Browsing Category
REGIONAL
কাইলৈ পবিত্ৰ বৰদিন।
কাইলৈ পবিত্ৰ বৰদিন।বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে বড়োলেণ্ডৰ মুখ্য সদৰ কোকৰাঝাৰতো চলিছে পবিত্ৰ বৰদিনৰ ব্যাপক প্ৰস্তুতি।
খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকৰ এই পবিত্র উৎসৱ পালন কৰিবলৈ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ।
প্ৰতিটো গিৰ্জা ইতিমধ্যে আটক!-->!-->!-->!-->!-->…
খ্ৰীষ্টমাছ উপলক্ষে লামডিং বজাৰত উখল মাখল পৰিবেশ৷ এইবাৰ লামডিং বজাৰত গ্ৰাহকৰ ভীৰ যথেষ্ট কম ৷
খ্ৰীষ্টমাছ উপলক্ষে লামডিং বজাৰত উখল মাখল পৰিবেশ৷ এইবাৰ লামডিং বজাৰত গ্ৰাহকৰ ভীৰ যথেষ্ট কম ৷
লামডিং বজাৰতো পৰিলক্ষিত হৈছে বৰদিনৰ ৰং বিৰঙৰ বিভিন্ন সামগ্ৰী। বৰদিনত খ্ৰীষ্টমাছ ট্ৰীৰ বিশেষ গুৰুত্ব থাকে। লামডিং বজাৰত বিভিন্ন ধৰণৰ!-->!-->!-->!-->!-->…
যোৰহাটৰ জেবি ৰোডত যোৰহাট বন বিভাগে জব্দ কৰে অবৈধ বালি সৰবৰাহ কৰা ২২ খন ডাম্পাৰ
যোৰহাটৰ জেবি ৰোডত যোৰহাট বন বিভাগে জব্দ কৰে অবৈধ বালি সৰবৰাহ কৰা ২২ খন ডাম্পাৰ যোৰহাট বন সংমণ্ডল বিষয়াৰ কাৰ্যালয়ত যোৰহাট বন বিভাগে জব্দ কৰে ২২ খন ডাম্পাৰ।যোৰহাট জেবি ৰোডৰ ৰজাহাউলীত জব্দ কৰে ডাম্পাৰসমূহ।আনহাতে অবৈধভাৱে বালি সৰবৰাহ কৰা এই!-->…
লাচিত বৰফুকন পুলিচ একাডেমিত মনিপুৰ আৰক্ষীৰ দীক্ষান্ত সমাৰোহ
প্ৰশিক্ষণ সমাপ্ত কৰি মনিপুৰী আৰক্ষীৰ ১৯৪৬ জন জোৱানে দীক্ষান্ত সমাৰোহ সম্পন্ন কৰে।
লাচিত বৰফুকন পুলিচ একাডেমিত মনিপুৰ আৰক্ষীৰ দীক্ষান্ত সমাৰোহ
প্ৰশিক্ষণ সমাপ্ত কৰি মনিপুৰী আৰক্ষীৰ ১৯৪৬ জন জোৱানে দীক্ষান্ত সমাৰোহ সম্পন্ন কৰে। এই!-->!-->!-->!-->!-->…
সদৌ অসম বাঙালী যুব ছাত্ৰ ফেডাৰেছনৰ বিটিআৰ জোনাল কমিটিৰ উদ্যোগত নবনিযুক্ত ইএম সজল কুমাৰ সিংহক…
সদৌ অসম বাঙালী যুব ছাত্ৰ ফেডাৰেছনৰ বিটিআৰ জোনাল কমিটিৰ উদ্যোগত নবনিযুক্ত ইএম সজল কুমাৰ সিংহক সম্বৰ্ধনা কোকৰাঝাৰত ।কোকৰাঝাৰ আম্বেদকাৰ ভৱনত আজি সদৌ অসম বাঙালী যুব ছাত্ৰ ফেডাৰেছনৰ বিটিআৰ জোনাল কমিটিৰ উদ্যোগত নবনিযুক্ত ইএম সজল কুমাৰ সিংহক!-->…
