Browsing Category
Uncategorized
নতুন বছৰতে যুগ্ম জীৱনৰ পাতনি মেলিব বেহাৰবাৰী আউট পোষ্টৰ ‘মোহন’খ্যাত অভিনেতা দীপজ্যোতি…
বেহাৰবাৰী আউট পোষ্টৰ পৰা আৰম্ভ কৰি বিভিন্ন ধাৰাবাহিকত অভিনয় কৰি অসমবাসীৰ মনত এক বিশেষ স্থান দখল কৰিছে অভিনেতাগৰাকীয়ে। বেহাৰবাৰী আউট পোষ্টৰ মোহন চৰিত্ৰৰে সকলোৰে মনজয় কৰিছে দীপজ্যোতি কেওটে।নতুন বৰ্ষৰ প্ৰাকক্ষণত নতুন খবৰ দিলে মোহন!-->!-->!-->!-->!-->…
মাতৃ হ’ল ‘গোপী বহু’!
দেৱলীনা ভট্টাচাৰ্যৰ কোলা শুৱনি কৰিবলৈ আহিল ল’ৰা নে ছোৱালী? সমাজৰ ৰঙা চকু আৰু ধৰ্মীয় বাধানিষেধক আওকান কৰিশ্বাহনৱাজৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল ৩৭ বছৰীয়া অভিনেত্ৰীগৰাকী।
মাতৃ হ’ল অভিনেত্ৰী দেৱলীনা ভট্টাচাৰ্য ওৰফে সকলোৰে প্ৰিয় গোপী বহু।!-->!-->!-->…
কোনে কৈছে ধাৰ্মিক ব্যক্তি নাইঃ এইখন ৰাজ্যত এতিয়াও ধাৰ্মিক ব্যক্তি আছেঃধুবুৰীৰ গোলকগঞ্জ এজন ই ৰিক্সা…
কোনে কৈছে ধাৰ্মিক ব্যক্তি নাইঃ এইখন ৰাজ্যত এতিয়াও ধাৰ্মিক ব্যক্তি আছেঃধুবুৰীৰ গোলকগঞ্জ এজন ই ৰিক্সা চালকে লাভ কৰা সোনৰ গহনা ঘুৰাই দিলে এক লক্ষাধিক টকাৰ সোনৰ গহনা৷
ধুবুৰী জিলাৰ গোলকগঞ্জৰ এগৰাকী ব্যক্তিৰ মহামানুৱতা ৷
প্ৰাপ্ত তথ্য মতে!-->!-->!-->!-->!-->…
গায়নগাওঁ মধ্য ইংৰাজী বিদ্যালয়ত মধ্যন্হ ভোজনৰ ক্ষেত্ৰত অনিয়ম। প্ৰধান শিক্ষক গৰাকীয়ে নামাজৰ অজুহাত…
গায়নগাওঁ মধ্য ইংৰাজী বিদ্যালয়ত মধ্যন্হ ভোজনৰ ক্ষেত্ৰত অনিয়ম। প্ৰধান শিক্ষক গৰাকীয়ে নামাজৰ অজুহাত দেখুৱাই ১১ বজাত বিদ্যালয় এৰি ঘৰলৈ গুছি যায়।
নগাঁও জিলাৰ বটদ্ৰৱা প্ৰাথমিক শিক্ষা খন্ডৰ অন্তৰ্গত ধিঙৰ গায়নগাওঁ মধ্য ইংৰাজী বিদ্যালয়ৰ!-->!-->!-->…
বৰপেটাৰ সৰ্থেবাৰী আৰক্ষীৰ বৃহৎ সফলতা ।
বৰপেটাৰ সৰ্থেবাৰী আৰক্ষীৰ বৃহৎ সফলতা । চুৰিগৰুসহ গ্ৰেপ্তাৰ চাৰি গৰুচোৰ সৰ্থেবাৰী আৰক্ষীৰ জালত ।
Anchor : বৰপেটা সৰ্থেবাৰী আৰক্ষীয়ে গৰুচোৰৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ সফলতা লাভ কৰে । চুৰি গৰুসহ চাৰিটা গৰুচোৰক গ্ৰেপ্তাৰ কৰে সৰ্থেবাৰী!-->!-->!-->…
আজিৰ ৰাশিফল
মেষ ৰাশি : বন্ধু আজি আপোনাক কোনোবা বিশেষ মানুহৰ চিনাকী কৰাই দিব ,যিয়ে আপোনাৰ জীৱনত এক গভীৰ প্ৰভাৱ পেলাব। যি সকল লোক আপোনাক চিনি পায় ,সিহতৰ জৰিয়তে আপুনি নতুন উৎসৰ পৰা ধন পাব পাৰে। সন্ধিয়াৰ বেছিভাগ সময় আত্মীয়ৰ লগত অতিবাহিত হব।!-->…
আজিৰ ৰাশিফল
মেষ ৰাশি : স্বাস্থ্যৰ লগত জড়িত সমস্যা আপোনাৰ বাবে অসুবিধাৰ সৃষ্টি কৰিব পাৰে। আপুনি পইচা আয় কৰিব পাৰে যদিহে আপুনি আপোনাৰ জমা ধন পাৰম্পৰিক ভাৱে নিৱেশ কৰক। আপুনি মা-দেউতাকক সুখ কৰাত আপুনি বহুত জটিলতা অনুভৱ কৰিব। সিহঁতক বুজিব চেষ্টা কৰিব!-->…
আজিৰ ৰাশিফল
মেষ ৰাশি : আজি নিজৰ স্বাস্থ্য আৰু মুখ মণ্ডলৰ যত্ন লবৰ বাবে আপোনাৰ হাতত পৰ্যাপ্ত পৰিমাণৰ সময় থাকিব। প্ৰাপ্ত হোৱা ধন আপোনাৰ আশা মতে নহ'ব। দূৰৰ আত্মীয়ৰ ইয়াৰ পৰা প্ৰাপ্ত আকস্মিক ভাল খবৰে আপোনাৰ গোটেই পৰিয়ালকে সুখ আৰু আনন্দ প্ৰদান কৰিব।!-->…
বোকাজানৰ মহকুমাধিপতি কাৰ্যলয়লৈ এক বিশাল সমদলৰ লগতে অৱস্থান ধৰ্মঘট ৰূপায়ন কৰা পৰিলক্ষিত হয়।
লোক জাগৰণ মঞ্চ পূব কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত আৰু কেইবাটাও দল সংগঠনৰ সহযোগত আজি বোকাজানৰ ভাৰত সেৱাশ্রম প্ৰণৱ বিদ্যাপীঠ বিদ্যালয়ৰ পৰা বোকাজানৰ মহকুমাধিপতি কাৰ্যলয়লৈ এক বিশাল সমদলৰ লগতে অৱস্থান ধৰ্মঘট ৰূপায়ন কৰা পৰিলক্ষিত হয়।
!-->!-->!-->…
আজিৰ ৰাশিফল
মেষ ৰাশি : ধৈৰ্য বনাই ৰাখক , কাৰণ আপোনাৰ বুজাৰ শক্তি আৰু প্ৰয়াস আপোনাক সফলতা লাভ কৰাত নিশ্চয় সহায় কৰিব। চাকৰি কৰি থকা লোক সকলৰ আজি অৰ্থৰ আৱশ্যকতা পৰিব পাৰে কিন্তু বেহিচাপী স্বভাৱৰ বাবে আজি সিহতৰ তাত পৰ্যাপ্ত ধন নাথাকিব। বৰিষ্ঠ আৰু!-->…