Browsing Category
REGIONAL
কলিয়াবৰত ম’বাইল পাৱাৰ-বেংক বিস্ফোৰিত হৈ ভয়ংকৰ অগ্নিকাণ্ড! ম’বাইল ফোন চাৰ্জ দি থকাৰ সময়তে বিস্ফোৰণ…
ম’বাইল ফোনটো চাৰ্জত দি থকাৰ সময়তে পাৱাৰ-বেংক ব্লাষ্ট হৈ বৈদ্যুতিক তাঁৰত লাগে জুই। অগ্নিকাণ্ডৰ ফলত আই-ফোন, পাৱাৰ-বেংক, লেপটপ¸ জৰুৰী নথি-পত্ৰ জুইত জাহ যায়।
01
বৃহস্পতিবাৰে নিশা কলিয়াবৰত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড।!-->!-->!-->!-->!-->!-->!-->!-->!-->!-->!-->…
মিজোৰামত যথেষ্ট হাৰত বিয়পিছে এক মাৰাত্মক ৰোগ!
মিজোৰামত দ্ৰুতগতিত বৃদ্ধি পাইছে হিউমেন ইমিউন’ডেফিচিয়েন্সি ভাইৰাছ অৰ্থাৎ HIV। উত্তৰ-পূব ৰাজ্যখনত HIV ৰ প্ৰাদুৰ্ভাৱৰ হাৰ ২.৭৩ শতাংশ, যি ৰাষ্ট্ৰীয় গড় ০.২তকৈ বহু বেছি।
মিজোৰাম ষ্টেট এইডছ কণ্ট্ৰল ছ’চাইটি (এমএছএচিএছ)ৰ প্ৰকল্প সঞ্চালক!-->!-->!-->!-->!-->…
মাজনিশা প্ৰায় আঢ়ৈ বাজিছিল তেতিয়া, হঠাৎ সকলোৰে মাজত লাগিল হাহাকাৰ! তাৰপিছত…
মাজনিশা প্ৰায়বোৰ লোকে শুই। অৱশ্যে মহাশিৱৰাত্ৰিৰ বাবে বহু লোকে নিশাও মহাদেৱৰ আৰধানাত ব্যস্ত আছিল। সময় তেতিয়া ২ বাজি ২৫ মিনিট। হঠাৎ কঁপি উঠিল ধৰিত্ৰী।
01
মাজনিশা প্ৰায়বোৰ লোকে শুই। অৱশ্যে মহাশিৱৰাত্ৰিৰ বাবে বহু লোকে নিশাও!-->!-->!-->!-->!-->!-->!-->!-->!-->…
অফিচত বহি ঘণ্টাৰ পিছত ঘণ্টা কাম কৰে নেকি? স্নায়ুৰ ক্ষতি হোৱাৰ আশংকা থাকে
ডিজিটেল ডেস্কঃ আজিকালি মানুহৰ জীৱনশৈলী দ্রুতগতিত সলনি হৈছে। খাদ্যৰ সমান্তৰালকৈ মানুহৰ জীৱনশৈলীও বহুত সলনি হৈছে। তদুপৰি আজিকালি আমাৰ কামৰ ধৰণো বহু পৰিমাণে সলনি হৈছে। আজিকালি বহুতে নিজৰ লেপটপ বা কম্পিউটাৰ ব্যৱহাৰ কৰি ঘণ্টাৰ পিছত ঘণ্টা!-->!-->!-->…
১৮ দিন পূৰ্বে বিয়োগ হৈছিল মাতৃৰ, নিষ্ঠুৰ নিয়তি কাঢ়ি নিলে সাহসী আৰক্ষী বিষয়া বিৰিঞ্চি দাসক
মাতৃৰ বিয়োগৰ শোক মাৰ নৌযাওঁতেই দুৰ্ঘটনাত আৰক্ষী বিষয়া পুত্ৰৰ মৃত্যু। ভয়ংকৰ দুৰ্ঘটনাত অকালতে হেৰাই গ’ল এগৰাকী নিৰ্ভীক অসম আৰক্ষী বিষয়া বিৰিঞ্চি দাস। নিশাৰ মহানগৰীত শোকাৱহ পথ দুৰ্ঘটনা। মহানগৰীৰ লালমাটিত ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু!-->!-->!-->…
মহাকালৰ মহা-আৰতি, মহা শিৱৰাত্ৰিত বাবা বিশ্বনাথৰ আচৰিত ৰূপ
আজি মহাশিৱৰাত্ৰিৰ উপলক্ষে দেশৰ প্ৰধান শিৱ মন্দিৰ ভক্তিৰ এক আচৰিত সংগম দেখা গৈছে। উজ্জয়িনৰ শ্ৰী মহাকালেশ্বৰ মন্দিৰত মহাকালৰ এক ভৱিষ্যৎ মহা আৰতিৰ আয়োজন কৰা হৈছে, য’ত বাবা মহাকালক দৰা হিচাপে সজাই তোলা হৈছে।
আজি ৪৪ ঘন্টা খোলা থাকিব!-->!-->!-->!-->!-->…
Maha Shivratri 2025 : আজি মহাশিৱৰাত্ৰি! উপবাসে থাকি শিৱলিংগত কি অৰ্পণ কৰিলে শুভ ফল লাভ কৰিব?
