তুংগত উঠিছে মুখ্যমন্ত্ৰী আৰু অখিল গগৈৰ বাকযুদ্ধ, মুখ্যমন্ত্ৰীক উভতি ধৰি অখিলৰ বাক্যবাণ-…
আনক নীতি শিক্ষা দিয়াতকৈ নিজে নীতি নিয়ম পালন কৰক বুলি কটাক্ষ কৰে মুখ্যমন্ত্ৰীয়ে। চৰকাৰে তদন্ত কৰি সময় নষ্ট কৰাতকৈ ৰাইজে দুয়োগৰাকীৰে মাৰ্কশ্বীট দুখন চালেই গম পাব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে।
01
চাকৰি বিতৰ্কই বিশেষ!-->!-->!-->!-->!-->!-->!-->!-->!-->…
ভাঙিব উইনিং কম্বিনেচন! পাকিস্তানৰ বিৰুদ্ধে ভাৰতীয় দলত দুটাকৈ ডাঙৰ পৰিৱৰ্তন! মহাচমক ৰোহিত-গম্ভীৰৰ!
মেগা মেচত কেনে হ’ব ভাৰতৰ প্ৰথম একাদশ তাক লৈ চলিছে জল্পনা-কল্পনা। বাংলাদেশৰ বিৰুদ্ধে খেলা দলেই পাকিস্তানৰ বিৰুদ্ধেও খেলিব নে কোনো পৰিৱৰ্তন হ’ব তাক লৈ চলিছে চৰ্চা।
01
দেওবাৰে আইচিচি চেম্পিয়ন্স ট্ৰফী ২০২৫ৰ মহাৰণ। যিখন মেচক!-->!-->!-->!-->!-->!-->!-->!-->!-->!-->!-->…
আজিৰ ৰাশিফল….
মেষ- আজিৰ দিনটোত আপোনাৰ ধন লাভ হোৱাৰ পুৰ্ণ সম্ভাৱনা আছে। সীমাহীন সৃজনাত্মক কাম আৰু উৎসাহে আপোনাক এটা লাভদায়ক দিশৰ পিনে লৈ যাব পাৰে। পৰিয়ালত আনন্দময় পৰিৱেশে বিৰাজ কৰিব। শুভ নম্বৰ-৬, শুভ ৰং-ৰঙা।
বৃষ- আজিৰ আপোনাৰ শৰীৰত কিছু ক্লান্তি!-->!-->!-->!-->!-->…
পাকিস্তানৰ মাটিত ইংলেণ্ড-অষ্ট্ৰেলিয়াৰ খেলৰ সময়ত বাজি উঠিল ভাৰতীয় ৰাষ্ট্ৰীয় সংগীত! আকৌ মুখ ক’লা…
লাহোৰৰ গাড্ডাফী ষ্টেডিয়ামত পাকিস্তানৰ চেম্পিয়নছ ট্ৰফীৰ মেচৰ পূৰ্বে হঠাৎ ভাৰতীয় ৰাষ্ট্ৰীয় সংগীত ‘জন গণ মন’ বাজি উঠে।
01
লাহোৰৰ গাড্ডাফী ষ্টেডিয়ামত হঠাৎ বাজি উঠিল ‘জন গণ মন’। শনিবাৰে পাকিস্তানৰ চেম্পিয়নছ ট্ৰফীৰ!-->!-->!-->!-->!-->!-->!-->!-->!-->…
মহা শিৱৰাত্ৰিত অন্ত পৰিব মহা কুম্ভমেলাৰ, আজিৰে পৰা ভিৰ বাঢ়িছে VVIP ঘাটত
আজিৰ পৰা পুনৰ ভিৰ বাঢ়িছে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত। অন্তিম টা দিনত কোটিৰো অধিক ভক্তৰ আগমন হোৱাৰ অনুমান উত্তৰ প্ৰদেশ প্ৰশাসনৰ।
মহা শিৱৰাত্ৰিত অন্ত পৰিব মহা কুম্ভমেলাৰ। আজিৰে পৰা ভিৰ বাঢ়িছে VVIP ঘাটত। ১০ কিলোমিটাৰ পথ খোজকাঢ়ি!-->!-->!-->!-->!-->…