দেৰগাঁৱৰ মিছামৰা বাহৰুৱা গাঁৱত বাহৰুৱা গাঁও ক্ৰীড়া সন্থাৰ উদ্যোগত স্বৰ্গীয় ৰবীন চন্দ্ৰ তালুকদাৰ…
দেৰগাঁৱৰ মিছামৰা বাহৰুৱা গাঁৱত বাহৰুৱা গাঁও ক্ৰীড়া সন্থাৰ উদ্যোগত স্বৰ্গীয় ৰবীন চন্দ্ৰ তালুকদাৰ সোঁৱৰণত ২০,২১ আৰু ২২ডিচেম্বৰত সদৌ অসম ভিত্তিত তৃতীয় বাৰ্ষিক নৈশ যুটীয়া বেডমিণ্টন প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। ২০ ডিচেম্বৰ শুক্ৰবাৰে নিশা এই!-->…
জাজৰিৰ জিকিৰ-জাৰীৰ জেষ্ঠ শিল্পী তজমল হুছেইন আৰু আমাৰ মাজত নাই।
জাজৰিৰ জিকিৰ-জাৰীৰ জেষ্ঠ শিল্পী তজমল হুছেইন আৰু আমাৰ মাজত নাই।
বৃহত্তৰ জাজৰি অঞ্চলত শোকৰ ছাঁ।জিকিৰ-জাৰীৰ জেষ্ঠ শিল্পী তজমল হুছেইন আৰু আমাৰ মাজত নাই। ২০ তাৰিখে নিশা নিজ বাস গৃহতে প্ৰেচাৰ ষ্টক হৈ মৃত্যু হয় শিল্পী গৰাকী । জিকিৰ-জাৰী সাধক!-->!-->!-->…
এ আই ইউ ডি এফৰ কঁকাল ভাঙি শ্বেখ নুৰুল্লাহ আৰু আবু হানিফ আনুষ্ঠানিক ভাৱে কংগ্ৰেছ দলত যোগদান।
এ আই ইউ ডি এফৰ কঁকাল ভাঙি শ্বেখ নুৰুল্লাহ আৰু আবু হানিফ আনুষ্ঠানিক ভাৱে কংগ্ৰেছ দলত যোগদান।
এ আই ইউ ডি এফৰ নগাওঁ জিলা সমিতিৰ সহকাৰী সম্পাদক তথা আমলখি গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি শ্বেখ নুৰুল্লাহ আজি আনুষ্ঠানিক ভাৱে তিনি শতাধিক দলীয়!-->!-->!-->…
ডিজিটেল সংবাদ, কামপুৰ, ২১ ডিচেম্বৰ :আপোন গাও খনলৈ ঘুৰি নহা বাঁটৰে গলগৈ নিশাৰী পাৰৰ শিল্পী সূৰ্য…
কপিলী -নিশাৰী পাৰত গভীৰ শোঁকৰ ছাঁ
ডিজিটেল সংবাদ, কামপুৰ, ২১ ডিচেম্বৰ :আপোন গাও খনলৈ ঘুৰি নহা বাঁটৰে গলগৈ নিশাৰী পাৰৰ শিল্পী সূৰ্য দা।গণ শিল্পী সূৰ্য দাস আৰু কেতিয়াও ভাদ মাহত নিজ জন্ম গাঁও তেতঁলীসৰাৰ বৰনামঘৰত ভাদ মাহত শৰাই দিবলৈ!-->!-->!-->…
জটিল ৰোগত আক্ৰান্ত কচুৱা জুৰিৰপাৰৰ ফৰিদুল ইছলাম।
জটিল ৰোগত আক্ৰান্ত কচুৱা জুৰিৰপাৰৰ ফৰিদুল ইছলাম।
নগাঁৱৰ কচুৱা জুৰিৰপাৰৰ ফৰিদুল ইছলাম নামৰ যুৱকজন জটিল ৰোগত আক্ৰান্ত হৈ বিচনাত ছটফটাই দিনৰ পিছত দিন পাৰ কৰিব লগীয়া হৈছে।
যুৱকজনৰ দুয়োটা কিডনী বিফল হোৱাত নগাঁও ,গুৱাহাটীত চিকিৎসা প্ৰদান!-->!-->!-->!-->!-->…