মহাশিৱৰাত্ৰিৰ দিনা শিৱলিংগত আৰু বিশেষ কিছুমান সমগ্ৰী নিবেদন কৰিলে শুভ ফল পাব পাৰি। যিবোৰ নিবেদন কৰিলে মহাদেৱ সন্তুষ্ট হয়। শিৱলিংগ পানী বা গাখীৰেৰে অভিষেক কৰাৰ লগতে আৰু কি কি নিবেদন কৰিলে উপকাৰ হয় জানি লওক।
01
আজি!-->!-->!-->!-->!-->!-->!-->!-->!-->!-->!-->…
মহাদেৱৰ আশিস লাভ কৰিবলৈ মহা শিৱৰাত্ৰিৰ দিনা কি কি কৰিব?
মহাদেৱক আৰাধনা কৰিলে দূৰ হয় বাধা–বিঘিনি। প্ৰতিজন দেৱতাৰ দৰে মহাদেৱৰ পূজাৰো কেতবোৰ বিশেষ ৰীতি আছে। ইয়াৰ খেলিমেলি হ’লে ৰুষ্ট হ’ব পাৰে মহাদেৱ। সন্মুখত মহা শিৱৰাত্ৰি। এই দিনটোত ভক্তসকলে শিৱৰ আৰাধনাত মগ্ন হয়। তেওঁৰ পূজাৰ বিধি নাজানিলে!-->!-->!-->…
অসমত ৫০হাজাৰ কোটি টকা বিনিয়োগ কৰিব আদানীয়ে
এডভাণ্টেজ আছাম ২.০’ৰ সন্মিলনত মুখ্যমন্ত্ৰীৰ প্ৰশংসাত পঞ্চমুখ হয় বিশিষ্ট উদ্যোগপতি গৌতম আদানী। তেওঁ কয় যে, অসমত ড্ৰাগছ বিৰোধী অভিযান, বাল্য বিবাহ বিৰোধী অভিযানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা সম্পূৰ্ণভাৱে সফল হৈছে। ইয়াৰ বাবে আদানী!-->…
Shivratri Horoscope 2025: শিৱৰাত্ৰিত চাৰিটা ৰাশিৰ বাবে আহিব ভাল খবৰ! কি কি পৰিৱৰ্তন আহিব এই ৰাশিৰ…
এই ৰাশিৰ ব্যক্তি সকলৰ বাবে বুধ গ্ৰহ হৈছে এওঁলোকৰ ৰাশিৰ দ্বিতীয় পঞ্চম পতি। দ্বিতীয় পঞ্চম পতি হৈ বৰ্তমান সময়ত একাদশ স্থানত অৱস্থান কৰিব যি স্থিতি এওলোকৰ বাবে বহু লাভদায়ক
01
মহা শিৱৰাত্ৰিৰ দিনা চাৰিটা ৰাশিৰ লোকৰ!-->!-->!-->!-->!-->!-->!-->…