্ৰজন্মই শৈক্ষিক দিশত উত্তৰন ঘটাই সমাজৰ বিভিন্ন

যোৱা নিশা বিহালীৰ বৰগাং নদীৰ কাষৰীয়া অঞ্চল গৰৈমাৰীত বনৰীয়া হাতীৰ কৰুণ মৃত্যু সমগ্ৰ অঞ্চলজুৰি সোকৰ…

গৰইমাৰী অঞ্চলটোত বহু দিন ধৰি‌‌ বনৰীয়া হাতীৰ উপদ্ৰৱ চলি আহিছে আৰু যোৱা কালি ৰাতি এটা বনৰীয়া হাতীৰ কৰুণ মৃত্যু হয়। স্থানীয় লোকৰ মতে বহু দিন ধৰি বন্য হস্তীতো অসুস্থ হৈ আছিল জাকে জাকে এই অঞ্চলত বন্য হস্তীযে উপদ্ৰপ চলাই আহিছে বন বিভাগৰ লোক

যোৰহাটৰ বৰুৱাচাৰিআলিত এচ বি আইৰ উদ্যোগত বাটৰ নাট”সতৰ্কতাই জীৱন” প্ৰদৰ্শন

যোৰহাটৰ বৰুৱাচাৰিআলিত বাটৰ নাট প্ৰদৰ্শন।বৰ্তমান সঘনাই ঘটি থকা এটা ঘটনা বেংকৰ ভূৱা অ'টিপি চেন্দ কৰি গ্ৰাহকসকল বিপদত পৰা।সঘনাই ঘটি আছে কোনো দুস্ত চক্ৰই সহজ সৰল মানুহক জাল তৰি ম'বাইললৈ অ'টিপি পঠাই বেংকৰ পৰা পঠোৱা বুলি।যদি আপুনি সেই অ'টিপি

দেৰগাঁও গান্ধৰ্ব সংগীত মহাবিদ্যালয়ৰ সংবাদমেল

দেৰগাঁও গান্ধৰ্ব সংগীত মহাবিদ্যালয়ৰ সংবাদমেল । ভাৰতৰত্ন ড°ভূপেন হাজৰিকাদেৱৰ ত্ৰয়োদশ বাৰ্ষিক মৃত্যু দিৱস উপলক্ষে।৩ নৱেম্বৰ দেওবাৰে বাপুজী মন্দিৰত সদৌ অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ আয়োজন। এই সম্পৰ্কে গন্ধৰ্ব সংগীত মহাবিদ্যালয়ৰ

জয়পুৰত ভাগৱত পাঠ যোগে দ্বিতীয় বৈকুণ্ঠপুৰি লৈ পৰিণত হোৱা আজি সামৰণি দিন , সন্দীয়া ভাওনা প্ৰদৰ্শন,…

নাহৰকটীয়া জয়পুৰ ৰাজহুৱা প্ৰেক্ষাগৃহত বিস্তৰ অঞ্চল সামৰি জাতি, বৰ্ণ, ধৰ্ম, ভাষা নিৰ্বিশেষে মানব সমাজৰ কল্যাণ আৰু আধ্যাত্মিক জ্ঞান অৰ্জন ৰ মহান উদ্দেশ্য শ্ৰী মদ্ভাগৱত মহাপুৰাণ অমৃত কথানুষ্টানৰ ১৪ অক্টোবৰ পৰা আৰম্ভণি হৈ থকা আজি পঞ্চম দিনা

নগাঁৱত ষ্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

৩০ দিনৰ ভিতৰত ষ্মাৰ্ট মিটাৰ খোলি নানিলে ৰাইজে নিজে নিজে এই মিটাৰ খোলি পেলোৱাৰ দাবী। সোমবাৰে নগাঁও বিদ্যুৎ সংমণ্ডৰ কাৰ্যালয়ত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জিলা সমিতিয়ে। সংগঠণটোৰ শতাধিক কৰ্মীয়ে নগাঁও পাৱাৰ

বিশ্বনাথৰ বাঘমাৰীত চাহ বাগিছাত কালি পূজাৰ বনাচক লৈ তীব্ৰ উত্তেজনা

বাগমাৰী চাহ বাগিচাত প্ৰতিবছৰে কালি পূজাৰ সময়ত ২০% বনাছ দি আহিছে বাগিচা কৰ্তৃপক্ষই কিন্তু এইবছৰ ১২% বনাচ দিয়াত ক্ষুন্ন হৈ পৰে স্ৰমিক সকল l আজি বাঘমাৰি চাহ বাগিছাৰ সমগ্ৰ শ্ৰমিক সকল একগোট হৈ কৰ্ম বিৰতি পালন কৰি বাগিচা কৰ্তিপক্ষ বিৰুদ্ধে

শিলচৰ কণকপুৰৰ এগৰাকী স্কুলীয়া ছাত্ৰী টিউচনৰ বাবে পঢ়ি থকা অৱস্থাত ৬ দিন ধৰি সন্ধানহীন হৈ আছে বুলি…

শিলচৰ কণকপুৰৰ এগৰাকী স্কুলীয়া ছাত্ৰী টিউচনৰ বাবে পঢ়ি থকা অৱস্থাত ৬ দিন ধৰি সন্ধানহীন হৈ আছে বুলি চিন্তিত পৰিয়ালৰ লোক। শিলচৰ কনকপুৰৰ ঈদগাহ মছজিদৰ সমুখৰ বাসিন্দা সাহিদ হোছেইন ৰাজ বৰভূয়াৰ কন্যা ৰুহিনা বেগম ৰাজ বৰভূঞা,তেওঁৰ ১৫ বছৰীয়া

গোলকগঞ্জৰ আৰক্ষীৰ জালত ঠক প্ৰৱঞ্চক ইনামুল হুছেইন। ৰাইজৰ পৰা লুটি নিলে কোটি কোটি টকা। Agreement কৰি…

গোলকগঞ্জৰ আৰক্ষীৰ জালত ঠক প্ৰৱঞ্চক ইনামুল হুছেইন। ৰাইজৰ পৰা লুটি নিলে কোটি কোটি টকা। Agreement কৰি লৈছিল টকা।প্ৰাপ্ত তথ্য মতে গোলকগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তৰ বেৰভাঙীৰ ইনামুল হুছেইন নামৰ প্ৰৱঞ্চক জনে প্ৰৱঞ্চনাৰ জাল পেলাই নালিয়া অঞ্চলৰ পৰা

হোজাই জিলাৰ লংকা ফৰেষ্ট গেটত সংঘটিত হৈছে ভয়াৱহ পথ দুৰ্ঘটনা

হোজাই জিলাৰ লংকা ফৰেষ্ট গেটত সংঘটিত হৈছে ভয়াৱহ পথ দুৰ্ঘটনা।। পথ দুৰ্ঘটনাত থিতাতে নিহত এজন আৰু আহত এজন।। দুচকীয়া বাহনৰ চালকে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা ডিভাইডাৰত খুন্দিয়ায় সংঘটিত কৰে এই দুৰ্ঘটনা।। দুর্ঘটনাগ্ৰস্থ দুচকীয়া বাহনখনৰ নম্বৰ