আজিৰে পৰা আৰম্ভ হ’ল মহাকুম্ভ মেলা, ৪৫ দিনীয়া মহাকুম্ভ মেলাত ত্ৰিবেণী সংগমত স্নান কৰিব ডেৰ কোটি…
আজি পুৱাৰে আৰম্ভ পৃথিৱীৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান মহাকুম্ভ মেলা-২০২৫। ৪৫ দিনীয়া কাৰ্যসূচীৰে প্ৰয়াগৰাজত আৰম্ভ হ’ল কুম্ভ মেলা।
আজি পুৱাৰে আৰম্ভ পৃথিৱীৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান মহাকুম্ভ মেলা-২০২৫। ৪৫ দিনীয়া কাৰ্যসূচীৰে!-->!-->!-->!-->!-->!-->!-->…
আজিৰ ৰাশিফল …..
মেষ ৰাশি - আপোনাৰ সন্তানৰ উন্নতমানৰ প্ৰদৰ্শনে আপোনাক নথৈ আনন্দিত কৰিব। ৰাতিৰ সময়চোৱাত আপোনাৰ অৰ্থ লাভৰ পুৰ্ণ সম্ভাৱনা আছে কাৰণ আপোনাৰ দিয়া ধন আপুনি ঘূৰাই পাব পাৰে। আপুনি আপোনাৰ বাকী সময় সন্তানৰ লগত অতিবাহিত কৰিব বিচাৰে , লাগে ইয়াৰ!-->!-->!-->…
তেজৰ নাই কোনো জাতি, তেজৰ নাই কোনো ধৰ্ম, ৰক্ত দানেই কেৱল এ. বি. ডি গ্ৰুপৰ কৰ্ম।
তেজৰ নাই কোনো জাতি, তেজৰ নাই কোনো ধৰ্ম, ৰক্ত দানেই কেৱল এ. বি. ডি গ্ৰুপৰ কৰ্ম। এই মূল মন্ত্ৰ লৈ ৰাইজক সজাগ কৰাৰ উদ্দেশ্য আজি এ. বি. ডি.গ্রুপৰ বিশাল পদযাত্ৰা।
অসমৰ ভিন্ন প্ৰান্তত এটুপাল তেজৰ বাবে হাহাকাৰ কৰা সকলৰ বাবে এ. বি. ডি. গ্ৰুপে!-->!-->!-->…
ভোগালী বিহুৰ প্ৰাকক্ষণত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীলৈ সুখবৰ
ভোগালী বিহুৰ প্ৰাকক্ষণত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীলৈ সুখবৰ। ১ এপ্ৰিলৰ পৰা নগদবিহীন হ’ব ৰাজ্যিক কৰ্মচাৰীৰ চিকিৎসা বীমা আঁচনি।
১ম পৰ্যায়ত ৰাজহুৱা খণ্ডৰ চিকিত্সা মহাবিদ্যালয়সমূহত উপলব্ধ হ’ব এই সেৱা। ফিক্সড পে’, মাষ্টাৰৰোল!-->!-->!-->!-->!-->!-->!-->!-->!-->!-->!-->!-->!-->…
আজিৰ ৰাশিফল …..
মেষ ৰাশি - আজিৰ দিনটো আপুনি কোনো বাধা বিনা ভালকৈ বিশ্ৰাম কৰিব পাৰিব।আপোনাৰ মাংসপেশীক আৰাম দিবৰ বাবে তেলে দি মালিচ কৰিব। যদি আপুনি দীঘলীয়া সময়ৰ পৰা নিৱেশ কৰে তেন্তে ভাল আৰ্থিক লাভ হব পাৰে। কোনো চিঠি অথবা ই-মেইল গোটেই পৰিয়ালৰ বাবে ভাল!-->!-->!-->…
ছুগাৰ লেভেল কিমান হ’লে আপুনি ‘ফিট’? বয়স অনুযায়ী আপোনাৰ ৰক্ত শৰ্কৰা কিমান হোৱা উচিত? জানি লওক…
আজিকালি বহু লোকে কম বয়সতে ডায়েবেটিছ, থাইৰয়ড, উচ্চ ৰক্তচাপ আদি ৰোগত আক্ৰান্ত হয়। বহু ক্ষেত্ৰত ডায়েবেটিছে আমাৰ অজ্ঞাতে শৰীৰত শিপাই যায়। পৰ্যাপ্ত সজাগতাৰ অভাৱেই মধুমেহ ৰোগ ঘৰে ঘৰে বিয়পি পৰাৰ অন্যতম কাৰণ।
02
!-->!-->!-->!-->!-->!-->!-->!-->!-->!-->!-->!-->!-->!-->!-->…
7th Pay commission : ২০২৫ বৰ্ষটোত চৰকাৰী কৰ্মচাৰীসকলে পাব ডাঙৰ সুখবৰ! এইবাৰ কিমান বৃদ্ধি পাব DA?
7th Pay Commission DA Hike 2025: নতুন বছৰ ২০২৫ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে ডাঙৰ সুখবৰ লৈ আহিব পাৰে। কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে ডিএ বৃদ্ধিৰ অপেক্ষা কৰিছে। সপ্তম বেতন আয়োগৰ অধীনত DA গণনা AICPI (All India!-->!-->!-->…
আজিৰ ৰাশি ফল …..
মেষ ৰাশি - আপোনাৰ প্ৰবল আত্ম বিশ্বাস আৰু আজিৰ দিনটোৰ সহজ কাম কাজ মিলাই আপোনাক আৰাম কৰিবলৈ অধিক সময় দিব। ঘৰৰ সৰু সৰু বস্তুৰ ওপৰত আপোনাৰ আজি বহুত ধন খৰচ হৈ যাব পাৰে যাৰ ফলত আপুনি মানসিক অশান্তিত ভূগিব পাৰে। অন্যৰ ভুল ধৰা আৰু!-->!-->!-->…
বিপদত কোহলীৰ কেৰিয়াৰ! কি কৈছিল RCBৰ প্ৰাক্তন অধিনায়কৰ পৰা সকলোৱে?
টেষ্ট ক্ৰিকেটত বিৰাট কোহলীৰ দুৰ্বল ফৰ্ম ক্ৰিকেট জগতত চৰ্চাৰ বিষয় হৈ পৰিছে। বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত তেওঁৰ প্ৰদৰ্শন আছিল হতাশাজনক। পাঁচখন মেচত গড়ে ২৩.৭৫ ৰানত মাত্ৰ ১৯০ ৰানহে সংগ্ৰহ কৰিছিল।
এই দুৰ্বল ফৰ্মৰ পিছত প্ৰতিজন ডাঙৰ!-->!-->!-->!-->!-->!-->!-->!-->!-->…
গাহৰি মাংসক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা
ভোগালীৰ পূৰ্বে গাহৰি মাংস সন্দৰ্ভত এক ডাঙৰ ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।গাহৰি মাংসক লৈ GMC ৰ জাননী প্ৰত্যাহাৰ। বৃহস্পতিবাৰে সামাজিক মাধ্যমৰ একাউন্টত পোষ্টযোগে এই ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
মুখ্যমন্ত্ৰীয়ে!-->!-->!-->!-->!-->!-->!-->…