বলীউডত কি চলিছে? ইজনৰ পিছত সিজন তাৰকালৈ আহিছে ভাবুকি…
ছলমান খান, শ্বেইফ আলী খানৰ পিছত এইবাৰ ৰাজপাল যাদব আৰু ৰেমো ডিছৌজা আৰু সুগন্ধা মিশ্ৰ। দৈনিক বলীউডৰ চেলিব্ৰিটিৰ ওপৰত চলি থকা আক্ৰমণৰ মাজতে বুধবাৰে আন এক চাঞ্চল্যকৰ খবৰ পোহৰলৈ আহিছে।
ভাৰতীয় চিনেমাৰ তিনিজন শিল্পীলৈ ইমেইলৰ জৰিয়তে!-->!-->!-->!-->!-->…
পঢ়ক আজিৰ ৰাশিফল
মেষ- ব্যৱসায়িক দিশত আজিৰ দিনটো আপোনাৰ বাবে বৰ ভাল। স্বাস্থ্য উত্তম হৈ থাকিব৷ প্ৰেমত শুভ।শুভ নম্বৰ-১, শুভ ৰং-নীলা
বৃষ- নিজৰ কৰ্মৰ প্ৰতি সজাগ থাকক৷খৰচ বৃদ্ধি পাব পাৰে। ব্যৱসায়ত সুফল লাভ কৰিব। কৰ্মস্থলীত শান্তি বৰ্তী থাকিব। শুভ!-->!-->!-->!-->!-->…
গুৱাহাটীত দ্বিতীয়জন HMPVত আক্ৰান্ত ৰোগীক চিনাক্ত
গুৱাহাটীত দ্বিতীয়জন HMPVত আক্ৰান্ত ৰোগীক চিনাক্ত। এগৰাকী মহিলাৰ পাছতে এজন বৃদ্ধৰ দেহতো HMPVৰ উপস্থিতি। HMPVত আক্ৰান্ত দুয়োগৰাকী ৰোগী স্বামী-স্ত্ৰী। মহানগৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন দুয়ো।
আজিৰ ৰাশিফল
মেষ-আজিৰ দিনটোত এই ৰাশিৰ জাতক-জাতিকাসকলে কোনো শুভফল লাভ কৰিব ৷ বিদ্যাত সুনাম বৃদ্ধি পাব।
শুভ নম্বৰ-৫,
শুভ ৰং-ৰঙা
বৃষ- নিজৰ কৰ্মৰ প্ৰতি সজাগ থাকক৷খৰচ বৃদ্ধি পাব পাৰে। ব্যৱসায়ত সুফল লাভ কৰিব। কৰ্মস্থলীত শান্তি বৰ্তী!-->!-->!-->!-->!-->!-->!-->!-->!-->!-->!-->…
ৰাষ্ট্ৰপতিৰূপে শপত লৈয়ে ট্ৰাম্পে ল’লে পাঁচটা কঠোৰ সিদ্ধান্ত; হতচকিত বিশ্ববাসী
২০ জানুৱাৰী (সোমবাৰ)ত ড’নাল্ড ট্ৰাম্পে আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে শপতগ্ৰহণ কৰিলে। ৭৮ বছৰীয়া ৰিপাব্লিকান পাৰ্টীৰ নেতা ট্ৰাম্পে শক্তিশালীভাৱে চাৰিবছৰৰ মূৰত হোৱাইট হাউছত প্ৰত্যাৱৰ্তন কৰিছে।
দায়িত্ব গ্ৰহণ কৰিয়েই ট্ৰাম্পে!-->!-->!-->!-->!-->…
আজিৰ ৰাশিফল
মেষ-সাংসাৰিক দিশত আজিৰ দিনটো আপোনাৰ বাবে বৰ ভাল। স্বাস্থ্য উত্তম, আৰু আপুনি অত্যধিক উজ্জীৱিত হৈ থাকিব৷ মানৱ কল্যাণৰ চিন্তা মনলৈ আহিব। আৰ্থিক লাভৰ যোগ আছে ।
শুভ নম্বৰ-৫,
শুভ ৰং-ৰঙা
বৃষ-আজি আপুনি সুস্থ অনুভৱ কৰিব আৰু নিজৰ!-->!-->!-->!-->!-->!-->!-->!-->!-->…
খো খোৰ ভাৰতীয় মহিলা দলে ৰচিলে অনন্য ইতিহাস, ফাইনেলত নেপালক পৰাস্ত কৰি প্রথম খো খো বিশ্বকাপৰ খিতাপ…
ফাইনেলত নেপালক হৰুৱাই ভাৰতীয় মহিলা দলে ৰচিলে অনন্য ইতিহাস।
বছৰৰ আৰম্ভণিতে দেশৰ ক্ৰীড়া জগতৰ বাবে আহিল ভাল খবৰ। প্ৰথম খো-খো বিশ্বকাপৰ খিতাপ দখল কৰিলে ভাৰতীয় মহিলা দলে।
02
ফাইনেলত নেপালক হৰুৱাই ভাৰতীয় মহিলা দলে ৰচিলে!-->!-->!-->!-->!-->!-->!-->!-->!-->!-->!-->!-->!-->…
আজিৰ ৰাশিফল
মেষ- আশাবাদী হওক আৰু সদায় ধনাত্মক দিশৰ পিনে লক্ষ্য কৰক। আপোনাৰ বিশ্বাস আৰু উদ্দীপনাই আপোনাৰ ইচ্ছা আৰু আকাংক্ষা সমূহৰ বাবে নতুন বাট মুকলি কৰিব।
শুভ নম্বৰ-৬,
শুভ ৰং- গুলপীয়া।
বৃষ- আপোনাৰ স্বাস্থ্য সুস্থ ৰাখিবৰ বাবে নিয়মিত!-->!-->!-->!-->!-->!-->!-->!-->!-->…
এটকীয়া মুদ্ৰাৰ জৰিয়তে লাভ কৰক ১.৫ লাখ টকা!
ই–কমাৰ্চ ছাইট Quickrত মহাৰাণী ভিক্টোৰিয়াৰ সময়ৰ এটকীয়া মুদ্ৰা ১.৫ লাখ টকাত বিক্ৰী হৈ আছে। যদি আপোনাৰ হাতত ১৮৬২ চনত মুকলি কৰা ১ টকাৰ এই মুদ্ৰাটো আছে, তেন্তে আপুনি অনলাইনযোগে ডেৰ লাখ টকা উপাৰ্জন কৰিব পাৰে।
পুৰণি মুদ্ৰা বিক্ৰী!-->!-->!-->!-->!-->!-->!-->…