Browsing Category

REGIONAL

বহেমিয়ান বুলন কুমাৰ শইকীয়াৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সমাপণ নিজা গৃহ দীঘলা সোণোৱাল গাওঁ ত।

বহেমিয়ান বুলন কুমাৰ শইকীয়াৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সমাপণ নিজা গৃহ দীঘলা সোণোৱাল গাওঁ ত। আজি ইংৰাজী ১৪/১২/২৪ তাৰিখে অদম্য,নিভীক আৰু নিৰপেক্ষ সাংবাদিক তথা বিশিষ্ট নিবন্ধকাৰ বুলন কুমাৰ শইকীয়া ৰ আদ্য শ্ৰদ্ধাৰ অনুষ্ঠানত অৱসৰ প্ৰাপ্ত শিক্ষক

কচুৱাৰ সোনাৰুগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা।

কচুৱাৰ সোনাৰুগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা। নম্বৰবিহীন জেচিবি আৰু মটৰ চাইকেলৰ মাজত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো। দুৰ্ঘটনাত মটৰ চাইকেলত থকা হনুফা খাতুন আৰু ৰিয়ানা খাতুন এগৰাকী ছয় বছৰীয়া শিশু গুৰুতৰ ভাবে আহত। ততাতৈয়াকৈ আহত সকলক স্থানীয়

বাক্সাৰ গড়ভিতৰ আৰু নলবাৰী জিলাৰ চটাইবাৰীত নিশা বন্য হস্তীৰ সন্ত্ৰাস

বাক্সাৰ গড়ভিতৰ আৰু নলবাৰী জিলাৰ চটাইবাৰীত নিশা বন্য হস্তীৰ সন্ত্ৰাসবন্য হস্তীৰ বৃহৎ জাক এটা গাঁওদুখনত প্ৰবেশ কৰি কেবাটাও পৰিয়ালৰ ঘৰ দুৱাৰ ভাঙি চূৰমাৰ কৰাৰ লগতে ভড়ালৰ ধান খাই তহিলং কৰে।ৰাইজে জুই ধৰি ফটকা ফুটাই হাতীৰ জাকটো খেদি পঠিয়াবলৈ

তিতাবৰৰ এল.কে.বি উপ ক্ৰীড়া সন্থাৰ উদ্যোগত দিবা-নৈশ ক্ৰিকেট প্ৰতিযোগিতা।

তিতাবৰৰ এল.কে.বি উপ ক্ৰীড়া সন্থাৰ উদ্যোগত দিবা-নৈশ ক্ৰিকেট প্ৰতিযোগিতা। প্ৰয়াত যুগল ভূঞা সোঁৱৰণী দ্বিতীয় বাৰ্ষিক দিবা নৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা উদ্বোধন বিধায়ক ভাস্কৰজ্যোতি বৰুৱাৰ। উদ্ধোধনী মেচত তিতাবৰ সাংবাদিক একাদশৰ

এনচিএলএটি-ৰ আদেশক ঐতিহাসিক ৰায় বুলি অভিহিত কৰিছে কাছাৰ আৰু নগাঁও কাগজ কলৰ কৰ্মচাৰীয়ে।

এনচিএলএটি-ৰ আদেশক ঐতিহাসিক ৰায় বুলি অভিহিত কৰিছে কাছাৰ আৰু নগাঁও কাগজ কলৰ কৰ্মচাৰীয়ে। কাছাৰ আৰু নগাঁও কাগজ কলৰ স্বীকৃত সংগঠন JACRU-এ ৰাষ্ট্ৰীয় কোম্পানী আইন NCLAT ২০২৪ চনৰ ৩ ডিচেম্বৰৰ আদেশক, দুই কাগজ কলৰ কৰ্মচাৰীৰ অৱশিষ্ট ‘ভৱিষ্যৎ

দেৰগাঁৱৰ এখন অসমীয়া মাধ্যমৰ অগ্ৰণী বিদ্যালয় শংকৰদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সমাৰোহৰ…

দেৰগাঁৱৰ এখন অসমীয়া মাধ্যমৰ অগ্ৰণী বিদ্যালয় শংকৰদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সমাৰোহৰ প্ৰস্তুতি তুংগত। এই উপলক্ষে অনুষ্ঠিত কৰা হয় এখন সংবাদমেল। ১৫লাখ বাজেটেৰে অনুষ্ঠিত হোৱা প্ৰাক্তন ছাত্ৰ সমাৰোহৰ সামৰণি অনুষ্ঠানত

আকৌ গৌৰীপুৰ আৰক্ষীৰ জালত এজন ছাইবাৰ অপৰাধীঃ কোনেও সাৰি যাৱ নোৱাৰিৱ গৌৰীপুৰ আৰক্ষীক ৷

আকৌ গৌৰীপুৰ আৰক্ষীৰ জালত এজন ছাইবাৰ অপৰাধীঃ কোনেও সাৰি যাৱ নোৱাৰিৱ গৌৰীপুৰ আৰক্ষীক ৷ গৌৰীপুৰ আৰক্ষীয়ে আটক কৰে এ,টি,ম ছাইবাৰ অপৰাধীৰ লগত জড়িত এজন যুৱকক। যুৱক জনৰ পৰা উদ্ধাৰ ১৫ খনকৈ এটি এম কাৰ্ড। ধৃত যুবক জন ধুবুৰীৰ বাল্লেৰচৰৰ আবু

ড্ৰাগছৰ বিৰুদ্ধে কচুৱা আৰক্ষীৰ অভিযান

ড্ৰাগছৰ বিৰুদ্ধে কচুৱা আৰক্ষীৰ অভিযান। এক গোপন খবৰৰ ভিত্তিত কচুৱা আৰক্ষী আৰু গাঁওৰক্ষী বাহিনীৰ সহযোগত চলাইছিল অভিযান । অভিযানত ১নং কচুৱাৰ পৰা এজন ড্ৰাগছসৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় কচুৱা আৰক্ষীয়ে । আটকাধিন ড্ৰাগছ সৰবৰাহকাৰীজন

ৰূপহীহাট আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান।

ৰূপহীহাট আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। আৰক্ষীৰ অভিযান চাৰিটাকৈ ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচসহ আটক সৰবৰাহকাৰী। ধৃত সৰবৰাহকাৰীটো জুৰিয়া লালুং গাঁৱৰ মকিবুৰ ৰহমান। ড্ৰাগছ সৰবৰাহকাৰী মকিবুৰ ৰহমানৰ পৰা ৪৬.৩২ গ্ৰাম উদ্ধাৰ কৰাৰ লগতে জব্দ কৰে