তিতাবৰ আৰক্ষীৰ বৃহৎ সাফল্য ।
তিতাবৰ আৰক্ষীৰ বৃহৎ সাফল্য । তিতাবৰ আৰক্ষীয়ে গোপন সূত্ৰ পম খেদি প্ৰায় ২৩.৭ গ্ৰাম অবৈধ ভাং জব্দ কৰিবলৈ সক্ষম হয়। তিতাবৰৰ ১ নং মৰাণ গাঁওৰ অংকুৰ দাস নামৰ লোক জনৰ ঘৰৰ পৰা উদ্ধাৰ কৰে ভাং খিনি।বতৰ্মান পলাতক অভিযুক্ত অংকুৰ দাস
চাপৰত এদল ছাত্ৰ ছাত্ৰীৰ প্ৰসংনীয় পদক্ষেপ।
চাপৰত এদল ছাত্ৰ ছাত্ৰীৰ প্ৰসংনীয় পদক্ষেপ। ৰাজ্যত বান পৰিস্থিতি সামান্য উন্নত হ'বলৈ ধৰিছে যদিও আজিও জলমগ্ন হৈ আছে চাপৰ'ৰ বিভিন্ন অঞ্চল। দিনেক দিনে বৃদ্ধি পাবলৈ ধৰিছে বানপীড়িত লোকৰ সমস্যা। এফালে বানপানীয়ে খেতি পথাৰ ধ্বংস কৰিছে আনফালে!-->…
মাতৃসহ তিনি কন্যাই কাকীৰ ৰাজপথত হিয়া ঢাকুৰি কান্দিছে।
স্বামীক বিচাৰি কান্দিছে এগৰাকী পত্নীয়ে। পিতৃক হেৰুৱাই উচুপিছে জীয়ৰীয়ে। মাতৃসহ তিনি কন্যাই কাকীৰ ৰাজপথত হিয়া ঢাকুৰি কান্দিছে। এইগৰাকী পঞ্চাশ উৰ্ধৰ মহিলা নাম ৰেৱতী বৰা, লগত তিনি কন্যা,প্ৰনিতা দাস,ৰীনামাই বৰা প্ৰতিমা ডালু। এই মাতৃ কন্যাই!-->…
পলাশবাৰীৰ বৰকুছিত ভয়ংকৰ পথ দুৰ্ঘটনা।
পলাশবাৰীৰ বৰকুছিত ভয়ংকৰ পথ দুৰ্ঘটনা। থিতাতে নিহত বঙৰাৰ শ্ৰীকান্ত চৌধুৰী নামৰ এজন লোক। দক্ষিণ কামৰূপ পলাশবাৰীৰ বৰকুছিত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। হাইড্ৰাৰ খুণ্ডাত থিতাতে নিহত এজন লোক । বঙৰাৰ পৰা মিৰ্জা অভিমুখে আহি থকা অৱস্থাত পিছ!-->…
নগাঁৱৰ কচুৱা পাহাৰতলিত শোকাৱহ ঘটনা ৷
নগাঁৱৰ কচুৱা পাহাৰতলিত শোকাৱহ ঘটনা ৷ মাটিকুঁৱা চাফা কৰিবলৈ গৈ দ কুঁৱাত পৰিল এজন লোক ৷ লোক জনৰ নাম নবী হুছেইন ৷ লোকজনক উদ্ধাৰৰ চেষ্টা স্থানীয় লোকৰ। তিনিজন লোকে কুঁৱা চাফা কৰিবলৈ আহিছিল আব্দুল জলিল নামৰ এজন লোকৰ ঘৰত ৷ ঘটনা স্থলীত আৰক্ষী আৰু!-->…
কলিয়াবৰত পাঁচগৰাকী ছাত্ৰৰ মহানুভৱতা।
কলিয়াবৰত পাঁচগৰাকী ছাত্ৰৰ মহানুভৱতা।বানপীড়িতৰ সহায়ৰ বাবে ১১ হাজাৰ টকা সংগ্ৰহ।
সমষ্টিবাসীৰ কাষত সাংসদ পৰিমল শুক্লবৈদ্য।
সমষ্টিবাসীৰ কাষত সাংসদ পৰিমল শুক্লবৈদ্য। কাছাৰৰ বানপীড়িত ৰাইজৰ সমস্যাৰ বুজ লয়,নব নিৰ্বাচিত সাংসদ পৰিমল শুক্লবৈদ্যই
নগাওঁ ৰাজীৱ ভৱনত সাংসদ প্ৰদ্যুৎবৰদলৈৰ।
নগাওঁ ৰাজীৱ ভৱনত সাংসদ প্ৰদ্যুৎ বৰদলৈৰ। হাতীমূৰা বান্ধৰ কাৰিকৰী তদন্তৰ দাবী সাংসদ বৰদলৈৰ।
পশ্চিম বংগত মহিলাৰ সুৰক্ষাৰ ক্ষেত্ৰত প্ৰথম বুলি দাবী কৰা মমতা দিদিৰ ৰাজ্যত জঘন্য কাণ্ড।
পশ্চিম বংগত মহিলাৰ সুৰক্ষাৰ ক্ষেত্ৰত প্ৰথম বুলি দাবী কৰা মমতা দিদিৰ ৰাজ্যত জঘন্য কাণ্ড।টিএমচিৰ বিধায়ক মদন মিত্ৰৰ ঘনিষ্ঠ জয়ন্ত সিঙে এগৰাকী মহিলাক নিৰ্মমভাৱে প্ৰহাৰ কৰা দৃশ্য ভাইৰেল...
গুৱাহাটীত মুষলধাৰ বৰষুণ।
গুৱাহাটীত মুষলধাৰ বৰষুণ।পুনৰ মহানগৰীত কৃত্ৰিম বানৰ আশংকা।