USTMৰ আচাৰ্য মহবুবুল হকক গ্ৰেপ্তাৰ, গুৱাহাটীৰ ঘোঁৰামাৰাৰ বাসগৃহৰপৰা নিশা ডেৰ বজাত আটক আচাৰ্যগৰাকীক
গুৱাহাটীৰ ঘোঁৰামাৰাৰ বাসগৃহৰ পৰা আটক আচাৰ্য মহবুবুল হকক। নিশা ডেৰ বজাত আটক আচাৰ্যগৰাকীক।
01
USTMৰ আচাৰ্য মহবুবুল হকক গ্ৰেপ্তাৰ। শ্ৰীভূমি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আচাৰ্য মহবুবুল হকক। বৰ্তমান পাথাৰকান্দি আৰক্ষী থানালৈ লৈ!-->!-->!-->!-->!-->!-->!-->!-->!-->!-->!-->…
ৰুক্ষ ছালৰ পৰা হাত সাৰিবলৈ ৪০ৰোৰ্ধৰ মহিলাই কৰক এইকেইটা ব্যায়াম…
বয়স বৃদ্ধিৰ লগে লগে আমাৰ ছাল শোঁতোৰা পৰিবলৈ আৰম্ভ কৰে। ৪০ বছৰ বয়সৰ পিছত মহিলাৰ ছালত বহু পৰিৱৰ্তন হ’বলৈ আৰম্ভ কৰে। ক’লাজেনৰ মাত্ৰা কমি যোৱাৰ বাবে ছালখন ঢিলা হৈ পৰে। মুখত বলিৰেখা আৰু মিহি ৰেখাই দেখা দিবলৈ আৰম্ভ কৰে। যাৰ ফলত মুখৰ!-->!-->!-->…
শিৱৰাত্ৰিৰ দিনা মনোবাঞ্ছা পূৰণ হ’ব এই চাৰি ৰাশিৰ লোকসকলৰ, কাৰ ভাগ্যত আছে সোণালী সুযোগ?
শিৱৰাত্ৰিক মহাদেৱৰ সৰ্বশ্ৰেষ্ঠ দিন বুলি ধৰা হয়। বিশ্বাসমতে, এই দিনটোত ভক্তিভাৱেৰে পূজা কৰিলে শিৱ ভক্তসকলৰ মনোবাঞ্ছা পূৰণ হয়। ফাগুণ মাহৰ কৃষ্ণপক্ষৰ চতুৰ্দশী তিথিত শিৱৰাত্ৰি পালন কৰা হয়।
01
শিৱৰাত্ৰিক মহাদেৱৰ সৰ্বশ্ৰেষ্ঠ!-->!-->!-->!-->!-->!-->!-->!-->!-->!-->!-->…
আজিৰ ৰাশিফল….
মেষ: আয় আৰু ব্যয়ৰ হিচাপ একে থাকিব ৷ ধাৰলৈ টকা লোৱা আৰু আনক ধাৰলৈ দিয়াৰ পৰা কিছুদিন আঁতৰি থাকক ৷ আপোনজনৰ সৈতে ভুল বুজাবুজি হ’ব পাৰে৷ শৰীৰৰ যত্ন লওক আৰু মানসিক শান্তিৰ বাবে চেষ্টা কৰক৷ শুভ সংখ্যা ৮।
বৃষ: আজি বিপৰীত লিংগৰ ব্যক্তিৰ!-->!-->!-->!-->!-->…
সঁচাকৈয়ে স্নানৰ বাবে অযোগ্য নেকি প্ৰয়াগৰাজৰ ত্ৰিবেণী সংগমৰ পানী?
প্ৰয়াগৰাজৰ ত্ৰিবেণী সংগমৰ পানী স্নানৰ বাবে নিৰাপদ হয় নে নহয় সেই লৈ তীব্ৰ বিতৰ্ক চলিছে। শেহতীয়াকৈ প্ৰকাশিত এক প্ৰতিবেদনত সংগমৰ পানীত মলৰ কলিফৰ্ম (FC), বেক্টেৰিয়াৰ মাত্ৰা বৃদ্ধি পোৱাৰ বাবে উদ্বেগ প্ৰকাশ কৰা হৈছে।
ইয়াৰ ফলতেই!-->!-->!-->!-->!-->…