Browsing Category

REGIONAL

চাহ জনজাতিৰ চহকী সংস্কৃতিক বিশ্বৰ বুকুত প্ৰতিষ্ঠিত কৰাৰ লক্ষ্যৰে সৰুসজাইত আজি ‘ঝুমইৰ বিনন্দিনী’

চাহ জনজাতিৰ চহকী সাংস্কৃতিক বিশ্ব দৰৱাৰত উপস্থাপনৰ লক্ষ্যৰে সৰুসজাইৰ ক্ৰীড়া প্ৰকল্পত আজি অনুষ্ঠিত হ’ব ‘ঝুমইৰ বিনন্দিনী’। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিত আজি প্ৰতিষ্ঠিত কৰিব বিশ্বৰ বুকুত। এই অনুষ্ঠান আৰম্ভ হ’ব সন্ধিয়া

দেওবাৰে গুৱাহাটীত পুনৰ ফাটিল পানীৰ পাইপ, জলমগ্ন হৈ পৰে অঞ্চলটো: কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ স্থানীয়…

বহু সময় ধৰি পানীৰ অপব্যয় হোৱাৰ পাছতো উপস্থিত নহ’ল বিভাগীয় লোক। 01 মহানগৰীৰ পুনৰ জল বিস্ফোৰণ সংঘটিত হৈছে। 02 দেওবাৰে নিশা বৰবাৰীত ফাটিল পানীৰ পাইপ। 03 পানীৰ পাইপ ফাটি ক্ষতিসাধন হয় কেইবাখনো

তুংগত উঠিছে মুখ্যমন্ত্ৰী আৰু অখিল গগৈৰ বাকযুদ্ধ, মুখ্যমন্ত্ৰীক উভতি ধৰি অখিলৰ বাক্যবাণ-…

আনক নীতি শিক্ষা দিয়াতকৈ নিজে নীতি নিয়ম পালন কৰক বুলি কটাক্ষ কৰে মুখ্যমন্ত্ৰীয়ে। চৰকাৰে তদন্ত কৰি সময় নষ্ট কৰাতকৈ ৰাইজে দুয়োগৰাকীৰে মাৰ্কশ্বীট দুখন চালেই গম পাব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। 01 চাকৰি বিতৰ্কই বিশেষ

USTMৰ আচাৰ্য মহবুবুল হকক গ্ৰেপ্তাৰ, গুৱাহাটীৰ ঘোঁৰামাৰাৰ বাসগৃহৰপৰা নিশা ডেৰ বজাত আটক আচাৰ্যগৰাকীক

গুৱাহাটীৰ ঘোঁৰামাৰাৰ বাসগৃহৰ পৰা আটক আচাৰ্য মহবুবুল হকক। নিশা ডেৰ বজাত আটক আচাৰ্যগৰাকীক। 01 USTMৰ আচাৰ্য মহবুবুল হকক গ্ৰেপ্তাৰ। শ্ৰীভূমি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আচাৰ্য মহবুবুল হকক। বৰ্তমান পাথাৰকান্দি আৰক্ষী থানালৈ লৈ

ৰুক্ষ ছালৰ পৰা হাত সাৰিবলৈ ৪০ৰোৰ্ধৰ মহিলাই কৰক এইকেইটা ব্যায়াম…

বয়স বৃদ্ধিৰ লগে লগে আমাৰ ছাল শোঁতোৰা পৰিবলৈ আৰম্ভ কৰে। ৪০ বছৰ বয়সৰ পিছত মহিলাৰ ছালত বহু পৰিৱৰ্তন হ’বলৈ আৰম্ভ কৰে। ক’লাজেনৰ মাত্ৰা কমি যোৱাৰ বাবে ছালখন ঢিলা হৈ পৰে। মুখত বলিৰেখা আৰু মিহি ৰেখাই দেখা দিবলৈ আৰম্ভ কৰে। যাৰ ফলত মুখৰ

শিৱৰাত্ৰিৰ দিনা মনোবাঞ্ছা পূৰণ হ’ব এই চাৰি ৰাশিৰ লোকসকলৰ, কাৰ ভাগ্যত আছে সোণালী সুযোগ?

শিৱৰাত্ৰিক মহাদেৱৰ সৰ্বশ্ৰেষ্ঠ দিন বুলি ধৰা হয়। বিশ্বাসমতে, এই দিনটোত ভক্তিভাৱেৰে পূজা কৰিলে শিৱ ভক্তসকলৰ মনোবাঞ্ছা পূৰণ হয়। ফাগুণ মাহৰ কৃষ্ণপক্ষৰ চতুৰ্দশী তিথিত শিৱৰাত্ৰি পালন কৰা হয়। 01 শিৱৰাত্ৰিক মহাদেৱৰ সৰ্বশ্ৰেষ্ঠ

বুধবাৰে উমৰাংছ’ৰ কয়লাখনিৰ পৰা উদ্ধাৰ ৫ শ্ৰমিকৰ মৃতদেহ, চিনাক্ত হোৱা নাই মৃতদেহকেইটা

উমৰাংছ’ৰ কয়লাখনিৰ পৰা উদ্ধাৰ হৈছে পাঁচটা মৃতদেহ। ডেৰমাহৰ অন্তত NDRFএ উদ্ধাৰ কৰে মৃতদেহকেইটা। 01 উমৰাংছ’ৰ কয়লাখনিত এটাৰ পিছত আনটো মৃতদেহ উদ্ধাৰ হৈছে বুধবাৰে। এটা দুটাকৈ আজিৰ দিনটোতে ওলাল ৫ শ্ৰমিকৰ মৃতদেহ। 02

মণিপুৰত বলবৎ হ’ল ৰাষ্ট্ৰপতি শাসন, ভংগ হ’ল বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰ

মণিপুৰত জাৰি কৰা হ’ল ৰাষ্ট্ৰপতি শাসন। চাৰিদিনে মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰিব নোৱাৰিলে বিজেপিয়ে। এতিয়াৰে পৰা ৰাজ্যপালৰ হাতত থাকিব ৰাজ্যখনৰ শাসনৰ ক্ষমতা। ৯ ফেব্ৰুৱাৰীত পদত্যাগ কৰিছিল মুখ্যমন্ত্ৰী এন বীৰেন সিঙে। সংঘৰ্ষপীড়িত ৰাজ্যখনৰ

কাইলৈৰ পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা, পৰীক্ষাৰ পূৰ্বে অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীয়ে…

কাইলৈৰ পৰা আৰম্ভ হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা। ৩,০৬,৯২৫ জন পৰীক্ষাৰ্থী ৮৫৬টা কেন্দ্ৰত অৱতীৰ্ণ হ’ব। পৰীক্ষাক লৈ কঠোৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কাইলৈৰ পৰা আৰম্ভ হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা। ৰাজ্যৰ

ডিফুত ছেৰিকালচাৰেল বিভাগৰ ছীড প্ৰছেচিং ইউনিটৰ শুভ উদ্ধোধন কাকৰ ইএম কাচে ৰংপিপিৰ

ডিফুত ছেৰিকালচাৰেল বিভাগৰ ছীড প্ৰছেচিং ইউনিটৰ শুভ উদ্ধোধন কাকৰ ইএম কাচে ৰংপিপিৰ শুকুৰবাৰে দিনৰ ১ বজাত ডিফু ছেৰিকালচাৰেল বিভাগৰ মুখ্য কাৰ্যালয়ত ছীড প্ৰছেচিং ইউনিটৰ শুভ উদ্ধোধন কৰে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ ইএম কাচে ৰংপিপীয়ে ৷ ইএম