পথ নিৰ্মাণৰ দাবীত প্ৰতিবাদত নামিলে শিলচৰৰ ৰাইজ ।

পথ নিৰ্মাণৰ দাবীত প্ৰতিবাদত নামিলে শিলচৰৰ ৰাইজ । দীৰ্ঘদিন ধৰি শিলচৰ চহৰৰ মাজ মজিয়াৰ ৰাজপথৰ দুৰঅবস্থাই জীয়াতু ভোগাইছে শিলচৰবাসীক। সমান্তৰালকৈ পথৰ মাজত সৃষ্টি হোৱা প্ৰকাণ্ড গাঁতৰ বাবে প্ৰতিদিনাই সংঘটিত হৈ আহিছে দুৰ্ঘটনা। আনহাতে পথ

অসভ্য নিৰ্লজ্জ,বিভিসৎ।পিতৃ শব্দক কলঙ্কৃত কৰিলে এগৰাকী পিতৃয়ে।

নিজ পিতৃৰ লগতেই সুৰক্ষিত নহয় জীয়ৰী। ৰাজ্যত পুনৰ কামাতোৰ পিতৃৰ কামনাৰ বলি হল এগৰাকী নাবালিকা জীয়ৰী। টীয়কৰ জগদুৱাৰ বাগানত সংঘটিত হৈছে মানৱ সমাজক কলংকিত ঘটনা।পৰেশ ৰাজোৱাৰ নামৰ এগৰাকী কলংকিত পিতৃয়ে সংঘটিত কৰিলে এই ঘটনা।চতুৰ্থ

নগাঁৱৰ আগশাৰী প্ৰতিষ্ঠান ৰটাৰী ক্লাবৰ উল্লেখযোগ্য পদক্ষেপ

নগাঁৱৰ আগশাৰী প্ৰতিষ্ঠান ৰটাৰী ক্লাবৰ উল্লেখযোগ্য পদক্ষেপদৰিদ্ৰ শিক্ষাৰ্থীৰ মাজত চাইকেল বিতৰণআমলাপট্টি শংকৰদেৱ শিশু নিকেতনত এটা ডিজিটেল শ্ৰেণীকোঠা আৰু পুথিভঁৰাল মুকলি বুধবাৰে নগাঁও জিলাৰ আমলাপট্টি স্হিত শংকৰদেৱ শিশু নিকেতনত এটা

নগাঁৱত আমছুৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী

লাওখোৱা কাণ্ডৰ বিৰুদ্ধে আমছুৰ এই প্ৰতিবাদ।নগাঁৱত আমছুৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী লাওখোৱা কাণ্ডৰ বিৰুদ্ধে আমছুৰ এই প্ৰতিবাদ।উল্লেখ্য যে লাওখোৱা অভয়াৰণ্যৰ ধিংবৰীছাপৰিত বন কৰ্মীৰ গুলীত প্ৰাণ হেৰুৱাইছিল একেখন ঘৰৰে দুই ভাতৃয়ে।সংৰক্ষিত

ভালুকমাৰী গাঁও পঞ্চায়তৰ ৫ নং ৱাৰ্ডৰ পথৰ দুৰৱস্থা।

ভালুকমাৰী গাঁও পঞ্চায়তৰ ৫ নং ৱাৰ্ডৰ পথৰ দুৰৱস্থা।২০২১আৰু ২০২২বৰ্ষৰ পথ নিৰ্মাণৰ আচঁনিৰ কামত দুৰ্নীতিৰ অভিযোগ স্থানীয় ৰাইজৰ।পঞ্চায়ত প্ৰতিনিধি নৰোত্তম দাসে ৮লাখ ৯৯ হাজাৰ ৩৪৪ টকা ৯৭ পইচা আত্মসাৎ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ

বানৰ পাছত নিশা শংকিত কপিলী পৰীয়া ৰাইজ ৷

বানৰ পাছত নিশা শংকিত কপিলী পৰীয়া ৰাইজ ৷ পানী কমাৰ পাছতে সম্পূৰ্ন খহি গ'ল ৬ কোটি টকীয়া জলসম্পদ বিভাগৰ শিল বান্ধ ৷ যাৰ বাবে আতংকিত হৈ পৰিছে নৈ পৰীয়া ৰাইজ ৷ নিশা কপিলী নৈ পাৰত আহি ঠিকাদাৰ আৰু জলসম্পদ বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে ৰাইজে ৷

নিশা চাপৰ’ৰ খুটাপাৰা প্ৰথম খণ্ডত সংঘটিত হয় মাৰপিটৰ ঘটনা।

নিশা চাপৰ'ৰ খুটাপাৰা প্ৰথম খণ্ডত সংঘটিত হয় মাৰপিটৰ ঘটনা। ধুবুৰী জিলাৰ চাপৰ আৰক্ষী থানাৰ অন্তৰ্গত খুটাপাৰা প্ৰথম খণ্ডত ভূমি কেন্দ্ৰীক সংঘাতৰ ফলত সৃষ্টি হয় ভয়ংকৰ মাৰপিটৰ ঘটনা। দীৰ্ঘদিন ধৰি এডোখৰ ভূমিক লৈ দুটি পৰিয়ালৰ মাজত চলি থকাৰ

সাপে দংশন কৰা ৰোগীৰ ক্ষেত্ৰত পৰ্য্যাপ্ত পৰিমাণৰ সুবিধা আছে হোজাইৰ জিলা অসামৰিক চিকিৎসালয়ত।।

সাপে দংশন কৰা ৰোগীৰ ক্ষেত্ৰত পৰ্য্যাপ্ত পৰিমাণৰ সুবিধা আছে হোজাইৰ জিলা অসামৰিক চিকিৎসালয়ত।। সাপে দংশন কৰা ৰোগীৰ বাবে চিকিৎসালয়খনত বিশেষকৈ দুখন বিচনা ৰখা হৈছে ।।বৰ্তমান জুন মাহৰ আজিলৈকে ৪৫ টা সাপে দংশন কৰা ৰোগীক জিলা অসামৰিক

নগাঁও মৰিকলং ষ্টেচনৰ সমীপত মৃতদেহ উদ্ধাৰ

নগাঁও মৰিকলং ষ্টেচনৰ সমীপত মৃতদেহ উদ্ধাৰ নগ্ন অৱস্থাত এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰমৃত ব্যক্তিৰ জনৰ লগত উদ্ধাৰ হোৱা বেংক পাৰ্চবুক খন এগৰাকী মহিলাৰ মহীলা গৰাকী কচলোৱা গাঁৱৰ ২৫নং ওৱাৰ্ডৰ চম্পা দাসপ্ৰকোপ গৰমৰ বাবেই মৃত্যু হোৱাৰ বুলি সন্দেহ

সড়ক সংস্কাৰৰ বাবে শিলচৰ চহৰৰ মাজমজিয়া কেপিটেল পইন্টত পথ অৱৰোধ কৰে ইয়াসিৰ সামাজিক সংঘটনৰ লগত কেইবাটা…

সড়ক সংস্কাৰৰ দাবিত ৰোড ব্লক বিভিন্ন সংঘটনৰ ,চহৰত উত্তেজনা। সড়ক সংস্কাৰৰ বাবে শিলচৰ চহৰৰ মাজমজিয়া কেপিটেল পইন্টত পথ অৱৰোধ কৰে ইয়াসিৰ সামাজিক সংঘটনৰ লগত কেইবাটা সংঘটনে ।আবদ্ধ হৈ পৰিছে বহু যান বাহন।।ঘটিনাস্থলিত উপস্থিত হৈছে কাছাৰ