Browsing Category
REGIONAL
উমৰাংছ’ৰ অবৈধ কয়লাখনি চলোৱাৰ নামত গ্ৰেপ্তাৰ আন এজন
প্ৰসংগ: উমৰাংছ’ ট্ৰেজেডী। কয়লাখনিত উদ্ধাৰ অভিযানৰ আজি চতুৰ্থ দিন।
বৰ্তমানেও সন্ধান নাই কয়লাখনিত আবদ্ধ শ্ৰমিকৰ। অবৈধ কয়লাখনি চলোৱাৰ নামত গ্ৰেপ্তাৰ আন এজন।
গ্ৰেপ্তাৰ ৩ কিলোৰ হানন লস্কৰ নামৰ লোকজনক। পূৰ্বে গ্ৰেপ্তাৰ!-->!-->!-->!-->!-->!-->!-->!-->!-->!-->!-->!-->!-->!-->!-->…
নগাঁও জিলাৰ কঠীয়াতলী শিক্ষাখণ্ডৰ মাধৱপাৰা মণ্ডলl
নগাঁও জিলাৰ কঠীয়াতলী শিক্ষাখণ্ডৰ মাধৱপাৰা মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত ৰজাআলি মধ্য ইংৰাজী বিদ্যালয়ত আৰম্ভ হৈছে ২০২৫ বৰ্ষৰ প্রথম পৰ্যায়ৰ গুণোৎসৱ।
ৰাজ্যৰ শিক্ষা ব্যৱস্থা উন্নত আৰু সক্রিয় কৰিবৰ বাবে শিক্ষা বিভাগে বিদ্যালয় সমূহত!-->!-->!-->!-->!-->!-->!-->…
বৰপানী নদীত মাৰাত্মক বিষ ঢালি লাখ লাখ টকাৰ মাছৰ নিধন
বৰপানী নদীত মাৰাত্মক বিষ ঢালি লাখ লাখ টকাৰ মাছৰ নিধন ৷ দুষ্টচক্ৰক ধৰি মধ্যভোগীয়ে ললে চল্লিশ হাজাৰ টকা ৷
যোৱা নিশা এটা দুষ্ট চক্ৰই বৰপানী নদীৰ শিঙিমাৰী , জুৰিৰপাৰ আৰু মাধৱপাৰাত অতি শক্তিশালী বিষ ঢালি লাখ লাখ টকাৰ বিভিন্ন!-->!-->!-->!-->!-->!-->!-->…
৩ শ্রমিকৰ নিথৰ দেহ উদ্ধাৰ, মুখ্যমন্ত্ৰীৰ আহ্বানৰ পাছতে ঊমৰাংদ্ভুত সেনাৰ টাস্ক ফ’চ
৩ শ্রমিকৰ নিথৰ দেহ উদ্ধাৰ, মুখ্যমন্ত্ৰীৰ আহ্বানৰ পাছতে ঊমৰাংদ্ভুত সেনাৰ টাস্ক ফ'চ
ডিমা হাছাও জিলাৰ উমবাংছু অঞ্চলৰ কয়লাখনিত আৱদ্ধ শ্রমিকক উদ্ধাৰৰ বাবে ভাৰতীয় সেনাই সাহায্য টাস্ক ফ'ৰ্চ মোতায়েন কৰিছে। মঙলবাৰে এই তথ্য প্রদান কৰে!-->!-->!-->!-->!-->…
বৰমাৰা গাওঁৰ পৰা যুৱক সন্ধানহীন ৷
বৰমাৰা গাওঁৰ পৰা যুৱক সন্ধানহীন ৷
বৰপেটা জিলাৰ মাজৰ চৰ গাওঁৰ ছিদ্দিক আলীৰ পুত্ৰ আমজাদ আলী (২২) ওৰফে Again যোৱা ২৩-১২-২০২৪ ইং তাৰিখৰ পৰা সন্ধানহীন হৈ আছে ৷
পৰিয়ালৰলোকে বিভিন্ন ঠাইত গৈ বিচাৰি আছে যদিওঁ এতিয়ালৈকে যুৱক জনক বিচাৰি পোৱা!-->!-->!-->!-->!-->…
পশ্চিম কাৰ্বি আংলঙৰ জেংখাৰ ৰামথেপিত বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ।
পশ্চিম কাৰ্বি আংলঙৰ জেংখাৰ ৰামথেপিত বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ। নিশা মৃত্যু হোৱা হাতীটোৰ নিথৰ দেহ এগৰাকী মহিলাই পুৱাৰ ভাগত পথাৰত প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষী আৰু বন বিভাগক। ঘটনাস্থলীত বন বিভাগৰলোক উপিস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। এই পৰ্যন্ত!-->…
এইবাৰ নগাঁও চহৰত নাহৰফুটুকীৰ সন্ত্ৰাস
এইবাৰ নগাঁও চহৰত নাহৰফুটুকীৰ সন্ত্ৰাস।
নগাঁৱৰ আমোলাপট্টিত নাহৰফুটুকীৰ সন্ত্ৰাস।
এটি ৪ মহলীয়া নৱনিৰ্মিত ঘৰৰ কোঠাত জিৰণি লৈছে নাহৰফুটুকীয়ে।
নাহৰফুটুকীৰ আতংকত কম্পমান চহৰবাসী
কচুৱাত চুৰিকাণ্ডৰ ঘটনা। নগদ ধনসহ দোকানৰ মূল্যবান সামগ্ৰী লুটিলে চুৰে
কচুৱাত চুৰিকাণ্ডৰ ঘটনা। নগদ ধনসহ দোকানৰ মূল্যবান সামগ্ৰী লুটিলে চুৰে।
পুৱতি নিশা নগাঁৱৰ কচুৱা থানাৰ অন্তৰ্গত তিনিআলী বজাৰত চুৰি কাণ্ডৰ ঘটনা সংঘটিত হয়।
গেৰজাইপাম গাঁৱৰ আজিজুল হক ওৰফে বাবুল নামৰ লোকজনৰ দোকানত এই চুৰি কাণ্ড সংঘটিত হয়।!-->!-->!-->!-->!-->…
চেঙাৰ বাঘমাৰাচৰত পঞ্চায়ত বিভাগৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ
পঞ্চায়ত পুনঃনিৰ্ধাৰণৰ ফলত ভোটৰ তালিকাত বিসংগতি হোৱাৰ অভিযোগ
চেঙাৰ বাঘমাৰাচৰত পঞ্চায়ত বিভাগৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ
পঞ্চায়ত পুনঃনিৰ্ধাৰণৰ ফলত ভোটৰ তালিকাত বিসংগতি হোৱাৰ অভিযোগ
পঞ্চায়ত পুনঃনিৰ্ধাৰণৰ পিছত চেঙা সমিষ্টিৰ ৭২ নং!-->!-->!-->!-->!-->!-->!-->…
ডিগবৈত তিনিচুকীয়া জিলা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সপ্তদশ দ্বি-বাৰ্ষিক অধিবেশন
ডিগবৈত তিনিচুকীয়া জিলা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সপ্তদশ দ্বি-বাৰ্ষিক অধিবেশন ।
পুৱা পতাকা উত্তোলন কৰে জিলা সমিতিৰ সভাপতি সোনমনি চলিহাই, স্মৃতিতৰ্পন কৰে সম্পাদক কাঞ্চন বৰা আৰু সুধাকণ্ঠ ভুপেন হাজৰিকাৰ প্ৰতিমূৰ্ত্তি ত!-->!-->!-->!-->!-->!-->!-->!-->!-->…