Browsing Category

REGIONAL

বাজেটত সোণক লৈ হ’ব পাৰে ডাঙৰ সিদ্ধান্ত, দামৰ লগতে সোণৰ বজাৰতো পৰিব পাৰে প্ৰভাৱ

বিনিয়োগৰ যিমানেই মাধ্যম নাথাকক কিয়, সোণৰ চাহিদা কেতিয়াও নকমে। কিন্তু মধ্যবিত্তৰ বাবে সোণত বিনিয়োগ তেতিয়াহে সম্ভৱ হয়, যেতিয়া ইয়াৰ দাম কম হয়। বিগত বছৰত সোণৰ দামত বৰ বেছি পতন দেখা নগ’ল। সেয়ে অধীৰ আগ্ৰহেৰে কেন্দ্ৰীয় বাজেটলৈ ৰৈ

এই দেশত পোৱা যায় সৰ্বোত্তম নিমখ, ইয়াৰ দাম জানিলে স্তম্ভিত হ’ব আপুনি

মখ মানৱ জীৱনৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। কাৰণ নিমখ অবিহনে খাদ্যৰ সোৱাদ মৃদু। নিমখৰ অবিহনে খাদ্যগ্ৰহণ কৰাটো একেবাৰে ৰুচিহীন যেন লাগে। ভাৰতত ১০ টকাৰ পৰা ৩০ টকালৈ নিমখ পোৱা যায়। কিন্তু আজি আমি আপোনালোকক এটা নিমখৰ কথা ক’ম যাৰ দাম হাজাৰ

২ ফেব্ৰুৱাৰীৰ পৰা এই ৰাশিৰ লোকসকলৰ আৰম্ভ হ’ব ভাল দিন, শনি-শুক্ৰ আৰু বৰুণে বনাব শক্তিশালী যোগ

হিন্দু ধৰ্মত বসন্ত পঞ্চমীৰ বিশেষ গুৰুত্ব আছে। প্ৰতি বছৰে মাঘৰ শুক্ল পক্ষৰ পঞ্চমী তিথিত বসন্ত পঞ্চমী পৰ্ব পালন কৰা হয়। এই দিনটোত মা সৰস্বতীৰ বিধিগত পূজা কৰাৰ বিধান আছে। এই বছৰ বসন্ত পঞ্চমী ২ ফেব্ৰুৱাৰী ২০২৫ত পালন কৰা হ’ব। এই দিনটোত

আপুনিও কাগজৰ কাপত চাহ-কফি খায় নেকি? সাৱধান হওঁক, নহ’লে বিপদ অনিবাৰ্য…

আপুনি জানেনে আমি যি ডিচপ’জেবল কাপত চাহ বা কফি খাওঁ, সেয়া স্বাস্থ্যৰ পক্ষে কিমান বিপদজনক? একাংশ স্বাস্থ্য বিশেষজ্ঞৰ মতে, ইয়াৰ ফলত আমাৰ স্বাস্থ্যৰ ওপৰত অতি বিৰূপ প্ৰভাৱ পৰে। ডিচপ’জেবল কাপত চাহ বা কফি খোৱাটো লাহে লাহে বিষ স্ল পইজন

গুৱাহাটীত দ্বিতীয়জন HMPVত আক্ৰান্ত ৰোগীক চিনাক্ত

গুৱাহাটীত দ্বিতীয়জন HMPVত আক্ৰান্ত ৰোগীক চিনাক্ত। এগৰাকী মহিলাৰ পাছতে এজন বৃদ্ধৰ দেহতো HMPVৰ উপস্থিতি। HMPVত আক্ৰান্ত দুয়োগৰাকী ৰোগী স্বামী-স্ত্ৰী। মহানগৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন দুয়ো।

এটকীয়া মুদ্ৰাৰ জৰিয়তে লাভ কৰক ১.৫ লাখ টকা!

ই–কমাৰ্চ ছাইট Quickrত মহাৰাণী ভিক্টোৰিয়াৰ সময়ৰ এটকীয়া মুদ্ৰা ১.৫ লাখ টকাত বিক্ৰী হৈ আছে। যদি আপোনাৰ হাতত ১৮৬২ চনত মুকলি কৰা ১ টকাৰ এই মুদ্ৰাটো আছে, তেন্তে আপুনি অনলাইনযোগে ডেৰ লাখ টকা উপাৰ্জন কৰিব পাৰে। পুৰণি মুদ্ৰা বিক্ৰী

তেজৰ নাই কোনো জাতি, তেজৰ নাই কোনো ধৰ্ম, ৰক্ত দানেই কেৱল এ. বি. ডি গ্ৰুপৰ কৰ্ম।

তেজৰ নাই কোনো জাতি, তেজৰ নাই কোনো ধৰ্ম, ৰক্ত দানেই কেৱল এ. বি. ডি গ্ৰুপৰ কৰ্ম। এই মূল মন্ত্ৰ লৈ ৰাইজক সজাগ কৰাৰ উদ্দেশ্য আজি এ. বি. ডি.গ্রুপৰ বিশাল পদযাত্ৰা। অসমৰ ভিন্ন প্ৰান্তত এটুপাল তেজৰ বাবে হাহাকাৰ কৰা সকলৰ বাবে এ. বি. ডি. গ্ৰুপে

ভোগালী বিহুৰ প্ৰাকক্ষণত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীলৈ সুখবৰ

ভোগালী বিহুৰ প্ৰাকক্ষণত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীলৈ সুখবৰ। ১ এপ্ৰিলৰ পৰা নগদবিহীন হ’ব ৰাজ্যিক কৰ্মচাৰীৰ চিকিৎসা বীমা আঁচনি। ১ম পৰ্যায়ত ৰাজহুৱা খণ্ডৰ চিকিত্সা মহাবিদ্যালয়সমূহত উপলব্ধ হ’ব এই সেৱা। ফিক্সড পে’, মাষ্টাৰৰোল

7th Pay commission : ২০২৫ বৰ্ষটোত চৰকাৰী কৰ্মচাৰীসকলে পাব ডাঙৰ সুখবৰ! এইবাৰ কিমান বৃদ্ধি পাব DA?

7th Pay Commission DA Hike 2025: নতুন বছৰ ২০২৫ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে ডাঙৰ সুখবৰ লৈ আহিব পাৰে। কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে ডিএ বৃদ্ধিৰ অপেক্ষা কৰিছে। সপ্তম বেতন আয়োগৰ অধীনত DA গণনা AICPI (All India

গাহৰি মাংসক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

ভোগালীৰ পূৰ্বে গাহৰি মাংস সন্দৰ্ভত এক ডাঙৰ ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।গাহৰি মাংসক লৈ GMC ৰ জাননী প্ৰত্যাহাৰ। বৃহস্পতিবাৰে সামাজিক মাধ্যমৰ একাউন্টত পোষ্টযোগে এই ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীয়ে