কাছাৰত সংঘটিত এক শোকাবহ ঘটনা।

কাছাৰত সংঘটিত এক শোকাবহ ঘটনা। ভুমিস্খলনত মৃত্যু পিতা পুত্ৰৰ । শোকাবহ ঘটনাটো সংঘটিত হৈছে কাছাৰ জিলাৰ উধাৰবন্দ চলিতাকান্দিত। ভুমিস্খলনত মৃত্যু আজিৰ উদ্দিন আৰু তেওঁৰ ৬ মহীয়া পুত্ৰ আসিফ উদ্দিনৰ। আনহাতে গুৰুত্বৰ ভাবে আহত আজিৰ উদ্দিনৰ পত্নী

হাতীমুৰাত সংলগ্ন গাইড বান্ধ খহালে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী

হাতীমুৰাত সংলগ্ন গাইড বান্ধ খহালে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়েকলং নৈয়েদি সোমাইছে ব্ৰহ্মপুত্ৰৰ পানীনগাঁও জিলা ভয়ংকৰ বানৰ কবলত পৰাৰ আশংকা

দলগাওঁত বানপানীৰ ভয়ংকৰ ৰূপ।

দলগাওঁত বানপানীৰ ভয়ংকৰ ৰূপ।দৰংৰ দলগাঁৱত ভয়ংকৰ বান পৰিস্থিতি। দলগাঁৱৰ খেৰণি চাপৰিৰ মাজেৰে বৈ যোৱা ধনশিৰী নৈৰ খহনীয়াৰ কৱলত পৰাৰ আশংকা ঘনীভূত হৈছে গাঁও খনৰ একমাত্ৰ প্ৰাথমিক বিদ্যালয় । নৈৰ পৰা মাত্ৰ কিছু নিলগত থকা বিদ্যালয়খন,যিকোনো মুহূৰ্ততে

সোমবাৰে সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে লামডিংতো ৰাষ্টীয় চিকিৎসক দিৱস উদযাপন।

সোমবাৰে সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে লামডিংতো ৰাষ্টীয় চিকিৎসক দিৱস উদযাপন।ইণ্ডিয়ান মেডিকেল Association লামডিং শাখাৰ উদ্যোগত লামডিংত চিকিৎসক দিৱস উদযাপন কৰা হয়।সোমবাৰে বিশ্ব চিকিৎসক দিৱস উপলক্ষে লামডিং চহৰৰ বিধান পল্লিত বিনামূলীয়া

অসম চৰকাৰে ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ বাবদ এটা টকাও সংগ্ৰহ নকৰে।

অসম চৰকাৰে ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ বাবদ এটা টকাও সংগ্ৰহ নকৰে।অসমত যিধৰণে বিনামূলীয়া শিক্ষা যিধৰণে আগবঢ়াইছে তেনে ব্যৱস্থা আন ৰাজ্যত নাই। :-মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

ৰূপহীহাটৰ বানাক্ৰান্ত অঞ্চল নিশাই পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্তৰ।

ৰূপহীহাটৰ বানাক্ৰান্ত অঞ্চল নিশাই পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্তৰ।লাওখোৱাৰ ভূৰবন্ধাৰ বানাক্ৰান্ত ৰাইজৰ কাষত উপস্থিত হৈ বুজ লয় বান পৰিস্থিতিৰ।বানাক্ৰান্তৰ ৰাইজৰ কাৰণে প্রয়োজনীয় খাদ্য সামগ্ৰী বিশুদ্ধ খোৱা পানীৰ লগতে পশু ধনৰ খাদ্যও যোগান ধৰিব

অহা ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ’ব যোৰহাট-শিৱসাগৰ চাৰিলেনযুক্ত পথ/লাচিত মৈডামত এই মন্তব্য…

টীয়কৰ লাহদৈগড়স্থিত বীৰ লাচিত মৈডামত আজি অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ প্ৰায় দুশ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ চলি থকা বীৰ লাচিত প্ৰকল্পৰ কামৰ অগ্ৰৰগতিৰ বুজ লয় লগতে অহা ডিচেম্বৰ অথবা এপ্ৰিল ২০২৫ ৰ ভিতৰত সম্পূৰ্ণ

গ্ৰন্থ দিৱস উপলক্ষত টীয়কৰ সদাব্যস্ত ব্যৱসায়িক প্ৰতিষ্ঠানত গ্ৰন্থদান পাত্ৰ স্থাপন কৰি আদৰ্শ দেখুৱালে…

গ্ৰন্থ দিৱস উপলক্ষত টীয়কৰ সদাব্যস্ত ব্যৱসায়িক প্ৰতিষ্ঠানত গ্ৰন্থদান পাত্ৰ স্থাপন কৰি আদৰ্শ দেখুৱালে বলমা 'ক' শিক্ষাখণ্ডৰ শিক্ষকসকলেTEOK:আজি যোৰহাট দিৱস।যোৰহাট দিৱসৰ লগত সংগতি ৰাখি জিলাখনৰ প্ৰতিখন বিদ্যালয় মহাবিদ্যালয়ত গ্ৰন্থ দিৱস উদযাপন

ধুবুৰী স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মধাহ্ন ভোজনৰ চাউল চুৰিৰ ঘটনাই।ধুবুৰীৰ গোলকগঞ্জৰ বুৰীৰ মাৰাই ২২৭ নং…

ধুবুৰীৰ গোলকগঞ্জৰ বুৰীৰ মাৰাই ২২৭ নং টুমপাৰা এল পি স্কুলৰ প্ৰধান শিক্ষকৰবিৰুদ্ধে চাউল অভিযোগ। ধুবুৰী জিলাৰ গোলকগঞ্জ শিক্ষা খণ্ডৰ অন্তৰ্গত বুৰীৰ মাৰাই গাওঁৰ ২২৭ নং টুমপাৰা এল পি স্কুলৰ প্ৰধান শিক্ষক নাজিমুল হক নামৰ শিক্ষকগৰাকীয়ে শিক্ষাৰ