উমৰাংছ’ৰ অবৈধ কয়লাখনি চলোৱাৰ নামত গ্ৰেপ্তাৰ আন এজন
প্ৰসংগ: উমৰাংছ’ ট্ৰেজেডী। কয়লাখনিত উদ্ধাৰ অভিযানৰ আজি চতুৰ্থ দিন।
বৰ্তমানেও সন্ধান নাই কয়লাখনিত আবদ্ধ শ্ৰমিকৰ। অবৈধ কয়লাখনি চলোৱাৰ নামত গ্ৰেপ্তাৰ আন এজন।
গ্ৰেপ্তাৰ ৩ কিলোৰ হানন লস্কৰ নামৰ লোকজনক। পূৰ্বে গ্ৰেপ্তাৰ!-->!-->!-->!-->!-->!-->!-->!-->!-->!-->!-->!-->!-->!-->!-->…
আজিৰ ৰাশি ফল …..
মেষ ৰাশি - আজিৰ দিনটোত আপোনাক ফুৰ্ত্তিৰ সৰু সৰু যাত্ৰাবোৰ আৰু সামাজিক মেল মিটিং আদিয়ে সুখ আৰু সন্তুষ্টি প্ৰদান কৰিব। ধনৰ আগমণে আপোনাক বহুত আৰ্থিক সকাহ দিব। যিবোৰ মানুহৰ লগত আপোনাৰ মাজে মাজে দেখা হৈ থাকে ,সিহতৰ লগত কথা -বতৰা আৰু!-->!-->!-->…
বনজুইৰ গ্ৰাসত বিশ্ববিখ্যাত হলীউড হিলছ, বনজুইৰ কৱলত আমেৰিকাৰ লছ এঞ্জেলছ
শতিকাৰ ভয়ংকৰ বনজুই, ঘৰ হেৰুৱালে বহু কেইগৰাকী বলীউড তাৰকাই
এই সময়ত আমেৰিকাৰ পৰা অতি দুখজনক খবৰ আহিছে। আমেৰিকাৰ লছ এঞ্জেলছৰ অৰণ্যত হোৱা অগ্নিকাণ্ডৰ বাবে চহৰখনৰ আড়ম্বৰপূৰ্ণ পেলিছাডেছ অঞ্চলত থকা বহু হলিউডৰ তাৰকাৰ বাংলো জ্বলি গৈছে।
!-->!-->!-->!-->!-->!-->!-->…
আজিৰ ৰাশি ফল …..
মেষ ৰাশি - আপোনাৰ নিজৰ ভাৱনা বোৰ নিয়ন্ত্ৰণ কৰাত অসুবিধা পাব পাৰে। আপোনাৰ অন্য ধৰণৰ ব্যৱহাৰে লোক সকলক আচৰিত কৰি তুলিব পাৰে আৰু এইবাবে আপুনি হতাশ হৈ পৰিব পাৰে। অতিৰিক্ত ধন আপুনি ৰিয়েল এষ্টেট ত নিৱেশ কৰিব পাৰে। দিন ৰ উত্তৰাৰ্ধত হঠাৎ!-->!-->!-->!-->!-->…
নগাঁও জিলাৰ কঠীয়াতলী শিক্ষাখণ্ডৰ মাধৱপাৰা মণ্ডলl
নগাঁও জিলাৰ কঠীয়াতলী শিক্ষাখণ্ডৰ মাধৱপাৰা মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত ৰজাআলি মধ্য ইংৰাজী বিদ্যালয়ত আৰম্ভ হৈছে ২০২৫ বৰ্ষৰ প্রথম পৰ্যায়ৰ গুণোৎসৱ।
ৰাজ্যৰ শিক্ষা ব্যৱস্থা উন্নত আৰু সক্রিয় কৰিবৰ বাবে শিক্ষা বিভাগে বিদ্যালয় সমূহত!-->!-->!-->!-->!-->!-->!-->…
বৰপানী নদীত মাৰাত্মক বিষ ঢালি লাখ লাখ টকাৰ মাছৰ নিধন
বৰপানী নদীত মাৰাত্মক বিষ ঢালি লাখ লাখ টকাৰ মাছৰ নিধন ৷ দুষ্টচক্ৰক ধৰি মধ্যভোগীয়ে ললে চল্লিশ হাজাৰ টকা ৷
যোৱা নিশা এটা দুষ্ট চক্ৰই বৰপানী নদীৰ শিঙিমাৰী , জুৰিৰপাৰ আৰু মাধৱপাৰাত অতি শক্তিশালী বিষ ঢালি লাখ লাখ টকাৰ বিভিন্ন!-->!-->!-->!-->!-->!-->!-->…
আজিৰ ৰাশি ফল …..
মেষ ৰাশি - দেউতাকে আপোনাক সম্পত্তিৰ পৰা বেদখল কৰিব পাৰে,কিন্তু নিৰাশ নহব। মনত ৰাখিব যে অধিক সম্পত্তি মনক দুৰ্বল কৰি তুলিব পাৰে আৰু অভাৱে তাক শক্তিশালী কৰি তুলিব পাৰে। আজি পাৰ্টীত কোনোবা এনে ব্যক্তিৰ লগত আপোনাৰ চিনাকী হব যিয়ে আৰ্থিক!-->!-->!-->…
৩ শ্রমিকৰ নিথৰ দেহ উদ্ধাৰ, মুখ্যমন্ত্ৰীৰ আহ্বানৰ পাছতে ঊমৰাংদ্ভুত সেনাৰ টাস্ক ফ’চ
৩ শ্রমিকৰ নিথৰ দেহ উদ্ধাৰ, মুখ্যমন্ত্ৰীৰ আহ্বানৰ পাছতে ঊমৰাংদ্ভুত সেনাৰ টাস্ক ফ'চ
ডিমা হাছাও জিলাৰ উমবাংছু অঞ্চলৰ কয়লাখনিত আৱদ্ধ শ্রমিকক উদ্ধাৰৰ বাবে ভাৰতীয় সেনাই সাহায্য টাস্ক ফ'ৰ্চ মোতায়েন কৰিছে। মঙলবাৰে এই তথ্য প্রদান কৰে!-->!-->!-->!-->!-->…
আজিৰ ৰাশি ফল …..
মেষ ৰাশি - অসুৰক্ষা আৰু অসুবিধা ৰ বাবে আপুনি ভাল অনুভৱ কৰিব। কাৰোবাক কথা দিয়াৰ সময়ত আৰু বিত্তীয় লেন দেন কৰা সময়ত সাৱধানে থাকক। পৰিয়ালৰ সদস্য সমূহৰ লগত অলপ অৱসৰৰ সময় অতিবাহিত কৰক। প্ৰত্যেক কথাতেই প্ৰেম প্ৰদৰ্শন কৰাটো ঠিক নহয়!-->!-->!-->…
বৰমাৰা গাওঁৰ পৰা যুৱক সন্ধানহীন ৷
বৰমাৰা গাওঁৰ পৰা যুৱক সন্ধানহীন ৷
বৰপেটা জিলাৰ মাজৰ চৰ গাওঁৰ ছিদ্দিক আলীৰ পুত্ৰ আমজাদ আলী (২২) ওৰফে Again যোৱা ২৩-১২-২০২৪ ইং তাৰিখৰ পৰা সন্ধানহীন হৈ আছে ৷
পৰিয়ালৰলোকে বিভিন্ন ঠাইত গৈ বিচাৰি আছে যদিওঁ এতিয়ালৈকে যুৱক জনক বিচাৰি পোৱা!-->!-->!-->!-->!-->…