हाथरस में गई जानों का जिम्मेदार कौन?
देखते ही देखते लोगों की बिछी लाशेंसत्संग में एक लाख से ज्यादा की थी भीड़उत्तर प्रदेश के हाथरस में भोले बाबा के सत्संग के समापन के बाद मची भगदड़ में अब तक 116 श्रद्धालुओं की मौत हो गई। मरने वालों का आंकड़ा देर रात तक बढ़ने की आशंका जताई जा!-->…
ৰাজ্যত ভয়ংকৰ বান পৰিস্থিতিৰ মাজতেই ডিগবৈত বন্যহস্তীৰ সন্ত্ৰাস।
ৰাজ্যত ভয়ংকৰ বান পৰিস্থিতিৰ মাজতেই ডিগবৈত বন্যহস্তীৰ সন্ত্ৰাস। নিশা ডিগবৈ নৱজ্যোতি গাঁৱত বনৰীয়া হাতীৰ উপদ্ৰৱ। নিশা এটা বনৰীয়া হাতীয়ে ভাঙিলে তিনিটা কৈ বাসগৃহ । ৰেখামনি দুৱৰী, সিঙৰো প্ৰজা, আৰু ৰিতেন বৰাৰ ঘৰ ভাঙি লণ্ড ভণ্ড হাতীটোৱে। কথমপি!-->…
হোজাইত অধিক অৱনতি ঘটিছে বান পৰিস্থিতিৰ।
হোজাইত অধিক অৱনতি ঘটিছে বান পৰিস্থিতিৰ।নেৰানেপেৰা বৰষুণৰ বাবে কপিলী নদীৰ জলস্তৰ বৃদ্ধি পোৱাত ঠেপলাগুৰি, যাঠিওৰা,কোঁমোৰাকাটা অঞ্চলকে ধৰি কেইবাখনো গাওঁ এতিয়া পানীৰ তলত।
জুৰীয়াৰ জেঙনিত বাঘৰ সন্ত্ৰাস।
জুৰীয়াৰ জেঙনিত বাঘৰ সন্ত্ৰাস। পথাৰত কাম কৰি থকা অৱস্থাতে দুজনকৈ লোকক বাঘৰ আক্ৰমণ। সংকটজনক অৱস্থাত আহত দুয়োজন লোক। উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ ব্যক্তি দুগৰাকীক। লাওখোৱাৰ পাৰ্শ্বৱৰ্তী জেঙনিত সংঘটিত হৈছে এই ঘটনা। বাঘৰ আক্ৰমণত আহত!-->…
আল-হাৰামাইন হজ্ব ওমৰাহ এটা টোৰচ অফ ইণ্ডিয়াই লৈ আহিছে এই সুখবৰ।
আল-হাৰামাইন হজ্ব ওমৰাহ এটা টোৰচ অফ ইণ্ডিয়াই লৈ আহিছে এই সুখবৰ আল-হাৰামাইন হজ্ব ওমৰাহ টোৰচ অফ ইণ্ডিয়াৰ জৰিয়তে কম মূল্যত যাব পাৰিব ওমৰাহ হজ্বলৈ
ওৰাং ৰাষ্ট্ৰীয় উদ্যান বানৰ কৱলত।
ওৰাং ৰাষ্ট্ৰীয় উদ্যান বানৰ কৱলত। ধনশ্ৰী,পাঁচ নৈ আৰু ব্ৰহ্মপুত্ৰ নদীৰ বাঢ়নী পানীৰ ফলত ওৰাং ৰাষ্ট্ৰীয় উদ্যানত সৃষ্টি হৈছে এক ভয়াৱহ পৰিস্থিতি৷
ৰূপহীহাটৰ লাওঁখোৱাত বান পৰিস্থিতিৰ মাজতেই অঘটন।
ৰূপহীহাটৰ লাওঁখোৱাত বান পৰিস্থিতিৰ মাজতেই অঘটন। ব্ৰহ্মপুত্ৰৰ বাঢ়নীপানীত সলিল সমাধি এজনৰ।
কলিয়াবৰৰ হাতিমূৰা মাথাউৰী ছিঙি গল।
কলিয়াবৰৰ হাতিমূৰা মাথাউৰী ছিঙি যোৱাৰ ফলত কেমেৰাৰ সন্মুখতে গোমোঠা গাঁও ত ভাঙি গল ফুট ব্ৰিজ।
বান পৰিস্থিতিৰ বুজ লবলৈ ৰাওনা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা
বান পৰিস্থিতিৰ বুজ লবলৈ বোকাখাতলৈ ৰাওনা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা
হোজাইত কঁপিলীৰ জলস্তৰ বৃদ্ধি।
হোজাইত কঁপিলীৰ জলস্তৰ বৃদ্ধি। মাত্ৰ এটা মাহৰ ব্যৱধানত তিনিবাৰকৈ তচনচ হোজাইবাসীৰ সপোন।বছৰৰ তৃতীয়টো বানৰ কৱলত হোজাইৰ কেইবাখনো গাওঁ।