Browsing Category

Uncategorized

মন্ত্ৰী চন্দ্ৰমহন পাটোৱাৰীৰ নিজা পহৰ নাই ।আনৰ পোহৰৰে আকাশত জিলিকে আকাশত চন্দ্ৰৰ এটা ফাল এন্ধাৰতে…

চন্দ্ৰমোহন পাটোৱাৰী অসম চৰকাৰৰ মন্ত্ৰী ৷আমাৰ নতুন দেহৰ মৌজাতেই ঘৰ ৷ ১৯৮৫ চনৰ পৰা আজিলৈকে ৪বাৰ কৈ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী। ২ বাৰ বিধায়ক ৷মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক ৰাইজে ৰজা পাতি আহিলেও আমাৰ নতুন দেহৰ মৌজাত নাই এখন ভাল চিকিৎসালয়৷

মহানগৰীত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা

জু-ৰোডৰ বাৰ্গাৰ ট্ৰি নামৰ ৰেষ্টোৰেণ্ট খনত সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ ঘটনা অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাইঘটনাস্থলীত উপস্থিত অগ্নি নিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ জুই নিৰ্বাপণৰ চেষ্টা ।

মৈৰাবাৰীত চিপ লৈ আত্মহত্যা যুৱকৰ।

মৈৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত তাঁতীকটা গাঁৱত ইজাজুল হক নামৰ যুৱকজনে চিপ লৈ আত্মহত্যা কৰে। যুৱক জনৰ ঘৰ মৈৰাবাৰীৰ তাঁতীকটা গাঁৱত।কৰ্মসূত্ৰে নাগালেণ্ডৰ কহিমাত থকা যুৱক জন যোৱাকালি গাঁৱত থকা ঘৰত আহে আৰু আজি নিজা বাসগৃহৰ কোঠালিত দৰ্জা বন্ধ

ট্ৰেডিং গোচৰত অভিযুক্ত চুমি বৰা আৰু তাৰ্কিক বৰাৰ সম্পৰ্ক ৰক্ষা বোকাখাতৰ দুই যুৱকক আটক বোকাখাত…

বোকাখাতৰ মিলনপুৰৰ চন্দন নাথ আৰু লতাবাৰীৰ শোভনজ্যোতি কুৰ্মীক নিশা আটক কৰে বোকাখাত আৰক্ষীয়ে ।যোৱা সপ্তাহত শোভনজ্যোতিৰ ঘৰত আশ্ৰয় লৈছিল চুমি-তাৰ্কিকে ।এই কাৰ্যত চন্দন নাথেও সহযোগ কৰাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে ।২০১৬ চনৰ পৰা তাৰ্কিকৰ সৈতে সহযোগী

উত্তৰ প্ৰদেশৰ বৃন্দাবনত ভাওনা প্ৰদৰ্শনৰ বাবে আমন্ত্ৰণ বিষ্ণু জ্যোতিক:আখৰা গৃহ মুকলি কৰিলে বিধায়ক…

২০২০ চনত যোৰহাটৰ চেলেংহাটত প্ৰতিষ্ঠা লাভ কৰা বিষ্ণু জ্যোতি সামাজিক সাংস্কৃতিক গোষ্ঠী আৰু ঐতিহাসিক শিৱসাগৰৰ জয়া দলং মহিলা সমাজক ভগবান শ্ৰী কৃষ্ণৰ লীলাভূমি বৃন্দাবনত গুৰু জনাৰ অমূল্য সৃষ্টি ভাওনা আৰু অসমীয়া লোক কৃষ্টিৰ অনন্য এক সম্পদ দিহা

বাল্য বিবাহৰ বিৰুদ্ধে জৰুৱা বন্দিহানা আৰক্ষীৰ কঠোৰ ভৃমিকাঃ বাল্য বিবাহৰ লগত জড়িত থকা লোকক বিচাৰি…

ধুবুৰী জিলাৰ বন্দিহানা আৰক্ষী চকীৰ অন্তৰ্গত ফুলকাটাৰী গাওঁত যোৱা শনিবাৰৰ নিশা এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীক বিবাহ দিয়াৰ খৱৰ লাভ কৰে বন্দিহানাৰ আৰক্ষীয়ে ৷তৎক্ষণাতে উপস্থিত হয় বন্দিহানাৰ এটা আৰক্ষীৰ বৃহৎ সঁজাতী দল ৷উল্লেখ্য যে, বন্দিহানা আৰক্ষী

১২ ছেপ্টেম্বৰ লৈ সামূহিক বাবে স্থগিত চালক সন্থাৰ কৰ্ম বিৰতি। বৈঠক ফলপ্ৰসূ নহলে গ্ৰহণ কৰিব বিশেষ…

যোৱা 22 আগষ্টত অৰুণাচল প্ৰদেশৰ দাপৰি জু নগৰৰ সমীপৰ পৰা অসমৰ ট্ৰাক চালক সঞ্জয় নাথক অপহৰণ কৰি হত্যা কাণ্ডৰ পিছত অসম অৰুণাচল সীমান্তত এক উত্তেজনা ময় পৰিস্থিতিৰ সৃষ্টি হৈছিল । মৃত সহকৰ্মী ৰ বাবে ন্যায় বিচাৰি পৰিয়ালক এককালিক সাহায্যৰ লগতে

ৰাশিফল…

মেষ ৰাশি - আপোনাৰ উৰ্জা বহুত থাকিলেও আজি আপুনি এনেও কাৰোবাক মনত কৰিব যি এই মূহুৰ্তত আপোনাৰ লগত নাই। যিসকল লোকে আজি পৰ্যন্ত পইচা বিনা কাৰণত খৰচ কৰিছিল, সিহতেঁ আজি পইচাৰ মূল্য বুজি পাব যেতিয়া সিহতঁক পইচাৰ আৱশ্যকতা হব কিন্তু সিহতঁৰ তাত

ৰাশিফল….

মেষ ৰাশি - গাড়ী চলোৱা সময়ত সাৱধান থাকক,বিশেষকৈ গাড়ী ঘুৰাওতে ।নহলে বেলেগৰ ভুলৰ বাবে আপুনি সমস্যাত পৰিব পাৰে। আপোনাৰ ঘৰৰ লগত জড়িত নিৱেশ আপোনাৰ বাবে লাভ কঢ়িয়াই আনিব। আপোনাৰ জ্ঞান পিপাসু মন টোৰ বাবে নতুন বন্ধু বনোৱাত সহায় হব। ঘৰত সমস্যাৰ

কচুৱাৰ গেৰজাইপামৰ এগৰাকী মাদ্ৰাছাৰ ছাত্ৰ নিৰুদ্দেশ।

কচুৱাৰ গেৰজাইপামৰ এগৰাকী মাদ্ৰাছাৰ ছাত্ৰ নিৰুদ্দেশ। নগাঁও জিলাৰ কচুৱা থানাৰ অন্তৰ্গত গেৰজাইপাম গাঁৱৰ মুশ্বাৰফ হুছেইন নামৰ এগৰাকী ১৩ বছৰীয়া মাদ্ৰাছাৰ ছাত্ৰ সন্ধানহীন হোৱাত অঞ্চল জুৰি তীব্ৰ চাঞ্চল্যকৰ সৃষ্টি হৈছে। উল্লেখযোগ্য যে যোৱা