গৌৰীপুৰ গদাধৰ নদীত নাওদূৰ্ঘটনাত সন্ধানহীন পিতা পুত্ৰ ।

গৌৰীপুৰ গদাধৰ নদীত নাওদূৰ্ঘটনাত সন্ধানহীন পিতা —পুত্ৰ । ধুবুৰী জিলাৰ গৌৰীপুৰ গদাধৰ নৈত এই দৃৰ্ঘটনা সংঘটিত হয় ৷ সময় তেতিয়া অনুমানিক ৰাতি ৯ টা বাজিছিল, শ্বাবিনুৰ ৰহমান নামৰ যুৱক জনক দেউতাই নদীপাৰ কৰাৰ বাবে টুলুঙা নাওঁৰে যাত্ৰা কৰিছিল।

নগাঁৱৰ কন্দলী শিলফাটাত অঘটন ৷

নগাঁৱৰ কন্দলী শিলফাটাত অঘটন ৷ সৰিয়হ খেতিৰ কাষত উদ্ধাৰ এটা বন্যহস্তীৰ মৃতদেহ ৷ স্থানীয় লোকে বন্যহস্তীৰ মৃতদেহটো প্ৰত্যক্ষ কৰি খৱৰ দিয়ে বন বিভাগক ৷ ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত ৷ এই পৰ্যন্ত হাতীটোৰ মৃত্যুৰ কাৰণ জানিব পৰা নাই ৷

আজি আগমনী থানাত চাৰিটা মাংসৰ বাইক আটক।

আজি আগমনী থানাত চাৰিটা মাংসৰ বাইক আটক। জানিব পৰা মতে ভামোনডাংগা পাঠ ২ ৰ বাসিন্দা আবেদ আলী বহু দিনৰ পৰা ঘৰত অবৈধ ভাবে গো মাংসৰ ব্যাৱসায়ী চলাই আছিল। জানিব পৰা মতে আগমনী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ কুমাৰ ডেকাৰ নিৰ্দেশ মৰ্মে প্ৰদীপ সাহাৰ

তিতাবৰ পৌৰসভাৰ পদেন সদস্য হিচাপে শপত গ্ৰহণ সাংসদ গৌৰৱ গগৈৰ

তিতাবৰ পৌৰসভাৰ পদেন সদস্য হিচাপে শপত গ্ৰহণ সাংসদ গৌৰৱ গগৈৰ তিতাবৰত বিজেপিৰ খহনীয়া ৱাৰ্ড সদস্য অনন্ত কছাৰী কংগ্ৰেছত যোগদান লোকসভাৰ বিৰোধী দলৰ উপ দলপতি তথা যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈৱে তিতাবৰৰ পৌৰসভাৰ কাৰ্য্যালয়ত উপস্থিত হৈ

থানপাতকুছি সঠাজান মুকলি কৰিবলৈ ওলাই আহিল ৰাইজ।

থানপাতকুছি সঠাজান মুকলি কৰিবলৈ ওলাই আহিল ৰাইজ। মৰণত শৰণ দি সমস্যা সমাধানৰ বাবে থানপাতকুছি সঠাজানত নামিল কেইবাগৰাকীও ব্যক্তি। থানপাতকুছি সঠাজানৰ পানী আবদ্ধ হৈ প্ৰায় ৩০ খন গাওঁৰ কৃষিভূমি পানীৰ তলত। মুৰে কপালে হাত দিব লগীয়া হৈছে কৃষক ৰাইজ।

বিধি উলংঘা কৰি কাকডোঙা ৰাইদাংজুৰি সমবায় সমিতিয়ে বিতৰণ কৰিছে চাউল।

বিধি উলংঘা কৰি কাকডোঙা ৰাইদাংজুৰি সমবায় সমিতিয়ে বিতৰণ কৰিছে চাউল। ৰাইদাংজুৰি সমবায় সমিতিৰ সম্পাদক নবীন পায়েঙে নিশা ১২ বজাত এজেণ্টৰ ঘৰে ঘৰে বিধি উলংঘা কৰি চোৰৰ দৰে চাউল বিতৰণ কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে স্থানীয় ৰাইজৰ। ইফালে সমবায়

নগাঁও পানীগাওঁ কচলুখোৱাত আৰক্ষীৰ অভিযান

নগাঁও পানীগাওঁ কচলুখোৱাত আৰক্ষীৰ অভিযান চৰকাৰী স্কুলৰ ফেন, মন্দিৰৰ পিতলৰ সা-সম্পত্তিকে ধৰি বুজন পৰিমাণৰ চোৰি সামগ্ৰী উদ্ধাৰ মৰিকলং আৰক্ষী চকীৰ অন্তৰ্গত কচলুখোৱাৰ আমিৰৰ বাসগৃহৰ পৰা উদ্ধাৰ চোৰি সামগ্ৰী সমূহ বুজন পৰিমাণৰ চোৰি

গৌৰীপুৰত ভয়ংকৰ মাৰপিট সংকটজনক অৱস্থাত চিকিৎসালয়ত প্ৰেৰণ তিনি ভাই ককায়েকক ৷

গৌৰীপুৰত ভয়ংকৰ মাৰপিট সংকটজনক অৱস্থাত চিকিৎসালয়ত প্ৰেৰণ তিনি ভাই ককায়েকক ৷ ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ আলমগঞ্জ ষষ্ঠম খণ্ড অষ্টমীৰচৰ গাওঁত মাটি বাৰীক কেন্দ্ৰ কৰি সংঘটিত হয় ভয়ংকৰ মাৰপিটৰ ঘটনা। নিজ খুৰাই গুৰুলা —গুৰুল কৈ প্ৰহাৰ কৰি আহত

PGR/VGR বসবাস কৰা কোনো সাৰি নাযাব

PGR/VGR বসবাস কৰা কোনো সাৰি নাযাব। উচ্ছেদ কৰিবলৈ পুনৰ প্ৰশাসনৰ জাননী। ঠায়ে ঠায়ে আঁৰিদিয়া হৈছে উচ্ছেদৰ জাননী PGR/VGR ভূমিত ঘৰ-দুৱাৰ সাজি থকা লোকলৈ উচ্ছেদৰজাননী প্ৰশাসনৰ অৱশ্যে PGR ভূমি চিনাক্তৰ বাবে এই ফলক আৰি দিয়া হৈছে বুলি মন্তব্য একাংশৰ