সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ ফকিৰাগ্ৰাম শাখাৰ প্ৰতিষ্ঠা দিৱস উদযাপন
সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ ফকিৰাগ্ৰাম শাখাৰ প্ৰতিষ্ঠা দিৱস উদযাপন। সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ কোকৰাঝাৰ জিলা সমিতিৰ অন্তৰ্গত ফকিৰাগ্ৰাম শাখা সমিতিৰ আজি প্ৰথম প্ৰতিষ্ঠা দিৱস উদযাপন কৰে।কাৰ্যসূচী মতে পুৱা পতাকা উত্তোলন কৰে শাখাৰ সভানেত্ৰী!-->…
ৰথযাত্রাত অঘটন!
ৰথযাত্রাত অঘটন! বাংলাদেশত মর্মান্তিক ঘটনা, মৃত্যু ৫ জন,আহত ৫০ গৰাকী ভক্তৰ
জগন্নাথ পুৰীৰ লগত সংগতি ৰাখি হোজাইৰ ৰথ যাত্ৰাৰ কিয়দাংশ….
জগন্নাথ পুৰীৰ লগত সংগতি ৰাখি হোজাইৰ ৰথ যাত্ৰাৰ কিয়দাংশ....
অসমৰ বান পৰিস্থিতিক লৈ সমুজ্জল ভট্টাচাৰ্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ।
অসমৰ বান পৰিস্থিতিক লৈ সমুজ্জল ভট্টাচাৰ্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ। নিৰ্বাচনৰ সময়ত ডাবল ইঞ্জিনৰ কথা কোৱা চৰকাৰ বানপানীৰ সময়ত চিংগল ইঞ্জিন হৈ পৰে। অসমৰ বানপানীক লৈ তৎপৰ নহয় প্ৰধানমন্ত্ৰী। আজি পৰ্যন্ত অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যাত!-->…
হোজাইৰ কঁপিলী নৈত অঘটন
হোজাইৰ কঁপিলী নৈত অঘটন
কঁপিলীত গা ধুবলৈ গৈ সলিল সমাধি এজন কিশোৰৰ
হোজাইৰ যমুনাচিটত সংঘটিত হৈছে উক্ত ঘটনা
চাৰিজন বন্ধুয়ে কঁপিলীত গা ধুবলৈ গৈ সংঘটিত হয় উক্ত ঘটনাটো
গা ধোৱা মুহূৰ্তত কঁপিলী নৈৰ সোঁতত উটি যায় কিশোৰ গৰাকী
লগৰীয়া!-->!-->!-->!-->!-->!-->!-->!-->!-->!-->!-->…
দৰং জিলাৰ শেহতীয়া বান পৰিস্থিতি পৰ্যবেক্ষণ মন্ত্ৰী পিয়ুষ হাজৰিকাৰ।
দৰং জিলাৰ শেহতীয়া বান পৰিস্থিতি পৰ্যবেক্ষণ মন্ত্ৰী পিয়ুষ হাজৰিকাৰ। বাৰিষাৰ পাছত ৰাজ্যত জলসম্পদ বিভাগে ২২০ কিল'মিটাৰ মথাউৰি নিৰ্মাণ কৰিব, ইয়াৰে প্ৰায় ২৬ কিল'মিটাৰ মথাউৰি দৰং জিলাত হ'ব।:-মন্ত্ৰী পিয়ুষ হাজৰিকা
শিলিগুৰি ISKCON ৰ পৰা ৰাথ যাত্ৰাৰ প্ৰস্তুতিৰ কিছু দৃশ্যাংশ।
শিলিগুৰি ISKCON ৰ পৰা ৰাথ যাত্ৰাৰ প্ৰস্তুতিৰ কিছু দৃশ্যাংশ.....
কামৰূপৰ পলাশবাৰী আৰু ইয়াৰ আশে-পাশে বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
কামৰূপৰ পলাশবাৰী আৰু ইয়াৰ আশে-পাশে বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ.....
লামডিং বজাৰত নিউ ধৰ জুইলাৰীৰ সুবিৰ ধৰৰ ঘৰত চুৰি কাণ্ড।
লামডিং বজাৰত নিউ ধৰ জুইলাৰীৰ সুবিৰ ধৰৰ ঘৰত চুৰি কাণ্ড।চোৰে লুটি লৈ যায় সোণৰ অলংকাৰ সহ নগদ প্ৰায় তিনি চাৰি লাখ টকা। সন্ধিয়াত ঘৰত কোন নথকাৰ সুযোগ লৈ এই চুৰি কাণ্ড সংঘটিত হয়। ঘৰৰ তলা আৰু গৰ্ডেজৰ তলা ভাঙি চোৰে সংঘটিত কৰে চুৰি কাণ্ড।
!-->!-->!-->!-->!-->!-->…
শিৱসাগৰৰ দিচাং ৰজাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা
শিৱসাগৰৰ দিচাং ৰজাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা…